Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Fashion

৫ হেজাৰতকৈ অধিক ব্ৰেণ্ড আৰু ৯ লাখ ষ্টাইলৰ স’তে Myntraই পালন কৰিব Biggest Fashoin Festival

publisher by publisher
October 15, 2020
in Fashion, News
Reading Time: 1 min read
0
৫ হেজাৰতকৈ অধিক ব্ৰেণ্ড আৰু ৯ লাখ ষ্টাইলৰ স’তে Myntraই পালন কৰিব Biggest Fashoin Festival
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

Nalbari:বিল্বেশ্বৰ দেৱালয়ত নৱমীত ৪৭ টা ম’হ বলি-উছর্গা, কাশীৰ পণ্ডিতৰে আৰতি

Maha saptami:জুবিন গাৰ্গবিহীন অনুভৱেৰে নিমাওমাও পূজাৰ মণ্ডপ সমূহ,সকলোতে ম্লান পূজাৰ উছাহ

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। উৎসৱৰ বতৰতে অনলাইন শ্ব’পিং চাইট Myntraই Biggest Fashion festival ৰ যোগেদি আগবঢ়াইছে বিশেষ অফাৰ । Myntra ৰ অফাৰৰ এই উৎসৱটি চলিব ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ । ইয়াত গ্ৰাহকৰ বাবে উপলব্ধ হ’ব ৫০০০ তকৈ অধিক ব্ৰেণ্ড আৰু ৯ লাখৰ অধিক কালেকছন ।

ADVERTISEMENT

বিগত বৰ্ষত myntra ত পূজাৰ সময়ছোৱাত ২ লাখৰ কালেকছন উপলব্ধ আছিল । এইবাৰ myntraই ভিন্ন দেশৰ ভিন্ন ষ্টাইলেৰে সকলো ধৰণৰ শ্ৰেণীৰ বাবে লৈ আহিছে ভিন্ন অফাৰ । আনহাতে, Myntra এপটোত এইবাৰ ৰাখিছে এটি ফেষ্টিভ ষ্টোৰ । য’ত প্ৰতিটো উৎসৱ অনুযায়ী থাকিব বিভিন্ন ধৰণৰ নতুন কালেকছন । দুৰ্গাপূজা, ভাইফোঁটা, ধনতেৰাস ইত্যাদি ।

আনহাতে, পুৰুষ আৰু মহিলাৰ বাবে House of Pataudai, Anouk, Tavi, HRX, Rang ইত্যাদি বৃহৎ ব্ৰেণ্ডৰ কালেকছন বাবে ব্যৱস্থা কৰিছে। টি চাৰ্ট, টপ, ড্ৰেছ,কুৰ্তা, বিভিন্ন ধৰণৰ অলংকাৰ, ঠাণ্ডাৰ কাপোৰকে ধৰি বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্টৰ অফাৰ লৈ আহিছে Myntra ৰ Biggest Fashion Festivalএ।

আনহাতে, সম্প্ৰতি অতিমাৰীৰ পৰিপ্ৰেক্ষিতত কালেকছনৰ ওপৰতে গুৰুত্ব দিয়াৰ উপৰিও যথেষ্ট সাৱধনতা অৱলম্বন কৰিছে। myntraৰ কৰ্মকর্তাসকলে সামাজিক দূৰত্ববিধি মানি চলি, প্ৰতিদিনে তাপমাত্ৰা জোখা, ডেলিভাৰী বেগসমূহ চেনিটাইজ কৰা, সকলো ক’ভিড প্ৰট’কল মানি চলাৰ ওপৰত গুৰুত্ব দিছে।

এই পৰিস্থিতিত ডিজিটেল মাধ্যমৰ যোগেদি অৰ্থাৎ অনলাইন বা কাৰ্ডৰ মাধ্যমেৰে গ্ৰাহকৰ পৰা টকা আদায় কৰাৰ সুবিধা কৰিছে । তেন্তে দেৰি কিয়? আজিয়ে পুজাৰ লিষ্ট তৈয়াৰ কৰক আৰু পুজাৰ শ্বপিং কৰিবলৈ ভিজিট কৰক www.myntra. com ত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Big Fashion FestivalDurga PujaMyntra
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d