Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জলবায়ু পৰিৱৰ্তন: শীতৰ দিনতে উন্মুক্ত হৈছে হিমালয় পর্বত

publisher by publisher
January 18, 2026
in India, News
Reading Time: 1 min read
0
জলবায়ু পৰিৱৰ্তন: শীতৰ দিনতে উন্মুক্ত হৈছে হিমালয় পর্বত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

৫০ বছৰতে ছমহলীয়া অট্টালিকাৰ সমান বৰফ হেৰুৱালে

বিষাক্ত হৈ ক্রমান্বয়ে পৰিছে বিশাল হিমালয়

ক্ৰমাৎ আঁতৰি গৈছে হিমালয় পৰ্বতমালা

Himalaya:✒️সেই দিন আৰু নাই! জলবায়ু পৰিৱৰ্তনৰ ধ্বংসাত্মক প্ৰভাৱত শীতৰ দিনতে শুকুলা বৰফ গলি উন্মুক্ত হৈছে হিমালয় পর্বত। একালত বৰফৰ স্বৰ্গৰূপে খ্যাত এই পর্বতে উদ্বেগজনকভাৱে বৰফৰ শুভ্ৰ আৱৰণী হেৰুৱাব ধৰিছে।

ADVERTISEMENT

কৃত্রিম উপগ্ৰহই প্ৰেৰণ কৰা তথ্য আৰু পটভূমি পৰ্যবেক্ষণৰ জৰিয়তে বিশেষজ্ঞসকলে পোহৰলৈ অনা তথ্য অনুসৰি চলিত শীতৰ দিনতে পৰ্বতৰ চূড়া উন্মুক্ত হৈছে। অথচ শীতকালত হিমালয় পৰ্বতক বৰফৰ ডাঠ আৱৰণীয়ে ঢাকি থয়। পৃথিৱীখনক বিশেষকৈ দক্ষিণ এছিয়াক জীৱৰ বাসোপযোগী কৰি ৰখাত অন্যতম মূল ভূমিকা পালন কৰি অহা হিমালয়ৰ এই উদ্বেগজনক ৰূপান্তৰৰ কাৰণ ঋতুগত আসোঁৱাহ নহয় বুলি বিশেষজ্ঞসকলে আখ্যা দিছে।

তাৰ পৰিৱৰ্তে জলবায়ু পৰিৱৰ্তনেহে হিমালয়ত এই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। উল্লেখ্য যে গৰমৰ দিনত এক মাত্ৰাত হিমালয়ৰ হিমবাহ গলি দক্ষিণ এছিয়াৰ বহু নদ-নদীক পানীৰে পৰিপূৰ্ণ কৰে। এই নদ-নদীসমূহ অঞ্চলটোৰ জীৱকুলৰ জীৱনৰেখা স্বৰূপ।

সহস্ৰ বছৰ ধৰি হিমালয়ৰ বৰফ আৰু গ্লেচিয়াৰ সমূহে দক্ষিণ এছিয়াৰ প্ৰাকৃতিক জলধাৰৰূপে কাম কৰি আহিছে। শীতৰ দিনত এই পৰ্বতত বৰফ জমা হয় আৰু বসন্ত কালৰ পৰা গ্ৰীষ্ম কাললৈ ক্ৰমে বৰফৰ গলন আৰম্ভ হৈ নদ-নদীসমূহ পানীৰে পৰিপূৰ্ণ হয়। এই নদ-নদীসমূহে কৃষিকর্মত সহায় কৰে।

বৰষুণৰ পৰিমাণ হ্রাস পাবলৈ ধৰাৰ সময়ত এই নদ-নদীসমূহে কৃষিকৰ্মৰ বাবে জল উৎসত পৰিণত হয়। আনহাতে, হিমবাহসমূহে জাৰৰ দিনত অঞ্চলটোৰ নৈসমূহক পানীৰ যোগান ধৰি থাকে। যিহেতু জাৰৰ দিনতে হিমালয়ৰ বৰফ গলি শেষ হ’বলৈ ধৰিছে, গতিকে আগন্তুক সময়ত দক্ষিণ এছিয়া ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা প্রবল হৈছে।

এই সম্পৰ্কত আন্তঃচৰকাৰী আঞ্চলিক বৈজ্ঞানিক সংস্থা সংহত পর্বত উন্নয়নৰ আন্তর্জাতিক কেন্দ্র (আইচিআইএমঅ’ডি)ৰ বিগত ২০২৫ৰ তথ্য উল্লেখনীয়। উক্ত বৈজ্ঞানিক সংস্থাৰ মতে, বিগত বছৰত সমগ্র হিন্দুকুশ-হিমালয়ত বৰফৰ পৰিমাণ বিগত ২৩ বছৰৰ সৰ্বনিম্ন হয়।

বৰফৰ স্থায়িত্বও স্বাভাবিকতকৈ ২৩.৬ শতাংশ কম হয়। ২০২৫ৰ শীতকালত হিমালয় পর্বতত বৰফৰ আৱৰণী পাঁচটা শীতকালৰ ভিতৰত সর্বনিম্ন হয়। এই পৰিস্থিতিক বিজ্ঞানীসকলে বৰফৰ খৰাং আখ্যা দিছে। ইয়াৰ মূল কাৰণ হৈছে তুষাৰপাতৰ পৰিমাণ স্বাভাৱিকতকৈ হ্রাস পোৱা মধ্য আৰু পশ্চিম হিমালয়ৰ বহুত স্থানত শেহতীয়া কে’বাটাও শীতকালত তুষাৰপাত ১৯৮০-২০২০ৰ গড়তকৈ কম হয়।

ফলত শীতৰ দিনতে পৰ্বতৰ টিং আৰু খাঁজসমূহ উন্মুক্ত হৈছে। অথচ শীতকালত এই সমূহ বৰফৰে ঢাকি ৰাখিব লাগে। হিমালয়ৰ এই পৰিৱৰ্তনৰ কাৰণ তাপমাত্রা বৃদ্ধি, বৰষুণৰ গাঁথনি সলনি আৰু ধুমুহাৰ দুর্বল হোৱাটো বুলি ব্যাখ্যা কৰিছে বতৰ বিজ্ঞানী আৰু জলবায়ু বিজ্ঞানীসকলে।

উল্লেখ্য যে ভূমধ্য সাগৰীয় নিম্ন চাপৰ ফলত হিমালয়ত তুষাৰপাত ঘটে। শেহতীয়াভাৱে এই নিম্নচাপত ত্রুটি-বিচ্যুতি দেখা গৈছে। ইয়াৰ কাৰণ জলবায়ু পৰিৱৰ্তন বুলি বিজ্ঞানীসকলে ব্যাখ্যা কৰিছে। শীতকালতে হিমালয়ৰ বৰফৰ আৱৰণী হাসে দক্ষিণ এছিয়াত জটিল বতৰজনিত সমস্যা সৃষ্টি কৰাৰ আশংকা প্ৰবল হৈছে।

এনে সমস্যাৰ অন্যতম হৈছে খৰাং, বনজুই আৰু পৰিৱেশতন্ত্রগত চাপ। এনে পৰিস্থিতিৰ উদ্ভৱ হ’লে খাদ্য শস্যৰ উৎপাদন হাস হোৱাটো নিশ্চিত। গতিকে হিমালয়ৰ এই অস্বাভাৱিক পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈছে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অধ্যয়নৰ স’তে জড়িত আন্তর্জাতিক সংস্থা আইপিচিচি। সংস্থাটোৱে আঙুলিয়াই দিছে যে তাপমাত্রা বৃদ্ধিয়ে হিমালয়ৰ এই অস্বাভাৱিক পৰিৱৰ্তনৰ কাৰণ। এই পৰিৱৰ্তনৰ গভীৰ পৰিণতি আছে বুলিও সংস্থাটোৱে সতর্ক কৰি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himalaya
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d