Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

    Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

    Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

    ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

    ইলিচৰ বাবে হাহাকাৰ বাংলাদেশত, ভাৰতৰ পৰা কৰিছে আমদানি

    তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বটদ্ৰৱাৰ বেদখলকৃত চৰকাৰী ভূমিত প্ৰতিষ্ঠা হ’ল মিঞা পাব্লিক স্কুল

publisher by publisher
October 31, 2020
in Assam
Reading Time: 1 min read
0
বটদ্ৰৱাৰ বেদখলকৃত চৰকাৰী ভূমিত প্ৰতিষ্ঠা হ’ল মিঞা পাব্লিক স্কুল
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

Batadrava Project:৬০ হাজাৰ ভকত-বৈষ্ণৱৰ সমাৱেশত গৃহমন্ত্রী অমিত শ্বাহে মুকলি কৰিলে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্র

Batadrava Eviction : নগাঁৱৰ বটদ্ৰৱাত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ

বটদ্ৰৱা সমষ্টিৰ জনতা পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত “ভোগালীৰ এসাজ”ত কণ্ঠ শিল্পী বিদ্যাসাগৰ আৰু কল্লোল বৰঠাকুৰৰ সংগীতানুষ্ঠান

অসমীয়া জাতিৰ জনক জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অস্তিত্ব এতিয়া নিজৰ জন্মভূমিতে সুৰক্ষিত নহয়৷সেইকথা প্ৰতীয়মান হৈছে একাংশৰ কৰ্মকাণ্ডত ৷ বিগত সপ্তাহত বাঘবৰৰ মৌলবাদী বিধায়ক শ্বেৰমান আলিয়ে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম খুলিব লাগে বুলি দাবী উত্থাপন কৰাৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে চলি আছে মিঞা মিউজিয়াম বিতৰ্ক।

ADVERTISEMENT

এই বিতৰ্কৰ অৱসান নহওঁতেই গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপৱৰ্তী মুছলমান বসতি প্ৰধান অঞ্চল হাইডুবী- বাটমাৰী, লালুংগাঁও, চমকা আদি অঞ্চলসমূহত সংগোপনে চলি আছে মিঞা পাব্লিক স্কুল৷ অঞ্চলটোত মুঠ ৫ খন মিঞা পাব্লিক স্কুল স্থাপন কৰি মুছলমান লোকৰ সন্তানক সাম্প্ৰতিক সময়ত বিশেষ পাঠদান দি থকা হৈছে ৷ বটদ্ৰৱাৰ দৰে এখনি ঐতিহাসিক পীঠস্থানত অতি গোপনীয়তাৰে মিঞা পাব্লিক স্কুলৰ নামেৰে বিদ্যালয় চলি থকাৰ বিষয়ে একাংশ লোকে বিষয়টোক সামাজিক মাধ্যমত চৰ্চালৈ অনাৰ পাছত বৃহত্তৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বৃহত্তৰ অঞ্চলটোৰ শান্তিজান জলপৃষ্ঠত মীন পালনৰ নামত বেদখল কৰা , বটদ্ৰৱা থানৰ বৰহিছা গ্ৰেজিং ৰিজাৰ্ভ, বটদ্ৰৱাৰ চৰকাৰী কৃষি বীজপাম, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ কাষৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত জামাইবস্তি স্থাপনেৰে অসামাজিক কামকাজ চলোৱা, ভোমোৰাগুৰিৰে লালুংগাঁও অঞ্চলত প্ৰাক্তন সৈনিকৰ নামত আবন্টিত ভূমিত বেদখলকাৰীয়ে ৰাজত্ব চলাই অহাৰ বিষয়ে ইতিপূৰ্বে ” বিভিন্ন সংবাদ মাধ্যমত ” বিতং তথ্যসহ বেদখলৰ প্ৰতিবেদন প্ৰকাশ পাইছিল।

তদুপৰি ২০১৮ চনত ৰাজ্য জোকাৰি বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ দৰে ঘটনা এই অঞ্চলতে সংঘটিত হোৱা, বেদখলৰ বাতৰি লিখাৰ বাবে সাংবাদিকক ভাবুকি দিয়া, সত্ৰাধিকাৰলৈ ভাবুকি পত্ৰ প্ৰেৰণ কৰা আৰু শান্তিজান জলপৃষ্ঠত ৰাজহ বিভাগৰ ভূমি জৰীপ চলোৱা মণ্ডল -কাননগুহৰ ওপৰত আক্ৰমন চলোৱা ইত্যাদি বহু কু-কৰ্মৰে একাংশ লোকে গুৰুজনাৰ জন্মস্থানৰ গৰিমামণ্ডিত ঐতিহ্য ভূ-লুন্ঠিত কৰি অঞ্চলটোৰ সাংস্কৃতিক চেতনাক কালিমা সানি অহাৰ দৰে ঘটনাৰ পিছত মিঞা পাব্লিক স্কুলৰ নামত পুনৰবাৰ অস্তিত্বৰ সংকট কঢ়িয়াই আনিছে।

এই সন্দৰ্ভত আজি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ” সম্প্ৰতি মিঞা মিউজিয়াম, মিঞা পাব্লিক স্কুল এনেধৰণৰ বিষয়সমূহে গুৰুজনাৰ অৱদানেৰে সমৃদ্ধ অসমীয়া মহাজাতিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । বিধায়ক শ্বেৰমান আলিকে আদি কৰি লোকসকলক এই বিষয়সমূহ দ্বাৰা অসমবাসীৰ অসূয়া অশান্তি সৃষ্টি নকৰি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি নিজকে বৰ অসমৰ অসমীয়া বুলি পৰিচয় দিয়ক কামত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছো”।

লগতে বেদখলৰ মাজেৰে জগত গুৰুৰ জন্মস্থানৰ ঐতিহ্য ভূ লুন্ঠনকাৰী সকলক কঠোৰতম শাস্তি প্ৰদান কৰক বুলিও সত্ৰাধিকাৰ গৰাকীয়ে কয়। এই বিষয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই কয়” গুৰুজনাৰ সাংস্কৃতিক অবদানৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অপশক্তিয়ে বিভিন্ন সময়ত অঞ্চলটোৰ গৰিমা ম্লান কৰি আহিছে।

বটদ্ৰৱাৰ ৯৬২ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰি অঞ্চলটোক সাংবিধানিক ৰক্ষাকবচ প্ৰদান নকৰিলে অদূৰ ভৱিষ্যতেও বটদ্ৰৱাৰ প্ৰতি অধিক সংকট নামি আহিব৷ আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হৈ হাতীচোং শাখাৰ সম্পাদক মাধুৰ্য্য প্ৰতিম শইকীয়াই বটদ্ৰৱাৰ আশে পাশে গঢ়ি উঠা মিঞা পাব্লিক স্কুলসমূহে সমাজত বিভেদৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে ।

এনে ঠেক গণ্ডীৰ পৰা বাহিৰ হৈ অসম মাতৃক ভাৰত মাতাক মাতৃ হিচাপে সেৱা আগবঢ়াওক বুলি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে মত প্ৰকাশ কৰে। বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাইও ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মিঞা পাব্লিক স্কুল বিষয় সন্দৰ্ভত চৰকাৰে তদন্ত আৰম্ভ কৰি দোষীক শাস্তি প্ৰদান কৰা আৰু এই বিদ্যালয় সমূহ বন্ধ কৰাৰ দাবীত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BatadravaMuseum
publisher

publisher

Related Posts

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত
Assam

September 16, 2026
Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ
Assam

Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

September 16, 2026
Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত
Assam

Cyber Crime:কুখ্যাত দুই চাইবাৰ অপৰাধীক আটক কামৰূপৰ টুপামাৰীত

September 16, 2026
ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক
Assam

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

September 16, 2026
তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি
Assam

তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন আঁচনিৰ নামত ১৫ কোটিটকীয়া কেলেংকাৰি

September 16, 2026
Assam

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d