Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ধৰ্ষণৰ মিছা অভিযোগ

publisher by publisher
November 22, 2020
in India, News
Reading Time: 1 min read
0
ধৰ্ষণৰ মিছা অভিযোগ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ধৰ্ষণৰ মিছা অভিযোগ জাপি দি অৱশেষত ভুক্তভোগীক ১৫ লাখ টকা দিবলগীয়া হ’ল চেন্নাইৰ এগৰাকী মহিলাই । দোষ নকৰাকৈয়ে অভিযোগৰ কালিমা ল’বলগীয়া হৈছিল চেন্নাইৰ সন্তোষ নামৰ যুৱকজনে । সমাজ-পৰিয়াল-আত্মীয়ই ছিঃ ছিঃ কৰিছিল সন্তোষক । ফলত অকলশৰীয়া হৈ পৰিবলগীয়া হৈছিল; কিন্তু নিজকে অভিযোগমুক্ত কৰাৰ বাবে আৰম্ভ কৰা যোঁজখনৰ পৰা আঁতৰি অহাৰ নাছিল সন্তোষ । অৱশেষত ১০ বছৰৰ মূৰত সম্পূৰ্ণভাৱে সুবিচাৰ লাভ কৰিলে ।

ADVERTISEMENT

২০১০ত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা হৈছিল সন্তোষৰ বিৰুদ্ধে । তৎকালীন ভাৱে গ্ৰেপ্তাৰ হোৱা সন্তোষে ইয়াৰ পাছত ৯৫ দিনলৈ কাৰাগাৰত থাকিবলগীয়া হৈছিল । উক্ত সময়ত সন্তোষ এজন ছাত্ৰ হিচাপে এখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল । ৯৫ দিন পাছত আদালতৰ পৰা জামিন লাভ কৰি মুক্ত আকাশৰ তললৈ আহিলেও অভিযোগৰ দাগ থাকি গৈছিল গাত । শেষ হৈ গৈছিল উজ্বল ভৱিষ্যত গঢ়াৰ সপোন । অৱশেষত ১৫ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰাৰ লগতে সম্পূৰ্ণভাৱে কলংকমুক্ত হৈ পৰিল সন্তোষ ।

পৰিয়ালৰ এজন বন্ধুৰ কন্যাৰ স’তে বিয়া ঠিক কৰা হৈছিল সন্তোষৰ; কিন্তু সম্পত্তিক লৈ দুয়োটা পৰিয়ালৰ মাজত বিবাদ সৃষ্টি হয় । লগে লগে সম্পৰ্কৰো অৱনতি হ’বলৈ ধৰে । ইয়াৰ পাছত স্বাভাৱিকতে বিয়াখন ভাঙি যায়। এখন বেচৰকাৰী মহাবিদ্যালয়ত অভিযান্ত্ৰিক বিষয়ত অধ্যয়ণ কৰি থকা সন্তোষৰ বিৰুদ্ধে সেই সময়তে ধৰ্ষণৰ অভিযোগ অনা হয় ।

বিয়াৰ কথা-বতৰা আগবঢ়োৱা পৰিয়ালটোৰ পৰা কোৱা হয় তেওঁলোকৰ ছোৱালী অন্তঃসত্ত্বা হৈছে । গৰ্ভত থকা সন্তানটোৰ পিতৃ হিচাপে সন্তোষ তথা সন্তোষৰ পৰিয়াল । স্পষ্ট কৰি দিয়ে যে বিয়াৰ কথা-বতৰা চলিলেও ছোৱালীগৰাকীৰে সন্তোষৰ কোনো ধৰণৰ সম্পৰ্ক স্থাপন হোৱা নাই । সমগ্ৰ বিষয়তো গৈ পায় আদালতৰ মজিয়া । ইয়াৰ মাজতে অভিযোগকাৰীয়ে এটি কন্যা সন্তান জন্ম দিয়ে । ডি এন এ পৰীক্ষাৰ পাছত সন্তানটোৰ পিতৃ যে সন্তোষ নহয় সেই কথা নিশ্চিত হয়; কিন্তু ইয়াৰ পাছতো ছবছৰ চলে আদালতত ।

২০১৬ত চেন্নাইৰ আদালতে সন্তোষক অভিযোগমুক্ত হোৱাৰ পাছত মানহানিৰ গোচৰ তৰে সন্তোষে । মিছা অভিযোগ তৰি মানহানি কৰাৰ অভিযোগেৰে ৩০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰা হয় । শেষ পৰ্যন্ত আদালতে সন্তোষক ১৫ লাখ টকা দিবলৈ নিৰ্দেশ দি গোচৰৰ ৰায়দান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: channaiindia
publisher

publisher

Related Posts

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

September 29, 2026
শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে
Assam

শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

September 29, 2026
এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d