Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সার্বভৌমত্ব-নিৰাপত্তা বিঘ্নিত হােৱাৰ শংকা

publisher by publisher
November 25, 2020
in India, News
Reading Time: 1 min read
0
সার্বভৌমত্ব-নিৰাপত্তা বিঘ্নিত হােৱাৰ শংকা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nepal Flood Update:নেপালত আকস্মিক বানত চাৰি শতাধিকৰ মৃত্যু নিশ্চিত কৰিলে চৰকাৰে

Bangladesh:সন্ত্ৰাসবাদক পানীৰ দৰে গণ্য কৰিব নকৰিব !

Donald Tramp:সুসম্পর্ক থাকিল বুলিয়ে ভাৰতে শুল্কৰ পৰা ৰেহাই নাপায়: ট্রাম্প

দেশৰ সার্বভৌমত্ব আৰু নিৰাপত্তা বিঘ্নিত হােৱাৰ আশংকাতে পুনৰ ৪৩টা ম’বাইল এ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে। লক্ষ্যণীয়ভাৱে নিষিদ্ধ।হােৱা এ সমূহৰ অধিকাংশই চীনা এ আৰু সেইবােৰ ‘ডেটিং’সংক্রান্তীয়। সম্প্রতি দেশত এই ধৰণৰ ‘ডেটিং এপৰ জনপ্রিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। বিশেষকৈ তৰুণ-তৰুণীসকলৰ মাজত এনে এপৰ ব্যৱহাৰ.দ্রুতগতিৰে বৃদ্ধি পাইছে। ফলত এই এসমূহ নিষিদ্ধ কৰাৰ বাবে চৰকাৰ সমালােচনাৰ সন্মুখীন হােৱাৰ আশংকাও কৰা হৈছে।

ADVERTISEMENT

কেন্দ্রীয় চৰকাৰৰ তথ্য-প্রযুক্তি মন্ত্রণালয়ৰ সূত্ৰই আজি জনাইছে যে দেশৰ তথ্য-প্রযুক্তি আইনৰ ৬৯-এ ধাৰাৰ অধীনত এই ম’বাইল এসমূহ নিষিদ্ধ কৰা হৈছে। এই ম’বাইল এসমূহ ব্যৱহাৰৰ মাধ্যমেৰে দেশৰ নিৰাপত্তা, প্রতিক্ষা আৰু সার্বভৌমত্ব বিপদৰ মুখত পৰিব পাৰে বুলি ইণ্ডিয়ান চাইবাৰ ক্রাইম কো-অর্ডিনেচন চেণ্টাৰৰ তৰফৰ পৰা সতর্কবার্তা প্ৰেৰণ কৰা হৈছিল। উক্ত সাৱধানবাণী পােৱাৰ পাছতে এই পদক্ষেপ গ্রহণ কৰা বুলি মন্ত্রণালয় সূত্রই জনাইছে। ইফালে, একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে অন্যান্য ম’বাইল এসমূহৰ দৰে ‘ডেটিং’ এ সম্প্রতি অতিশয় জনপ্রিয়।

লাডাখত ভাৰতৰ স’তে চীনৰ বিবাদৰ ফলত ইয়াৰ পূর্বেও কেন্দ্রই বহু চীনা এ নিষিদ্ধ কৰিছিল। বিশেষজ্ঞসকলে কয় যে সেই বাবেই এতিয়া চীনে বিভিন্ন জনপ্রিয় ‘ডেটিং এপৰ মাধ্যমেৰে চৰবৃত্তিৰ নতুন পন্থা গ্রহণ কৰিছে। এই এপসমূহৰ মাধ্যমেৰে মানুহক সহজে ফান্দত পেলােৱা সম্ভর বুলিও তেওঁলােকে মত ব্যক্ত কৰিছে।

উল্লেখ্য যে যােৱা ২৯ জুনত ৫৯টা আৰু দুই ছেপ্টেম্বৰত মুঠ ১১৮টা ম’বাইল এ নিষিদ্ধ কৰা হৈছিল। সেই সকলােবােৰ চীনা এ বুলি সদৰী কৰিছিল কেন্দ্রই। তেতিয়াও এক বিবৃতি জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে দেশৰ সার্বভৌমত্ব আৰু নিৰাপত্তাৰ স্বাৰ্থতে তথা দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবেই এই ম’বাইল এসমূহ নিষিদ্ধ কৰা হৈছে। এই নিষিদ্ধকৰণৰ তালিকাত আছিল টিকটক্, ইউছি ব্রাউজাৰ, উইচেটৰ দৰে জনপ্রিয় এসমূহ। অভিযােগ উঠিছিল যে এই এসমূহৰ মাধ্যমেৰে চীনে দেশৰ বিভিন্ন গুরুত্বপূর্ণ ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰি আছে। দেশৰ নিৰাপত্তা বিঘ্নিত হােৱাৰ আশংকাতে সেই এমূহ নিষিদ্ধ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: chinese mobile app banindian govt
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d