Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বোকাজান মহকুমাৰ অসম-নগালেণ্ড সীমান্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী  অজন্তা নেওগৰ স্থিতিয়ে কংগ্ৰেছক অস্বস্তিত পেলাইছে-দেবব্ৰত শইকীয়া

publisher by publisher
December 18, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
বোকাজান মহকুমাৰ অসম-নগালেণ্ড সীমান্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী  অজন্তা নেওগৰ স্থিতিয়ে কংগ্ৰেছক অস্বস্তিত পেলাইছে-দেবব্ৰত শইকীয়া
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

পাহাৰীয়া জিলা কাৰ্বি আংলংৰ দলদলি সংৰক্ষিত বনাঞ্চলত নগাৰ অসমৰ ভূমি আগ্ৰাসন সন্দৰ্ভত বুজ লবলৈ আজি অসম নগালেণ্ড সীমান্তত উপস্থিত হয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। উল্লেখ্য যে অসম নগালেণ্ড সীমান্তৰ দপদপনিৰ সংৰক্ষিত বনাঞ্চলৰ নগালোকে অসমৰ ভূমি বে-দখল কৰাৰ লগতে গছ গছনি কাটি তহিলং কৰাৰ খবৰ লাভ কৰি পৰিদৰ্শনৰ বাবে উপস্থিত হয়হি দুই কংগ্ৰেছী নেতা।

ADVERTISEMENT

এই বিৰোধী নেতাদ্বয়ৰ মন্তব্য যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি শাসিত ৰাজ্য চৰকাৰ আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চৰকাৰখনে এই দলদলি সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি ষ্টেডিয়াম আৰু হস্পিতাল নিৰ্মাণ কৰাৰ অভিসন্ধি ৰচনা কৰিছে।

মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে বিজেপি চৰকাৰৰ দিনতেই অসম নগালেণ্ড সীমান্তত সীমা নিৰ্দ্ধাৰণৰ বাবে পোতা পকী পিলাৰবোৰ আতৰাই অসমৰ বিজেপি নেতা আৰু নগালেণ্ডৰ বিজেপি নেতাৰে মিলি গোপন বুজাবুজি কৰি অসমৰ ভূমি আগ্ৰাসনৰ কৌশল ৰচনা কৰিছে।

ইপিনে এ আই ডি ইউ এফৰ লগত মিত্ৰতাৰ বাবেই বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় অন্যতম কাৰণ বুলি কুৰ্মীয়ে উল্লেখ কৰে ৷আনহাতে, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনৰ চকুৰ সন্মুখতেই নগা লোকে অসমৰ ভূমি আগ্ৰাসন নীতি অব্যাহত ৰাখিছে। সেয়েহে তেওঁ শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত এক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অসম নগালেণ্ড সীমান্তৰ পৰাই সকীয়াই দিয়ে।

ইয়াৰ উপৰি বিৰোধী দলপতিগৰাকীয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গোলাঘাটৰ কংগ্ৰেছী বিধায়িকা অজন্তা নেওগৰ প্ৰসংগত কয় যে তেওঁ বিজেপিলৈ যাব বুলি ইয়াৰ পূৰ্বেও সংবাদ মাধ্যমত শুনিবলৈ পাইছে । এই ক্ষেত্ৰত তেওঁৰ স্থিতি তেওঁ নিজেই সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰাতো উচিত।

কাৰণ অজন্তা নেওগৰ মুখলৈ চায়েই বৰ্তমানেও গোলাঘাটত কংগ্ৰেছী কৰ্মীসকলে দলৰ সাংগঠনিক কাম কাজ কৰি গৈছে। নেওগৰ এনে স্থিতিয়ে কংগ্ৰেছক অস্বস্তিত পেলাইছে বুলি তেওঁ উল্লেখ কৰে ৷আনহাতে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ ক্ষেত্ৰতো তেনে কথা ওলাইছে যদিও সেইয়া সত্য নহয় বুলি তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBJPKARBI ANGLONGRupjyoti Kurmi
publisher

publisher

Related Posts

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d