Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

বহু ৰোগৰ ঔষধি ৰূপে ব্যবহৃত হোৱা বেলৰ কেইটিমান উপকাৰিতা আজি জানি থঁও আহকচোন……..

publisher by publisher
December 29, 2020
in Health, Lifestyle, News
Reading Time: 1 min read
0
বহু ৰোগৰ ঔষধি ৰূপে ব্যবহৃত হোৱা বেলৰ কেইটিমান উপকাৰিতা আজি জানি থঁও আহকচোন……..
30
SHARES
296
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

মানুহৰ দৈনন্দিন জীৱনত বেলগছৰ গুৰুত্ব বহু বেছি

ইয়াৰ প্ৰত্যেকটো অংগই, মূল,ফুল,ডাল,চাল,বীজ, ফল আমাৰ বাবে অতি মূল্যৱান।পূজা অৰ্চনাত ইয়াক ব্যৱহাৰ কৰা হয় । বেলত কাৰ্ব’হাইড্ৰেট,প্ৰ’টিন, ভিটামিন-এ, ভিটামিন-বি ৰ ভিতৰত ৰাইব’ফ্লেভিন, থিয়ামাইন, ভিটামিন-চি, কেলছিয়াম,ফচফৰাছ,আইৰণ, শক্তি (কেলৰি) আৰু যথেষ্ট পৰিমাণে পানী আদি পোৱা যায়। বেলৰ পাত, শিপা আৰু ফলত উপকাৰী ৰাসায়নিক উপাদান থাকে।বেলত ৮৪ শতাংশ পানী থাকে বাবে বেল ফল খালে সহজতে তৃষ্ণা নিবাৰণ হয়। বেল ফলত ভিটামিন বি, বি-৬ আৰু ভিটামিন ই যথেষ্ট পৰিমাণে পোৱা যায়। বেলত থকা ফচফৰাচ, কেলচিয়াম আৰু লৌহ পদাৰ্থই মস্তিস্ক আৰু স্নায়ুক যথেষ্ট শক্তি প্ৰদান কৰে।

ADVERTISEMENT

বহু ৰোগৰ ঔষধি ৰূপে ব্যবহৃত হোৱা বেলৰ কেইটিমান উপকাৰিতা আজি জানি থঁও আহকচোন…

●গৰমৰ দিনবোৰত বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি ৷ ই শৰীৰ শীতল কৰে।

● গাৰ বেয়া গোন্ধ বিশেষকৈ গৰমত ঘামজনিত কাৰণত গা গোন্ধালে বেলৰপাত পিচি ৰস উলিয়াই পানীত মিহলাই গাধূৱাৰ আগত শৰীৰত লগাই কিছু সময় ৰাখি স্নান কৰিলে গাৰ বেয়া দুৰ্গন্ধ নোহোৱা হয়।

● বেলৰ পাত গৰুৰ ঘিউঁত ভাজি গুড়ি কৰি ইয়াৰ সামান্য পৰিমাণে এক চাহ চামুচ মৌজোলৰ লগত সেৱন কৰিলে কাঁহ ৰ পৰা পৰিত্ৰাণ পাব পাৰি।

●পকা বেলৰ শাহ গৰম পানীত মিহলাই খালে কিডনী পৰিস্কাৰ হোৱাৰ লগতে বিভিন্ন ইনফেকশ্বন্ দূৰ হয় বিশেষকৈ কিডনিৰ পাথৰ এই মিশ্ৰণে প্ৰস্ৰাৱৰ লগত বাহিৰ কৰে আৰু প্ৰস্ৰাৱৰ জ্বলন পুৰণিও বহু ৰোধ কৰে।

●পকা বেলৰ শাহ হৃদৰোগীৰ বাবে পৰম ঔষধি।

●পকা বেলে মানুহৰ অজীৰ্ণ, কোষ্ঠকাঠিন্য,ভাইৰেল জনিত বিভিন্ন ৰোগ,অৰ্শৰোগ ইত্যাদি দূৰ কৰে।

● বেলৰ পাত আৰু জালুক একেলগে মিহলাই মিহিকৈ বটি মটৰ মাহৰ সমান সৰু সৰু বড়ি বনাই দিনে চাৰিটাকৈ খালে মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা হ্ৰাস পায়।

● বমি হৈ থাকিলে বেল ফলৰ শাহ পানীত উতলাই , চেকি লৈ ৰোগীক খুৱালে বমি বন্ধ হয়।

●বেলৰ কোমল পাতৰ ৰস উলিয়াই তাত জালুকৰ গুৰি আৰু সৈন্ধৱ লৱণ মিহলাই খুৱালে অজীৰ্ণ ৰোগ নষ্ট হয়।

●জুই বা গৰম বস্তুৱে পুৰিলে বেলৰ পাতৰ ৰস ঘনাই লগালে পোৰণিৰ তীব্ৰতা হ্ৰাস পায়।

●বেলৰ পাতৰ ৰস,সম পৰিমাণৰ নেমুৰ ৰস আৰু মিচিৰি মিহলাই খালে ডায়েৰিয়া ৰোগ নিয়ন্ত্ৰণ হয়।

●বেলৰ শাহ, চাউল ধোৱা পানীৰ লগত বটি খুৱালে গৰ্ভাৱস্থাত হোৱা বমি বন্ধ হয়।

●বেল গছৰ শিপা খহতা শিলত ঘঁহি তাৰ গুৰিৱে কপালত প্ৰলেপ দিলে মূৰৰ কামোৰণি ভাল হয়।

●প্ৰতিদিনে এটাকৈ বেল ফল খালে পাচন তন্ত্ৰ শক্তিশালী হয় আৰু ভোক বৃদ্ধি পায়।

● বেল ফলত থকা আঁহৰ বাবে পেট পৰিষ্কাৰ হয়।

●বেলৰ পাত পিহি কপালত ভৰণ দিলে সন্নিপাত জ্বৰত প্ৰলাপ বকা ৰোগীবোৰ জ্বৰ কমে।

●হৃদশূল বা এঞ্জাইনা বিষ হ’লে বেল পাতৰ ৰস খাব লাগে। বেল পাত পিহি ৭-৮ গ্ৰাম ৰস উলিয়াই গৰুৰ ঘিউ মিহলাই পুৱা-গধূলি খালে এঞ্জাইনা বিষ নিৰাময় হয়।

●প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে বেল পাতৰ লগত জিৰা আৰু মিচিৰি মিহলাই পিহি খুৱালে দুদিনৰ ভিতৰতে আৰোগ্য হয়।

●জণ্ডিচ ৰোগত বেল পাতৰ ৰসৰ লগত জালুক মিহলাই গুৰি কৰি কিছুদিন খুৱালে ৰোগ আৰোগ্য হয়। অৰ্শ ৰোগৰ বাবেও এই মিশ্ৰণ উপকাৰী।

●বেলৰ শিপা পানীৰ লগত পিহি গুৰি কৰি সৰ্পদংশন হোৱা অংশত লগালে বিষ নাইকিয়া হয়।

●বেলৰ শাহৰ লগত গাখীৰ মিহলাই খালে দাঁতৰ পৰা তেজ পৰা বন্ধ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Benefitsgood healthIndian bael
publisher

publisher

Related Posts

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d