Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

    Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

    Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

    Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

    Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

ক্ষতিপূৰণৰ বাবে বনানীকৰণ কৰিব সুদূৰ মধ্যপ্ৰদেশত, এনএইছপিচিৰ প্ৰস্তাৱক লৈ অন্তহীন উদ্বেগ, পূব হিমালয়ৰ বুকুত ক্ষতিসাধন কৰি পৰিৱেশতন্ত্ৰলৈ নমাই আনিব গভীৰ বিপদ

publisher by publisher
October 26, 2026
in National, News
Reading Time: 6 mins read
0
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

Arunacal Pradesh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অসমৰ উপৰি ভাগত অৰুণাচল প্রদেশত প্ৰস্তাৱিত একাধিক বৃহৎ নদীবান্ধে কঢ়িয়াই আনিব পৰা ভয়াৱহতাক লৈ আশংকা অব্যাহত থকাৰ সময়তে চুবুৰীয়া ৰাজ্যখন ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্রতিবাদত উত্তাল হৈ আছে। শেহতীয়াকৈ সোৱণশিৰি নৈৰ সুঁতিত ২৩ লক্ষাধিক মূল্যৱান গছ কাটি অৰুণাচল প্ৰদেশৰ কমলা নৈৰ বুকুত চৰকাৰী জলবিদ্যুৎ উৎপাদনকাৰী সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম (এনএইছপিচি) তৎপৰ হোৱাৰ সমান্তৰালভাৱে বৃহৎ নদীবান্ধ বিৰোধী প্রতিবাদে কোবাই গৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশক।
২৩ হেজাৰ ৭৬৪ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ ওলোৱা এই জলবিদ্যুৎ প্রকল্প সোৱণশিৰি নৈৰ অৱবাহিকাত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত একাধিক জলবিদ্যুৎ প্রকল্পৰ ভিতৰত এটা অন্যতম। অৰুণাচল প্ৰদেশৰ নামনি হিমালয়ৰ অঞ্চলৰ ক্ৰা দাদি, কুৰুং কুমেই আৰু কামলে জিলাৰ গভীৰ বনাঞ্চলক এই জলবিদ্যুৎ প্রকল্পই সামৰি ল’ব।
এনএইছপিচিৰ নথি অনুসৰিয়ে যদি ক্রা দাদি, বুৰুণ্ড কুমেই আৰু কামলে জিলাৰ বনাঞ্চল সংৰক্ষণমুক্ত কৰাৰ আবেদন গৃহীত হ’লে ২৩,৪০,২১৩ ডাল গছ অৰুণাচলৰ বুকুৰ পৰা নোহোৱা হ’ব। ইয়াৰ ভিতৰত ১৫.০৮৭ডাল গছ হাপুলি বনমণ্ডল আৰু ৮.৩ ভাল গছ ক্রা দাদি বন সংমণ্ডলৰ অধীনস্থ। উচ্চ সংৰক্ষিত বনাঞ্চলক মূল্যযুক্ত এই বনাঞ্চলৰ ভিতৰত ৪৩৯ হেক্টৰ অতি গভীৰ বন ভূমিৰ শ্ৰেণীযুক্ত আৰু ১,১১৯ হেক্টৰ মধ্যমীয়া গভীৰ বনভূমি তথ্য অনুসৰি, এই বনাঞ্চলত ৬৯টা পৰিয়ালৰ ১৫৫টা প্ৰজাতিৰ গছ আছে।
কেন্দ্ৰীয় পৰিৱেশ মন্ত্রণালয়ৰ বন পৰামৰ্শদাতা কমিটী (এফএছচিএ) এই বিষয়টো বিবেচনা কৰিব। এই পৰিসংখ্যাই স্পষ্ট কৰি দিছে যে প্ৰকল্পৰ ফলত অঞ্চলটোৰ জৈৱ বৈচিত্র্য ভয়াৱহভাৱে ক্ষতিগ্রস্ত হ’ব। এনে বৃহৎ বনাঞ্চল উছন কৰাটোৱে কেৱল কিমানডাল গছ কাটিলে তাতে সীমাবদ্ধ হৈ নাথাকে। বৃহৎ গছৰ লগতে তৰু-লতা-তৃণকে ধৰি বিভিন্ন প্ৰজাতিৰ সেউজ ভূমি ধ্বংস হ’ব। বিশেষজ্ঞস্কলৰ মতে পূব হিমালয়ৰ বনাঞ্চল এটা পাৰস্পৰিক পৰিৱেশতন্ত্ৰৰ অংশ। য’ত উদ্ভিদ, বন্যপ্ৰাণীৰ আবাসস্থল, নদী প্রণালী আৰু জীব-জন্তু অহা-যোবা পথ গভীৰভাৱে সংযুক্ত হৈ থাকে। বৃহৎ আন্তঃগাঁথনিৰ প্ৰকল্পৰ ফলত সেউজ ভূমি উছন কৰিলে এই বৃহৎ পৰিৱেশতন্ত্র ভাবুকিৰ সম্মুখীন হয় বুলি বিশেষজ্ঞসকলে শংকা প্রকাশ কৰিছে।
এই প্ৰকল্পৰ ফলত নিৰ্মাণ কৰিবলগীয়া বৃহৎ আন্তঃগাঁথনিৰ ফলত পৰিৱেশতন্ত্ৰকলৈ আহিবলগীয়া ভাবুকিক লৈ গুৰুতৰ উদ্বেগ প্ৰভাৱিত হৈছে। বিশেষকৈ পাহাৰীয়া অঞ্চলৰ গভীৰ অৰণ্য ভূমি উছন কৰি প্ৰস্তাৱিত প্রকল্প বাস্তৱায়িত হ’লে বৃহৎসংখ্যক খিলঞ্জীয়া জনগোষ্ঠীয়ে চিৰকাললৈ পিতৃপুৰুষৰ ভূমি হেৰুৱাব। আন এক বিশেষ উদ্বেগৰ কাৰণ হৈছে যে আইন অনুসৰি প্ৰকল্পৰ ফলত উছন হ’বলগীয়া বনভূমিত সৃষ্টি কিয়নো এই বনভূমিৰ ক্ষতিপূৰণ অৰুণাচল প্রদেশত কৰাটো সম্ভৱ নহ’ব। এনএছপিচিৰ প্ৰস্তাৱ অনুসৰি মধ্যপ্রদে মধ্যপ্রদেশতে বিকল্প ভূমি চিনাক্ত কৰি বৃক্ষৰোপণ কৰা হ’ব।
মন কৰিবলগীয়া যে শ্বিলংস্থ পৰিৱেশ মন্ত্রণালয়ৰ মাণ্ডলিক কাৰ্যালয়ৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন প্রতিবেদনত উল্লেখ আছে যে প্রকল্পস্থলী ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, জৈৱ বৈচিত্র্য সংৰক্ষণ অথবা হস্তী কৰিড’ৰৰ অন্তর্ভুক্ত নহয়। অৱশ্যে এই ক্ষেত্র ভিত্তিক অধ্যয়ন প্রতিবেদনত কোৱা হৈছে যে সন্দেহাতীতভাৱে এই প্রকল্পই বিভিন্ন বন্যপ্ৰাণীৰ আৱাসস্থলী ধ্বংস কৰিব। তদুপৰি প্ৰকল্পৰ ফলত বৃহত্তৰ অঞ্চল জলমগ্ন হোৱাৰ ফলত এটাৰ পৰা আনটো পাৰলৈ বন্যপ্ৰাণীৰ প্রব্রজন বাধাগ্রস্ত হ’ব প্রতিবেদনত এই মতামত দাঙি ধৰি এক জৈৱ বৈচিত্রা সংৰক্ষণ পৰিকল্পনাৰ প্ৰস্তুতৰ কথাও কোৱা হয়।
উল্লেখ্য যে কমলা জলবিদ্যুৎ প্রকল্পৰ সম্ভাব্য ব্যয় ২৪শ কোটি বুলি কোৱা হৈছে। ইয়াৰ বাবে ২১৬ মিটাৰ উচ্চতাৰ কংক্রিটৰ বান্ধ নির্মাণ কৰা হ’ব। জলভাণ্ডাৰ অঞ্চল আৰু বান্ধৰ শীৰ্ষৰ অঞ্চলক সামৰি কমলা জলবিদ্যুৎ প্রকল্পই ২৯৬০. ৪৯ হেক্টৰ বনভূমি গ্রাস কৰিব বুলি কোৱা হৈছে। উল্লেখ্য যে কমলা নদী উপত্যকা অঞ্চল প্রায় সম্পূৰ্ণৰূপে পাহাৰীয়া আৰু গভীৰ বনভূমিৰে আৱৰা। ১২৬খন গাঁৱৰ ৫,৪৪০টা পৰিয়াল এই প্রকল্পৰ ফলত ক্ষতিগ্রস্ত হ’ব। এই ক্ষেত্র অধ্যয়নতে সাৱধান কৰি দিয়া হৈছে যে প্রস্তাবিত প্রকল্পই সামৰি লোৱা বনাঞ্চলসমূহ ওপৰত উল্লিখিত কোনো বিশেষ সংৰক্ষিত অঞ্চলত অন্তর্ভুক্ত নহ’লেও নিশ্চিতভাৱে ই বন্যপ্রাণীৰ ওপ্ৰত ক্ষতিকাৰক প্ৰভাৱৰ পৰা মুক্ত নহয়।
এই প্রতিবেদনত কোৱা হৈছে যে প্রকল্পই বিভিন্ন বন্যপ্রাণীৰ বসতিস্থল নিশ্ছিন্ন কৰিব। তদুপৰি বৃহৎ অঞ্চল জলমগ্ন হোৱাৰ ফলত এটা পাৰৰ পৰা আনটো পাৰলৈ প্ৰব্ৰজন বাধাগ্রস্ত হ’ব। এই প্রতিবেদনতে বন্যপ্রাণী সংৰক্ষণ আৰু জৈৱ বৈচিত্র্য সংৰক্ষণৰ বিকল্প পৰিকল্পনা প্রস্তুতৰ বাবে আহ্বান জনোৱা হয় বন্যপ্ৰাণীৰ চলাচলৰ বাবে অতি প্রয়োজনীয় বৃহৎ বনাঞ্চল উহন কৰিব লোৱা কাৰ্যত পৰিবেশৱিদসকল উদ্বিগ্ন হৈছে।
প্রস্তাবিত গছ কটাৰ অনুমোদনৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ পৰিৱৰ্তে মধ্যপ্ৰদেশৰ ক্ষতিপূৰণ হিচাপে বনানীকৰণৰ প্রকল্পক লৈ বিভিন্ন উদ্বেগৰ প্ৰশ্নৰ সৃষ্টি হৈছে। সুত্রত প্রকাশ যে এনএইছপিচিয়ে মধ্যপ্ৰদেশৰ কে’বাখনো জিলাত ৭০১৮ হেক্টৰ স্থানত ক্ষতিপূৰণ হিচাপে বনানীকৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। ইতিমধ্যে প্ৰচুৰ পৰিমাণৰ বনভূমি সম্পন্ন অৰুণাচল প্ৰদেশৰ এখন ৰাজ্যক ক্ষতিপূৰণৰ বাবে বৃক্ষৰোপণৰ উপযোগী ভূমি চিনাক্ত কৰাটো যে জটিল হৈছে সেয়া এই প্রস্তাৱে উদঙাই দিয়ে।
প্রযোজ্য বন সংৰক্ষণ নীতি অনুসৰি, নিৰ্ধাৰিত চৰ্ত পূৰণ কৰিবলৈ হ’লে বন ধ্বংস হোৱা ৰাজ্যৰ বাহিৰতো বনানীকৰণ কৰিব পাৰি। যি অঞ্চলত সমপৰিমাণৰ অবনভূমি উপলব্ধ নহয় তাত নীতি অনুসৰি অৱনমিত বনভূমিত বন ধ্বংস হোৱা অঞ্চলৰ দুগুণ ভূমিত বনানীকৰণ কৰিব লাগিব। সেয়েহে অৰুণাচলত প্ৰস্তাৱিত বনভূমি ধ্বংসৰ ক্ষতিপূৰণ হিচাপে মধ্যপ্রদেশত দুগুণ ভূমিত বনানীকৰণৰ কথা কোৱা হৈছে। ইয়াৰ লগে লগে পৰিৱেশতন্ত্রগত প্রশ্ন উত্থাপন হৈছে।
অৰুণাচলৰ বনাঞ্চল ধ্বংসৰ ক্ষতিপূৰণৰ মূল্য যিদৰে আদায় দিবলৈ বিচৰা হৈছে, তাকে লৈ প্রশ্ন উত্থাপন হৈছে। উদ্বেগৰ প্ৰশ্ন হ’ল যে অৰুণাচল প্রদেশত বনানীকৰণৰ পৰিৱৰ্তে মধ্যপ্ৰদেশত বনানীকৰণৰ বাবে পৰিকল্পনা লোৱা হৈছে। এনএইছপিচিয়ে মধ্যপ্ৰদেশৰ কে’বাখনো জিলাত ৭০১৮ হেক্টৰ ভূমিত ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে প্ৰস্তাৱ দিছে। সেয়েহে উদ্বেগ প্রকাশিত হৈছে যে আন এখন ৰাজ্যত কৰা বনানীকৰণে পূব হিমালয়ৰ প্রাচীন বনাঞ্চল নাশৰ ক্ষতিপূৰণ কৰিব পাৰিবনে?
এই বৃহৎ পৰিৱেশতন্ত্র প্রশ্নই এতিয়া পৰিৱেশবিদসকলৰ মাজত চৰ্চিত বিষয়।
এখন অৰণ্যৰ পৰিৱেশগত আচৰণ কেৱল গছৰ সংখ্যাৰ ওপৰতে নিৰ্ভৰশীল নহয়। ইয়াৰ উদ্ভিদ, আৱাসস্থলীৰ গাঁথনি, বিভিন্ন প্ৰজাতিৰ সহৱাস্থান আৰু চৌপার্শ্ব ভূ-প্রকৃতিৰ স’তে সম্পর্কিত হয়। এইসমূহ উপাদানে বনাঞ্চলৰ পৰিৱেশগত মূল্য নির্ণয় কৰে।
সেয়েহে আন এঠাইত বৃক্ষৰোপণৰ জৰিয়তে ক্ষতিপূৰণমূলক বনানীকৰণৰ প্ৰয়োজনীয়তা পূৰণ হ’ব পাৰে যদিও ই কেতিয়াও উহন কৰা এখন বনাঞ্চলৰ পৰিৱেশতন্ত্রগত বৈশিষ্ট্য পুনৰ নিৰ্মাণ কৰিব নোৱাৰে। দেশৰ পৰিৱশ মন্ত্রণালয়ৰ বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে স্বয়ং প্রস্তাৱিত গহ কটাক লৈ উদ্বেগ প্রকাশ কৰা দেখা গৈছে। সেয়েহে পৰিৱেশ মন্ত্রণালয়ৰ বিশেষজ্ঞ সমিতিয়ে সুনির্দিষ্ট আৰু সুপৰিকল্পিত পৰিৱেশতন্ত্র পুনৰুদ্ধাৰৰ পৰিকল্পনাৰ লগতে উপযুক্ত ক্ষতিপূৰণ আদিৰ ব্যৱস্থা কৰিবলৈ কৈছে।
কমলা প্রকল্পক নদীৰ প্ৰৱাহ ভিত্তিক জলভাণ্ডাৰ সমৃদ্ধ প্রকল্প হিচাপে তুলি ধৰা হৈছে। ইয়াত ২১৬ মিটাৰ উচ্চতাৰ কংক্রিটৰ বান্ধ নিৰ্মাণ কৰা হ’ব। ২৯৬০.৪৯ হেক্টৰ বনাঞ্চলৰ বুকু ভেদি এই প্রকল্প নিৰ্মাণ কৰা হ’ব। সোৱণশিৰি নৈৰ অৱবাহিকাৰ প্ৰস্তাৱিত জলবিদ্যুৎ প্রকল্পসমূহৰ ভিতৰত অন্যতম এই পৰিকল্পনা। ইতিমধ্যে অসম-অৰুণাচল সীমান্তত গেৰুকামুখত সোৱণশিৰিৰ নামনি ভাগত দুই হেজাৰ মেগাৱাট নামনি সোৱণশিৰি প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই প্রকল্পক লৈ অসমত তীব্র প্রতিবাদ-বিক্ষোভ প্রদর্শন কৰা হৈছিল যদিও সকলো গচকি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা হ’ল। এই নদীবান্ধৰ ফলত অসমৰ নামনি অঞ্চলৰ বাসিন্দাসকল অহৰহ আতংকৰ মাজত বাস কৰে।
এনে বৃহৎ পৰিসৰৰ জলবিদ্যুৎ প্রকল্প বিদ্যুৎ উৎপাদনৰে আধুনিক জীৱন যাপনশৈলীত বৃহৎ অৱদান আগবঢ়ায় বুলি চৰকাৰ তথা নিৰ্মাণকাৰী সংস্থাই দাবী কৰে। কিন্তু ইয়াৰ পৰিৱেশগত প্রভাৱ প্রয়োজনীয় ভূমিৰ পৰিসৰ, জলমগ্ন হোৱা অঞ্চল আৰু নৈ প্ৰণালীত হোৱা পৰিৱৰ্তন তথা চৌপাশৰ পৰিৱেশতন্ত্ৰৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাক লৈ বহু প্রশ্ন আছে। একে নৈৰ অৱবাহিকাতে বহুমুখী একাধিক প্রকল্প নিৰ্মাণৰ ফলত ইয়াৰ আন্তঃগাঁথনিয়ে সৃষ্টি কৰা ক্ষতিৰ পৰিমাণো ব্যাহত হয়।
কে’বাটাও এনে প্রকল্পই সমগ্র নদীৰ প্ৰণালীত কি ধৰণৰ বৃহৎ পৰিৱেশগত ভয়াৱহতা নমাই আনিব তাকে লৈও উদ্বেগ প্রকাশিত হৈছে। বিগত কিছু বছৰ ধৰি সোৱণশিৰি নৈৰ অৱবাহিকাত বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণক কেন্দ্ৰ কৰি বিতর্ক অব্যাহত আছে। জৈৱ বৈচিত্র্য আৰু স্থানীয় খিলঞ্জীয়া লোকৰ প্ৰয়োজনীয়তা তথা বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত থকা বিপদসমূহ দূৰ কৰি পূব হিমালয়ৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা কিদৰে ব্যৱহাৰ কৰিব পাৰি এই দীর্ঘদিনীয়া বিতৰ্কৰ নতুন সংযোজন হৈছে কমলা বহুমুখী প্রকল্প।
মনকৰিবলগীয়া যে কেৱল বনাঞ্চলৰ ক্ষতিসাধনতে সীমাবদ্ধ নহয় এই প্রস্তাবিত প্রকল্প। সামাজিক প্রভার মূল্যায়ন প্রতিবেদন অনুসৰি ১২৬খন গাঁৱৰ ৫,৪৪০টা পৰিয়াল ইয়াৰ ফলত ক্ষতিগ্রস্ত হ’ব। কামলে, ক্রা দাদি আৰু কুৰুং কুমেই -এই তিনি জিলাক প্রকল্পটোৱে সামৰি ল’ব।
উল্লেখ্য যে বিগত বহু বছৰ ধৰি এই প্ৰকল্পটো বহু পৰীক্ষণৰ সম্মুখীন হৈছে। ১৯৯৬ত ব্রহ্মপুত্র ব’র্ডে প্রকল্পস্থলী পৰীক্ষা কৰে।পৰৱৰ্তী সময়ত এনএইছপিচিয়ে সম্ভাৱনীয় তাক লৈ অধ্যয়ন কৰে আৰু বিতং প্রকল্প প্রতিবেদন প্রস্তুত কৰে। পৰৱৰ্তী পর্যায়ক কমলা জলবিদ্যুৎ শক্তি কোম্পানী লিমিটেডক হস্তান্তৰ কৰা হয়। আৰম্ভণিতে ১৮শ মেগাৱাটক বান্ধ নিৰ্মাণ কৰাৰ কথা আছিল। বিভিন্ন অমীমাংসিত প্রত্যাহ্বানৰ বাবে এই প্ৰকল্পৰ অগ্রগতি স্তব্ধ হৈ পৰে আৰু ইয়াৰ বিতং প্ৰকল্পৰ প্ৰতিবেদন ওভতাই পঠিওৱা হয়। ২০১৮৩ লাভ কৰা অনুমোদনো বাতিল হয়।
ইয়াৰ পাছত ২০২৩ত অৰুণাচল প্ৰদেশ চৰকাৰে এনএইছপিচিক প্ৰকল্পৰ হস্তান্তৰৰ অনুমতি দিয়ে। এনএইছপিচিয়ে পৰৱৰ্তী সময়ত ইয়াৰ ক্ষমতা ১৭২০ মেগাৱাট কৰে আৰু কেন্দ্ৰীয় শক্তি প্ৰাধিকৰণে ২০২৫ৰ মে’ত সংশোধিত বিতং প্রতিবেদন মর্মে অনুমোদন জনোৱা বুলি পৰিৱেশ মন্ত্রণালয়ৰ মূল্যায়ন নথিত কোৱা হৈছে।
চলিত বৰ্ষৰ জানুৱাৰীত মন্ত্রণালয়ৰ বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে প্ৰকল্পৰ পৰিৱেশগত অনুমোদনৰ বাবে সম্মতি দিয়ে। এই অনুমোদনৰ অৰ্থ এয়া নাছিল যে বনাঞ্চল উকা কৰি পেলোৱা হ’ব অথবা গছ কটাৰ বাবে অনুমোদন দিয়া হৈছে। পৰিৱেশগত অনুমোদন দিয়াটোরে প্রকল্পস্থলী মুকলি কৰিবলৈ গছবোৰ কাটি পেলোৱা নুসূচায়। সেয়েহে ইয়াৰ বাবে অনুমোদন বিচাৰিছে এনএইছপিচিয়ে।
#LatestNews #BreakingNews #riverdams #electicproject #nhpc #easthimalaya #ArunachalPradesh
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHBreaking Newseast himalayaelectic projectlatest newsNHPCriver dams
publisher

publisher

Related Posts

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন
Assam

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

October 26, 2026
Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !
National

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

October 26, 2026
Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন
Assam

Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

October 26, 2026
Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু
Assam

Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

October 26, 2026
Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা
Crime

Supreme Court:ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰৰ পৰা আগতীয়া অনুমতি লৈছিল চন্দ্রচূড়ে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d