Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বহু দেশৰ নাগৰিকত্ব অগ্ৰাহ্য কৰি ১৮ বছৰে বিমানকোঠতে

publisher by publisher
January 8, 2021
in News
Reading Time: 1 min read
0
বহু দেশৰ নাগৰিকত্ব অগ্ৰাহ্য কৰি ১৮ বছৰে বিমানকোঠতে
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

ব্ৰিটেইনত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবেই ঠেহ পাতি সুদীৰ্ঘ ১৮ বছৰ ধৰি এটা বিমানকোঠতে বাস কৰিছিল এজন মানুহে । সেই লোকজনেই এতিয়া সমগ্ৰ ফ্ৰান্সতে পৰিচিত হৈ পৰিছে । লোকজনৰ নাম মেহৰান কৰিমি নাছেৰী, যি অধিক পৰিচিত ছাৰ আলফ্ৰেড মেহৰান নামেৰে । ইয়াৰ উপৰি তেওঁৰ আন এক পৰিচিত নাম হৈছে ‘দ্য টাৰ্মিনেল মেন’ । কিয়নো জীৱনৰ ১৮ টা বছৰ তেওঁ বিমানকোঠতে কটাইছিল ।

ADVERTISEMENT

231005

১৯৮৮ৰ ২৬ আগষ্টৰ পৰা ২০০৬ৰ জুলাই পৰ্যন্ত ফ্ৰান্সৰ শ্বাৰ্লে ডি গৌলে বিমানকোঠৰ বিষয়া-কৰ্মীসকলেই আছিল তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ । থকা, খোৱা, পঢ়া-শুনা সকলোবোৰেই চলিছিল এই বিমানকোঠত । মেহৰানক আন ঠাইলৈ আঁতৰাই নিয়াৰ বাবে আনকি আদালতত মামলাও চলিছিল । কিন্তু ২০০৬ৰ জুলাইত অসুস্থ হৈ হাস্পতালত ভৰ্তি নোহোৱা পৰ্যন্ত কোনেও তেওঁক বিমানকোঠৰ আনলৈ আঁতৰাই নিবলৈ সক্ষম হোৱা নাছিল ।

Butler NowherelandSirAlfred1

মেহৰানৰ জন্ম ইৰানত । পিতৃ আছিল ইৰানৰ এংল’-পাৰ্ছিয়ান তেল কোম্পানীৰ চিকিৎসক । মাতৃৰ জন্ম যদিও তেঁৱো উক্ত কোম্পানীত নাৰ্ছ আছিল । ১৯৭৩ত ইউনিভাৰছিটি অৱ ব্ৰেডফ’ৰ্ডৰ পৰা এটা তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে মেহৰান ব্ৰিটেইনলৈ আহে । নিৰ্দিষ্ট সময়ত তেওঁ ইৰানলৈ উভতি যায় ।

১৯৭৭ত মেহৰানে দাবী কৰে যে ইৰানৰ অন্তিম ৰজা মহম্মদ ৰেজা শ্বাহৰ বিৰুদ্ধে সৰৱ হোৱাৰ বাবে তেওঁক ইৰানৰ পৰা বহিষ্কাৰ কৰা হয় । ইয়াৰ পাছত মেহৰানে একাধিক দেশৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছিল যদিও সেই আবেদন গ্ৰাহ্য হোৱা নাছিল ।

mehran karimi nasseri 1

বেলজিয়ামৰ ‘ইউনাইটেড নেচনছ্ হাই কমিচনাৰ ফৰ ৰিফিউজি’ নামৰ সংস্থাটোৱে তেওঁক শৰণাৰ্থী আখ্যা দিয়ে । যদিও ইৰানৰ পৰা বাহিৰ কৰি দিয়া বুলি মেহৰানে কৰা দাবীৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল ।

অৱশ্যে শৰণাৰ্থী আখ্যা পোৱাত তেওঁ ইউৰোপৰ কিছু সংখ্যক দেশত প্ৰৱেশৰ অনুমতি লাভ কৰে । মেহৰানে জীৱনৰ বাকি কালছোৱা ব্ৰিটেইনত কটাব বিচাৰিছিল । ১৯৮৮ত লণ্ডনলৈ যোৱাৰ বাবে তেওঁৰ ফ্ৰান্সৰ পৰা বিমানত উঠে । লণ্ডনৰ অৱতৰণৰ পাছত প্ৰবাসন বিষয়াক পাছপ’ৰ্ট দেখুওৱাব নোৱাৰিলে মেহৰানে । ফলত বিমানকোঠৰ পৰাই তেওঁক ফ্ৰান্সলৈ ঘূৰাই পঠোৱা হয় । ফ্ৰান্সৰ শ্বাৰ্লে ডি গৌল বিমানকোঠত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

mehran karimi nasseri 3

মেহৰানে দাবী কৰিছিল যে লণ্ডনৰ বিমানত উঠাৰ সময়তে তেওঁৰ বেগ চুৰি হৈছিল । সেই বেগতে আছিল পাছপ’ৰ্টসহ যাৱতীয় জৰুৰী নথি-পত্ৰ । ফৰাচী আৰক্ষীয়ে মেহৰানক গ্ৰেপ্তাৰ কৰিলেও অৱশেষত তেওঁক মুকলি কৰি দিয়ে । কাৰণ লণ্ডনলৈ যোৱাৰ বাবে ফ্ৰান্সৰ বিমানকোঠৰ পৰা বিমানত উঠাৰ সময়ত তেওঁ নিজৰ নথি-পত্ৰ দেখুৱাইছিল । সেই তথ্যৰ ভিত্তিতেই তেওঁক মুকলি কৰি দিয়া হয় ।

আইনৰ দৃষ্টিত মেহৰান আছিল শৰণাৰ্থী । সেয়ে নিৰ্দিষ্ট কৰি কোনো দেশলৈ প্ৰেৰণ কৰাটো সম্ভৱ নাছিল । আনহাতে, মেহৰানে প্ৰৱল ইচ্ছা আছিল ব্ৰিটেইনলৈ যোৱা । সেয়াও সম্ভৱ নাছিল । তেতিয়াৰ পৰাই ফ্ৰান্সৰ সেই বিমানকোঠৰ এক নম্বৰ টাৰ্মিনেল হৈ উঠে মেহৰানৰ বাসগৃহ ।

mehran karimi nasseri 5fc89fea af2b 4ab8 a5d2 3fb0a604d63 resize 750

মেহৰানক বিমানকোঠৰ পৰা আঁতৰোৱাৰ অনেক চেষ্টা চলাইছিল। আদালতত গোচৰো উঠিছিল । অৱশ্যে ১৯৯২ত ফ্ৰান্সৰ আদালতে স্পষ্ট কৰি দিয়ে যে মেহৰানে অবৈধ্যভাৱে বিমানকোঠত প্ৰৱেশ কৰা নাছিল । সেয়ে তেওঁক তাৰ পৰা আঁতৰ কৰিব পৰা নাযাব ।

উল্লেখ্য যে মেহৰান ব্ৰিটিছ নাগৰিক হ’ব বিচাৰিছিল । সেই বাবে নিজৰ নাম সলনি কৰি ৰাখিছিল ছাৰ আলফ্ৰেড মেহৰানে । সেয়ে পৰৱৰ্তী সময়ত বেলজিয়াম আৰু ফ্ৰান্সে মেহৰানক নাগৰিকত্ব দিয়াৰ ইচ্ছা প্ৰকাশ কৰিলেও তেওঁ সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল । ২০০৬ত অসুস্থ হৈ মেহৰানে উক্ত বিমানকোঠৰ এক নম্বৰ টাৰ্মিনেল ত্যাগ কৰে । তেওঁক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতে তেওঁ থকা ঠাইখিনি বিমানকোঠ কৰ্তৃপক্ষই ভাঙি পেলায় ।

terminalman092805 big

ইয়াৰ পাছত হাস্পতালৰ পৰাই ফ্ৰান্সৰ ৰেড ক্ৰছে তেওঁৰ দায়িত্ব লয় । হাস্পতালৰ পৰা মুক্তি পোৱাৰ পাছত তেওঁক কিছুদিন বিমানকোঠৰ কাষৰ এখন হোটেলত ৰখা হৈছিল । পাছত তেওঁক প্ৰবাসীসকলৰ এটা আশ্ৰয়গৃহলৈ নিয়া হয় ।

উল্লেখ্য যে সুদীৰ্ঘ ১৮ বছৰ ধৰি মেহৰানে বিমানকোঠৰ এক নম্বৰ টাৰ্মিনেলত পঢ়া-শুনা, ডায়েৰি লিখিয়েই অতিবাহিত কৰিছিল । বিমানকোঠৰ কৰ্মীসকলৰ পৰাই তেওঁ আহাৰ খাইছিল, তেওঁলোকৰ স’তে আড্ডা মাৰি সময় কটাইছিল । ২০০৪ত মেহৰানৰ আত্মজীৱনী ‘দ্য টাৰ্মিনেল মেন’ প্ৰকাশ পায় । তেওঁৰ জীৱনৰ ভিত্তিত ছবিও মুক্তি পাইছে । সেইদৰে তেওঁৰ আত্মজীৱনীৰ আলমত নিৰ্মাণ হৈছিল ‘লষ্ট ইন ট্ৰেনজিট’ নামৰ এখন ফৰাচী ছবি । লেখক-পৰিচালক এলেক্সি কুৰোচে তেওঁক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Charles de Gaulle AirportIranSir Alfred Mehran
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d