Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এখন কৰাপচনমুক্ত বিটিআৰ গঠন কৰিবলৈ আমি প্ৰমোদ বড়োক দ্বায়িত্ব দিছোঁ : বিজেপি সভাপতি ৰণজিৎ দাস

publisher by publisher
January 18, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
এখন কৰাপচনমুক্ত বিটিআৰ গঠন কৰিবলৈ আমি প্ৰমোদ বড়োক দ্বায়িত্ব দিছোঁ : বিজেপি সভাপতি ৰণজিৎ দাস
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

অসম চৰকাৰে বিটিআৰক সাতশ কিলোমিটাৰ পথ বনাবলৈ পাঁচশ কোটি উপহাৰ দিছে : বিটিআৰ চীফ প্ৰমোদ বড়ো

ADVERTISEMENT

ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, ইউপিপিএল আৰু বাকী মিত্ৰদলৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নিশ্চিতভাবে আমি এশখন আসন দখল কৰিব পাৰিম আৰু অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিব৷কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাই আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে৷তেওঁলোকে ২২-২৩ খন আসনহে পাব বিধানসভা নিৰ্বাচনত৷এখন কৰাপচনমুক্ত বিটিআৰ গঠন কৰিবলৈ আমি প্ৰমোদ বড়োক দ্বায়িত্ব দিছো ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷

দেওবাৰে নিশা বাক্সাৰ শালবাৰীৰ নিমুৱাত গোৱৰ্ধনা এবছুৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি ৰণজিৎ দাসে কয় আগন্তুক দিনত আমাৰ যি সপোন আছে,আমাৰ যি কৰিবলগীয়া কাম বাকী আছে সেইখিনি কাম কৰাৰ পিছত অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে যাতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰবাবে অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো ৷

আগন্তুক দিনত অসমৰ কোনো এটা বিধানসভা সমষ্টিতে কংগ্ৰেছ এআইইউডিএফে মিত্ৰতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয়৷ মঙলদৈ লোকসভা সমষ্টিত কংগ্ৰেছ এআইইউডিএফে মিত্ৰতা হৈ নিৰ্বাচন খেলিছিল,তাত এআইইউডিএফৰ প্ৰাৰ্থী নাছিল৷তৎস্বত্বেও আমি দেৰ লাখ ভোটত জয়লাভ কৰিছিলোঁ৷শিলচৰতো এআইইউডিএফৰ প্ৰাৰ্থী নাছিল৷তাতো আমি ৮৫ হাজাৰ ভোটত জিকিছোঁ৷ আমাৰ যি সংখ্যালঘু সমাজ আছে সেই সমাজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ধাৱমান হৈছে৷ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যিমানবোৰ আঁচনি আছে সেই আঁচনি সমুহৰ সৰ্বাধিক সুফল লাভ কৰিছে সংখ্যালঘু সকলে ৷

গতিকে আগন্তুক দিনতো সংখ্যালঘু সকলে বিজেপি মিত্ৰজোঁটৰ চৰকাৰকেই ভোট প্ৰদান কৰিব৷ডেকা ল’ৰাবিলাকৰ হাতত মোবাইল আছে,কম্পিউটাৰ আছে৷তেওঁলোকে বিবেক ভোট দিব৷বিশ্বত কি ঘটি আছে সেইয়া তেওঁলোকে জানি আছে,বুজি আছে৷ মুকলি সভাৰ ভাষণ প্ৰসংগত ৰণজিৎ দাসে কয়-“প্ৰমোদ বড়োৰ নেতৃত্বত আমি প্ৰবল বিশ্বাসী৷তেওঁ আগন্তুক দিনত আমাৰ বিটিচি অঞ্চলত উন্নয়ন কৰিব পাৰিব৷এতিয়াও তিনি হাজাৰ কোটি টকা ঋণত আছে বিটিচি চৰকাৰ৷বিটিচিৰ উন্নয়নৰ বাবে সেয়ে কিছু সময় লাগিব ৷

আমি প্ৰমোদ বড়োক দ্বায়িত্ব দিছোঁ যাতে বিটিআৰ খনক নতুন ৰূপত সজাব পাৰে৷অসম চৰকাৰ প্ৰমোদ বড়োৰ লগত আছে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশীৰ্বাদ তেওঁৰ লগত আছে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ তেওঁৰ লগত আছে,মোৰ আশীৰ্বাদ তেওঁৰ লগত আছে,নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছে৷গতিকে নিশ্চিতভাবে আমি আগন্তুক দিনত বিটিআৰ অঞ্চলৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হ’ম৷” ৰণজিৎ দাসে কয়-মই মোৰ নিজৰ সমষ্টি সৰভোগতো ৰাস্তাঘাটৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰিছোঁ,আগতে নৈৰ বুকু সাঁকোৰে পাৰ হ’ব লগা আছিল ৷

বৰ্তমান পকী দলংৰ ব্যৱস্থা কৰা হৈছে৷নিমুৱাৰ পৰা ঘোঁৰামাৰা বজাৰলৈ ১৩ কোটি টকাৰ পথ আৰু দলংৰ কাম চলি আছে৷নিমুৱাৰ পৰা কালপানীলৈও পিএমজেওৱাই আঁচনিৰ অধীনত অনুৰূপ কাম চলি আছে৷একেদৰে আনটাইড পূঁজিৰ অধীনত শ্মশান নিৰ্মাণৰ ক্ষেত্ৰতো বিভিন্ন ঠাইত দহ লাখকৈ টকা আগবঢ়োৱা হৈছে৷বহু ঠাইত কমিউনিটি হলৰ নামতো আমি টকা দিছোঁ৷নিমুৱা প্ৰাইমাৰী হস্পিতালৰ ঠাইত অসম চৰকাৰৰ পৰা আৱণ্টিত পাঁচ কোটি টকা ব্যয় সাপেক্ষে হস্পিতালখন নতুন ৰূপত সজোৱা হ’ব৷ইতিমধ্যে প্ৰমোদ বড়োৱে মথনগুৰি সমষ্টিৰ ৰাস্তাঘাটৰ উন্নয়নৰ বাবে এমচিএলএ গৌতম দাসক দহ কোটি টকা প্ৰদান কৰিছে ৷

পূৰ্বতে ভিচিডিচি এলেকা সমুহত যি দুৰ্নীতি হৈছিল তাৰ পুণৰাবৃত্তি যাতে হ’ব নোৱাৰে তাৰ ক্ষেত্ৰত ৰাইজেই চকু দিব লাগিব৷ তেতিয়াহে কৰাপচন মুক্ত এখন বিটিআৰ গঠন হ’ব৷” বৰপেটাৰ মেধিৰটাৰীত মাঘ বিহু উপলক্ষে যি অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছিল তাৰ প্ৰতিক্ৰিয়া জানিব খোজাত সাংবাদিকৰ আগত বিজেপি সভাপতি দাসে কয়-সেইয়া মই দেখাও নাই,শুনাও নাই৷গতিকে মই একো ক’ব নোৱাৰিম৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথাই নাহে৷ মুকলি সভাত অংশগ্ৰহণ কৰি বিটিআৰ চীফ প্ৰমোদ বড়োৱে কয়-শিক্ষা বিভাগৰ জিলা,ব্লক কাৰ্যালয়সমুহত স্কুলৰ বাবে আৱণ্টিত আচবাব বছৰ বছৰ ধৰি জমা হৈ আছে ৷

কিন্তু স্কুলত বহিবলৈ আচবাব নাই৷কিছুমান বিদ্যালয় ১৫/২০ বছৰ আগতেই প্ৰাদেশীকৰণ হৈছে কিন্তু সেই বিদ্যালয় সমুহ আজিও পকীকৰণ নহ’ল,ছাত্ৰছাত্ৰী বহিব লাগে মাটিত৷এইবাৰ স্কুলৰ ফাৰ্নিচাৰ চাপ্লাই নহ’ব৷বিটিআৰত যি টকা আছে সেই টকাৰে এল পি,এমই স্কুলবোৰ নতুনকৈ বনোৱা কামত খৰচ কৰিম৷ছাত্ৰছাত্ৰীয়ে গুণগত শিক্ষা পাব লাগিব৷ছাত্ৰছাত্ৰীয়ে কোনে কি কেৰিয়াৰ ল’ব খোজে সেই দিশত ছাত্ৰছাত্ৰীক আগবঢ়াই নিব বিটিআৰ চৰকাৰে৷ সাতশ কিল’মিটাৰ পথ বনোৱাৰ বাবে অসম চৰকাৰে বিটিআৰ চৰকাৰ গঠন হোৱাৰ পিছতে পাঁচশ কোটি টকা উপহাৰ হিচাপে দিছে৷অহা দুমাহৰ ভিতৰতেই বিটিআৰৰ চল্লিশটা সমষ্টিৰ প্ৰতিটোতে দহৰ পৰা বিশ কিলোমিটাৰ পথ পকীকৰণৰ ব্যৱস্থা কৰা হ’ব ৷

আনটাইড পূঁজিৰ আশী শতাংশ এইবাৰ বিটিআৰৰ স্কুলৰ নামত খৰচ কৰা হ’ব৷ পূৰ্বৰ চৰকাৰে ১৫ ফাইনেঞ্চৰ যিখিনি টকা আছিল সোঁ বাওঁহাতৰ চহীৰে এমূৰৰ পৰা খাইছিল৷যোৱা ১৭ বছৰে বিপিএফে বড়ো জনগোষ্ঠীকে ভূমিৰ পাট্টা নিদিলে আৰু অন্য জনগোষ্ঠীৰ কথা কি কম৷কিন্তু ভূমিহীন সকলোকে এইবাৰ ইউপিপিএল চৰকাৰে ভূমিৰ পাট্টা দিব৷৷ যোৱা ১৬ আৰু ১৭ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গোৱৰ্ধনা আঞ্চলিক এবছুৰ ২৩ সংখ্যক বাৰ্ষিক অধিবেশনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত শেষৰদিনা গোৱৰ্ধনা আঞ্চলিক এবছুৰ সভাপতি আন্দোলন খেৰকটাৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল মুকলি সভা৷সভাখনত উদ্বোধনী ভাষণ ৰাখিছিল বাক্সা জিলা এবছুৰ সভাপতি নৃপেন চন্দ্ৰ বড়োৱে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBTRPramod BoroRanjit Das
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d