Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পুৰণি প্রেম পুনৰুজ্জীৱিত কৰি বিয়াও কৰালে বৃদ্ধ-বৃদ্ধাই

publisher by publisher
January 20, 2021
in News
Reading Time: 1 min read
0
পুৰণি প্রেম পুনৰুজ্জীৱিত কৰি বিয়াও কৰালে বৃদ্ধ-বৃদ্ধাই
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

কানাডাৰ বিদ্যালয়ত ভয়াবহ গুলিচালনা,নিহত ১০ জন !

বিজ্ঞাপন দিও কন্যাৰ বাবে পাত্ৰ বিচাৰি পোৱা নাই পি চি সৰকাৰ জুনিয়ৰে

‘কইনাৰ মূল্য’ৰূপে প্ৰদান কৰিলে দুই কোটি টকা

শৈশৱতেই পৰস্পৰৰ প্ৰেমত মতলীয়া হৈছিল । স্কুলত পঢ়ি থাকোতেই জীৱনটো একেলগে কটোৱাৰ সপােন দেখিছিল দুয়াে। অৱশ্যে কালৰ গতিত স্কুলীয়া দিনতে বিচ্ছেদ ঘটাৰ প্রায় সাত দশকৰ পাছত মিলন ঘটিল এক প্রণয়-যুগলৰ।

ADVERTISEMENT

যৌৱনৰ দিনবােৰত প্ৰেমৰ মধুৰতাখিনিৰ পৰা বঞ্চিত হ’লেও জীৱনৰ বিয়লি বেলা পুৰণি সুখকৰ স্মৃতিবােৰ স্মৰণ কৰাৰ সুযােগ পালে তেওঁলােকে। কোনাে ৰােমান্টিক ছবিৰ সুন্দৰ কাহিনী হ’ব পাৰে কানাডাৰ ফ্রেড পল আৰু ফ্ল’ৰেন্স হার্ভেৰ এই বিচ্ছেদ-মিলনৰ মধুৰ প্রেমগাঁথা।

শৈশৱৰ স্বপ্নৰ ইতি পৰিছিল প্রায় সাতটা দশকৰ পূর্বে। পৰম্পৰৰ মাজত দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে যােগাযােগ সম্পূর্ণরূপে বিচ্ছিন্ন হৈ পৰিছিল। অৱশ্যে চকুৰ আঁতৰ হলেও যেন মনৰ আঁতৰ হােৱা নাছিল তেওঁলােক। সেই বাবেই ৬৮ বছৰৰ পাছতাে তেওঁলােকৰ মিলন ঘটিল আৰু শেষত শৈশৱৰ স্বপ্নৰ সুখকৰ পৰিসমাপ্তি ঘটিল।

কানাডাৰ ৱাণ্ডছৱাৰ্থ নামৰ সৰু চহৰখনত প্রতিবেশী আছিল পল আৰু ফ্ল’ৰেন্সৰ পৰিয়াল। শৈশৱৰ পৰাই দুয়ােৰে মাজত গঢ়ি উঠিছিল ঘনিষ্ঠ বন্ধুত্ব। কৈশােৰত ভৰি দিয়াৰ সময়তে সেই বন্ধুত্বই প্রেমৰ ৰূপ লৈছিল। একেলগে অৱসৰৰ সময় কটোৱা, চার্চত প্রার্থনাৰ পাছত হাতত ধৰাধৰিকৈ ৰাস্তাত খােজকঢ়া, স্কুলৰ শ্ৰেণীত উপস্থিত থকাৰ মাজতে সাক্ষাৎ কৰা, আনকি প্রতি নিশা টৰ্ছ জুলাই ফ্ল’ৰেন্সক শুভৰাত্ৰি জনােৱা আদি কাৰ্যৰেই অতিবাহিত হৈছিল তেওঁলােকৰ দিন।

পলে ১৮ বছৰত ভৰি দিয়াৰ সময়ত ফ্ল’ৰেন্স আছিল পঞ্চদশী কিশােৰী। তেতিয়াই কর্মসূত্রে পল ট’ণ্ট’ত উপস্থিত হয়। সেই সময়ত যােগাযােগৰ বিশেষ ব্যৱস্থা নাছিল। এবছৰৰ পাছত পলে ৱাণ্ডছৱাৰ্থলৈ উভতি আহি ফ্ল’ৰেন্সক লগ নাপালে তেতিয়ালৈ সেই চহৰ এৰি আন ঠাইলৈ গুচি গৈছিল ফ্ল’ৰেন্সৰ পৰিয়াল।

ক’লৈ গ’ল তাৰ সন্ধান বহু চেষ্টা কৰিও পলে উলিয়াব নােৱাৰিলে। বিচ্ছেদক সাৰথি কৰিয়েই দুয়ােৰে জীৱন আগবাঢ়ি গৈছিল। পল আৰু ফ্ল’ৰেন্স উভয়েই ধৰি লৈছিল যে ভৱিষ্যতে পৰস্পৰৰ সাক্ষাতৰ হয়তাে কোনাে সম্ভাৱনা নাই। ক্রমে দুয়াে ডাঙৰ হৈছিল আৰু এটা সময়ত নিজৰ সংসাৰ হ’ল। নিজৰ পৰিয়ালক লৈ দুয়াে সুখী আছিল।

তথাপি যেন মনৰ কোনােবা এটা কোণত পৰস্পৰৰ প্ৰতি ভালপােৱা গােপনে ৰৈ গৈছিল।২০১৭ত ফ্ল’ৰেন্সৰ জীৱনত এটা দুর্ঘটনা ঘটে। কর্কটত আক্ৰান্ত হৈ তেওঁৰ স্বামীৰ মৃত্যু হয়। তেওঁলােকৰ ৫৭ বছৰীয়া দাম্পত্য জীৱনত আছে। পাঁচ সন্তান। ইয়াৰ ঠিক দুবছৰৰ পাছত পলৰ পত্নীৰাে মৃত্যু হয়।পলৰ আছে দুই সন্তান। পলৰ পত্নীৰ মৃত্যুৰ বাতৰি কেনেবাকৈ ফ্ল’ৰেন্সৰ কাণত পৰিছিল।

অনেক কষ্টৰে তেওঁ পলৰ ফোন নম্বৰ সংগ্ৰহ কৰি এদিন ফোনাে কৰে। ভেলেন্টাইন ডে’ৰ পাছদিনা কৰা এই ফোনত দুয়াে বহু সময় ধৰি বার্তালাপ কৰিছিল। নিজৰ পৰিয়াল, সন্তান, নাতি-নাতিনী আদি প্রসংগতে বেছিকৈ কথা পাতিছিল। শৈশৱৰ সেই সুখৰ স্মৃতিসমূহেও ঠাই পাইছিল তেওঁলােকৰ কথােপকথনত। প্রথম অৱস্থাত সপ্তাহত এদিন ফোনত বার্তালাপ কৰিছিল।

ইয়াৰ পাছত ক্রমে দুই, তিনি, চাৰি দিন কথা পাতিবলৈ আৰম্ভ কৰে। বৃদ্ধ বয়সত পুৰণি প্ৰেমৰ দিনবােৰৰ কথা মনত পেলাই এটা সময়ত পল আৰু ফ্ল’ৰেন্সে দৈনিক কে’বা ঘণ্টালৈকে ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলে। পলৰ জন্মদিনৰ সবাতােকৈ দামী উপহাৰ আছিল স্বয়ং ফ্ল’ৰেন্স।পলক সাক্ষাৎ কৰিবলৈ তেওঁ ট’ণ্ট’ত উপস্থিত হৈছিল। ফ্ল’ৰেন্সক দেখাৰ আনন্দ ঢাকি ৰাখিব পৰা নাছিল পলেও। ইয়াৰ তিনি দিনৰ পাছতেই দুয়াে বিবাহৰ সিদ্ধান্ত লয়।

যােৱা বছৰৰ আঠ আগষ্টত সকলাে ৰীতি পালনেৰে দুয়াে বিবাহপাশত আবদ্ধ হয়। অৱশ্যে অতিমাৰীৰ বাবে অতিথি কম আছিল। পল নিজেও পাকস্থলীৰ কৰ্কটত আক্রান্ত। সম্প্রতি পলৰ বয়স ৮২ বছৰ আৰু ফ্ল’ৰেন্স ৭৯ বছৰীয়া। বাকী জীৱনটো দুয়াে একেলগেই কটাব বিচাৰে। প্রায় সাত দশকৰ পূর্বে অন্তিমবাৰলৈ দেখা হােৱা দিনটোৰ পৰাই তেওঁলােকে আৰম্ভ কৰিব নিজৰ জীৱন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CanadaFlorence HarveyFrederick PaulWedding
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d