Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Auto Draft

    ২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

‘কইনাৰ মূল্য’ৰূপে প্ৰদান কৰিলে দুই কোটি টকা

৫০ বছৰৰ সৰু পাত্ৰীৰে বিয়া ৭৪ বছৰীয়া বৃদ্ধৰ

publisher by publisher
October 21, 2025
in International, News
Reading Time: 1 min read
0
‘কইনাৰ মূল্য’ৰূপে প্ৰদান কৰিলে দুই কোটি টকা
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

Indonesia:বিবাহৰ পূৰ্বে যৌন সম্পর্কত লিপ্ত হোৱা ইণ্ডোনেছিয়াৰ মহিলাক ১৪০ বেত্রাঘাতৰ শাস্তি

ইণ্ডোনেছিয়াত উদ্ধাৰ বিশ্বৰ সবাতোকৈ পুৰণি গুহা চিত্রকর্ম

৫০ বছৰৰ সৰু এগৰাকী যুৱতীক জীৱনসংগীৰূপে বিচাৰে। তাৰ বাবদ দুই কোটি টকা মূল্য নির্ধাৰণ কৰিছে ৭৪ বছৰ বয়সীয়া এজন বৃদ্ধই। তোলপাৰ লগোৱা এই কাণ্ড ঘটিছে ইণ্ডোনেছিয়াত। প্রাপ্ত তথ্য অনুসৰি, উক্ত বৃদ্ধই এগৰাকী ২৪ বছৰীয়া যুৱতীক বিয়া কৰাইছে। লগতে ‘কইনাৰ মূল্য’ৰূপে যুৱতীৰ হাতত তুলি দিছে প্রায় দুই কোটি টকা।

ADVERTISEMENT

‘ছাউথ চাইনা মর্ণিং প’ষ্ট’ কাকতে জনাইছে যে ৫০ বছৰৰ সৰু পাত্ৰীৰ স’তে বিবাহ সম্পন্ন কৰাৰ বাবে তাৰমান নামৰ ৭৪ বছৰীয়া বৃদ্ধজনে বিৰাট আয়োজন কৰিছিল। পূব জাভাৰ পেছিটান বিজেন্সীৰ নিৱাসী তাৰমানৰ পছন্দ হয় ২৪ বছৰীয়া শেলা আৰিকাক। তেওঁ শ্বেলাক বিয়াৰ প্ৰস্তাৱ দিয়ে।

৫০ বছৰৰ ডাঙৰ পাত্ৰৰ স’তে বিয়াত বহিবলৈ শ্বেলাৰ কোনো আপত্তি নাছিল। অৱশ্যে পাত্র-পাত্ৰীৰ বয়সৰ বিস্তৰ তাৰতম্যক লৈ শ্বেলাৰ পৰিয়ালে আপত্তি দর্শাইছিল। তথাপি তেওঁলোকে বিয়াত বাধা প্রদান কৰিব নোৱাৰিলে।

সংবাদ মাধ্যমে প্রকাশ কৰিছে যে তাৰমানে বিয়াৰ বিলাসবহুল আয়োজন কৰিছিল। বিয়াত উপস্থিত থকা প্রত্যেক অতিথিকে তেওঁ উপহাৰস্বৰূপে ভাৰতীয় মুদ্রাত ছহেজাৰকৈ টকা দিয়ে। প্রাথমিকভাবে জনোৱা হৈছিল যে পাত্ৰীৰ মূল্যস্বৰূপে তাৰমানে ভাৰতীয় মুদ্রাত ৬০ লাখ টকা দিব।

যদিও বিয়াৰ মণ্ডপত বহি তেওঁ সিদ্ধান্ত সলনি কৰে আৰু এক কোটি ৮০ লাখ টকা শ্বেলাৰ হাতত তুলি দিয়ে। তাকে দেখি এই বিৰাট অংকৰ চেকখন ভুৱা নেকিবুলি প্রশ্ন উত্থাপন কৰে পাত্ৰীৰ পৰিয়ালৰ লোকে। এনে পৰিস্থিতিত বিয়াৰ ফটো তোলাৰ দায়িত্বত থকা ফটোগ্ৰাফাৰসকলে দাবী কৰে যে তেওঁলোকৰ পাওনা আদায় নিদিয়াকৈ নৱ দম্পতীয়ে পলায়ন কৰিছে।

সেই অভিযোগৰ ভিত্তিত তদন্তও আৰম্ভ হৈছে। তাৰ মাজতে সামাজিক মাধ্যমত তাৰমানে দাবী কৰে যে নৱ পৰিণীতাক তেওঁ যি ধন দিছে, সেয়া একেবাৰে ভুৱা নহয়। বেংকত তেওঁৰ সেই পৰিমাণৰ ধন আছে। অৱশ্যে ফটোগ্ৰাফাৰ সকলৰ পাওনা আদায় দিয়াৰ প্ৰসংগত তেওঁ একো জনোৱা নাই।

উল্লেখ্য যে বিগত কিছু বছৰৰ পৰা ইণ্ডোনেছিয়াত পাত্র-পাত্রীৰ বয়সৰ পার্থক্য বহুখিনি হাস পাইছে। তেনে পৰিস্থিতিত এই ধৰণৰ বিয়াই সকলোকে আচৰিত কৰি তুলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: INDONESIAWedding
publisher

publisher

Related Posts

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত
Assam

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

September 10, 2026
Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d