Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এনৰেগা : কেন্দ্রই আবণ্টন দিয়া কর্মদিন নির্ধাৰিত সময়ৰ পূর্বেই সম্পূর্ণ

publisher by publisher
February 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
এনৰেগা : কেন্দ্রই আবণ্টন দিয়া কর্মদিন নির্ধাৰিত সময়ৰ পূর্বেই সম্পূর্ণ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিত আঁচনি (এম জি এনৰেগা)ৰ অধীনত ভাৰত চৰকাৰে আবণ্টন দিয়া ৬৫০ লাখ কর্মদিনৰ লক্ষ্য নির্ধাৰিত সময়ৰ আগতে সম্পূর্ণ কৰিলে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে। উল্লেখ্য যে বছৰজুৰি চলা ক’ভিড-১৯ মহামাৰীৰ আতংকময় পৰিৱেশৰ বাবে ভাঙি যাব খােজা গ্রাম্য অর্থনীতি টনকিয়াল কৰি ৰখাৰ ক্ষেত্ৰত গ্রাম্য দুখীয়া তথা শ্রমজীৱী লােকসকলক মজুৰিভিত্তিক কর্মসংস্থান প্রদানেৰে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে তৎপৰতাৰে সক্রিয় ভূমিকা পালন কৰে।

ADVERTISEMENT

মহাত্মা গান্ধী এনৰেগাৰ অধীনত কুশলতাৰে কাম প্রদান কৰি তলাবন্ধৰ সময়ত দুখীয়া গ্রাম্য জনসাধাৰণক সহায় আগবঢ়াবলৈ সক্ষম হােৱাৰ ফলত দুমাহ বাকী থকা অৱস্থাতেই নির্ধাৰিত কর্মদিন অতিক্ৰম কৰিবলৈ সক্ষম হয়।মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এই সফলতাৰ বাবে বিভাগীয় মন্ত্রী নৱ কুমাৰ দলেৰ লগতে সকলাে বিষয়া-কৰ্মচাৰীকে অভিনন্দন জানায়। বিভাগে যে দুখীয়া গ্রাম্য জনসাধাৰণক সহায় কৰিবৰ বাবে সম্পূর্ণ দায়বদ্ধতাৰে কাম কৰিছে, এই সফলতাই তাকেই সূচাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গ্রামােন্নয়নৰ প্ৰতিখন আঁচনিয়েই নির্ধাৰিত সময়ত সম্পূর্ণ কৰাৰ ক্ষেত্ৰতাে গুৰুত্ব আৰােপ কৰে।

সােণােৱালে আশা প্রকাশ কৰে যে টীম পি এণ্ড আৰ ডিয়ে একেই উৎসাহ আৰু দায়বদ্ধতাৰে প্ৰধানমন্ত্রী আৱাস যােজনা গ্রামীণৰ অধীনত গৃহ লাভ কৰিবলগীয়া সকলাে উপযুক্ত হিতাধিকাৰীৰ আৱাস গৃহও নির্ধাৰিত সময়ত সম্পূর্ণ হােৱাটো সুনিশ্চিত কৰি ২০২২ৰ ভিতৰত সকলােৰে বাবে গৃহ প্ৰদানৰ অৰ্থে থকা প্রধানমন্ত্রীৰ সপােন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অসমে পূর্ণ সহযােগিতা আগবঢ়াবলৈ সক্ষম হব। বিভাগীয় মন্ত্রী দলেয়ে নির্ধাৰিত সময়ৰ আগতেই এই লক্ষ্যত উপনীত হােৱা বাবে সকলাে বিষয়া-কৰ্মচাৰীক অভিনন্দন জনায় আৰু গ্ৰাম্য দুখীয়া জনসাধাৰণক উপকৃত কৰাৰ বাবে গ্রামােন্নয়নৰ প্ৰতিখন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতে সম দায়বদ্ধতা প্রদর্শন কৰিবলৈ সকলােৰে প্রতি আহ্বান জনায়।

উল্লেখ্য যে মহাত্মা গান্ধী এনৰেগাৰ অধীনত ইচ্ছুক প্ৰতিটো পৰিয়ালকে একোখনকৈ জবকার্ড প্রদান কৰা হয় আৰু পৰিয়ালটোৰ প্ৰতিজন প্রাপ্তবয়স্ক কর্মঠ ব্যক্তিৰ নাম এই জবকাৰ্ডত সন্নিবিষ্ট কৰিব পাৰি। এই জবকাৰ্ডৰ জৰিয়তে প্রতিটো পৰিয়ালে সুবিধা অনুযায়ী মজুৰিভিত্তিক কর্মসংস্থান ল’ব পাৰে। তলাবন্ধৰ সময়ত নতুনকৈ কাম আৰম্ভ কৰাৰ পাছত এই আঁচনিৰ অধীনত চলিত বৰ্ষত এতিয়ালৈ ২০.৮১ লাখ পৰিয়ালক কর্মসংস্থান প্রদান কৰি ৬৫৩.১১ লাখ কর্মদিন সৃষ্টি কৰা হৈছে আৰু ১৩৮৬.২ কোটি টকাৰ মজুৰি প্ৰদান কৰা হৈছে।

আনহাতে, ৩৩,৮১৫টা পৰিয়ালে এশ দিনৰ কর্মসংস্থান লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষত এতিয়ালৈ ১,০৪,৭২১টা সম্পদ সৃষ্টি কৰা হৈছে। বর্তমান মজুৰিৰ পৰিমাণ বঢ়াই ২১৩ টকা কৰাৰ ফলত জনসাধাৰণৰ কাম কৰাৰ উৎসাহাে বৃদ্ধি পাইছে। ফলত চলিত বৰ্ষত এতিয়ালৈ ৪,৩২,৮৭১খন নতুন জবকার্ডো প্ৰদান কৰা হৈছে। কাম বিচৰা সকলােকে যাতে নিয়ােজিত কৰিব পাৰি তাৰ বাবে বৃহৎ সংখ্যক আঁচনি অনুমােদন কৰি থােৱাৰ ব্যৱস্থা কৰাৰ লগতে সময়মতে মজুৰি প্ৰদান আৰু নিৰীক্ষণৰ ব্যৱস্থা আদিৰ বাবে এই সফলতা সম্ভৱ হৈছে। বিভাগৰ এক বিবৃতিত এই কথা প্রকাশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMahatma Gandhi NREGA
publisher

publisher

Related Posts

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

October 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d