Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এন আৰ এলৰ সমীপৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড

চোৰাং তেলৰ ভাণ্ডাৰত জুই লগাৰ সন্দেহ

publisher by publisher
March 4, 2021
in Assam, India, News
Reading Time: 1 min read
0
এন আৰ এলৰ সমীপৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড
5
SHARES
49
VIEWS
ShareShareShareShare

নুমলীগড় শোধনাগাৰৰ সমীপৰ এখন হোটেলৰ পাছফালে আজি আবেলি সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলজুৰি জোঁকাৰণিৰ সৃষ্টি কৰে। নুমলীগড় আৰক্ষী চকীৰ কাষতে থকা গণপতি হোটেলত ইতিমধ্যে চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি সংঘটিত অগ্নিকাণ্ডই ৰাইজক আতংকিত কৰি তোলে।

ADVERTISEMENT

WhatsApp Image 2021 03 04 at 8.33.44 PM 1

RelatedPosts

এন আৰ এলৰ মুখ্য দ্বাৰত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ

এন আৰ এল ‘মেনেজমেণ্ট’ত চৰম অৰাজকতা

এন আৰ এলৰ ধৰ্ষণ কাণ্ডক লৈ শোধনাগাৰ কৰ্তৃপক্ষৰ মৌনতাত ৰহস্যৰ সৃষ্টি

হোটেলখনৰ পাছফালে সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ক’লা ধোঁৱাই সমগ্ৰ অঞ্চল ছানি ধৰে। জুইৰ লেলিহান শিখাই নিমিষতে হোটেলৰ পাছফালৰ এখন চালি, এখন স্কুটি, ফালিয়া তুঁহ আৰু এটা জেনেৰেটৰ চাৰখাৰ কৰি তোলে।

WhatsApp Image 2021 03 04 at 8.33.44 PM

কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল, সেই বিষয়ত কোনো তথ্য লাভ হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় বুলি হোটেল কৰ্তৃপক্ষই জনাইছে। আনহাতে, একাংশ লোকে অভিযোগ কৰে যে, হোটেলখনত বহুদিনৰ পৰা চলি থকা অবৈধ খাৰুৱা তেলৰ বেহাই এই বিপদ মাতি আনিছে।

WhatsApp Image 2021 03 04 at 8.33.43 PM 1

উল্লেখ্য যে দপদপাই জুই জ্বলি উঠা অংশত তেলৰ ড্ৰাম, তেলৰ পাইপ জাতীয়, তেলৰ টিনৰ লগতে কিছু সামগ্ৰী উদ্ধাৰ হয়। ই হোটেলখনত চোৰাংভাৱে তেলৰ বেহা কৰাৰ অভিযোগক সত্য প্ৰমাণিত কৰে বুলিও একাংশই মন্তব্য প্ৰকাশ কৰে।

লগতে একাংশ লোকে চোৰাং তেলত অগ্নি সংযোগ হোৱাৰ ফলেতই জুইৰ সূত্ৰপাত হোৱা বুলিও অভিযোগ কৰিছে।

বহু পৰ ধৰি একেৰাহে জুই জ্বলাৰ পাছতহে অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। ইপিনে, জুই নিয়ন্ত্ৰণলৈ অহাৰ পাছতহে স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস লয়।

উল্লেখ্য যে নুমলীগড় আৰক্ষী চকীৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত অৱস্থিত হোটেল গণপতিত কেনেকৈ চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলে বুলি অঞ্চলটোৰ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NRL
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d