Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসৰ গোসাইগাঁও পৰিভ্ৰমণঃ গোসাইগাঁও চহৰৰ সামগ্ৰিক উন্নয়নৰ আশ্বাস

publisher by publisher
June 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসৰ গোসাইগাঁও পৰিভ্ৰমণঃ গোসাইগাঁও চহৰৰ সামগ্ৰিক উন্নয়নৰ আশ্বাস
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

Gossaigaon Visit Minister Ashok Singhal: গোসাইগাঁৱৰ ২ গুমা সমষ্টিত বিজেপিৰ বিশাল যোগদান কাৰ্য্যসূচী:উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল

Professor arrested in Gossaigaon:পাকিস্তানৰ সমৰ্থনত ছছিয়েল মিডিয়াত পোষ্ট কৰি ৰঙা ঘৰৰ আলহী হ’ল প্ৰবক্তা

12-year-old boy sets a record by typing 90 words per minute on a computer:কম্পিউটাৰত এক মিনিটত ৯০ টাকৈ শব্দ টাইপ কৰি ১২ বছৰীয়া কিশোৰৰ অভিলেখ

বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে আজি গোসাইগাঁও পৰিভ্ৰমণ কৰি চহৰৰ পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ গোসাইগাঁৱত উপস্থিত হৈ পৌৰ নিগমৰ অধ্যক্ষ প্ৰফুল্ল ইছলাৰী আৰু উপাধ্যক্ষ ৰাজীব দেৱনাথক লগত লৈ গোসাইগাঁৱৰ নিৰ্মিয়মান নতুন বজাৰ গৃহসমূহ পৰিদৰ্শন কৰে ৷

ADVERTISEMENT

গোসাইগাঁও বজাৰৰ সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, নগৰ উন্নয়নৰ বাবে বিটিচি চৰকাৰৰ বহু পৰিকল্পনা আছে ৷ উক্ত পৰিকল্পনাসমূহ সঠিকভাৱে তথা উপযুক্ত স্থানত ৰূপায়ন কৰাৰ উদ্দেশ্য লৈ মই বিটিচিৰ সকলো নগৰ-চহৰ পৰিদৰ্শন কৰি আছো ৷ প্ৰতিটো চহৰত ১৫ বিঘা মাটি সামৰি জিম-ছুইমিং পুলসহ অত্যাধুনিক বজাৰ কমপ্লেক্স বনোৱাৰো পৰিকল্পনা চলি আছে বুলি উল্লেখ কৰি ইতিমধ্য মাটি চোৱা-চিতা চলি আছে বুলি তেওঁ প্ৰকাশ কৰে ৷

সম্প্ৰতি চহৰৰ প্ৰতিটো ৰাস্তা আৰু নলা বনোৱাত অধিক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয় ৷ গোসাঁইগাঁও চহৰৰ ৱাৰ্ড বঢ়োৱাৰ সন্দৰ্ভত তেওঁ কয় যে, ইতিমধ্য ৰাজ্য চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৷ ৰাজ্য চৰকাৰে অনুমোদন দিলেই গোসাঁইগাঁও চহৰৰ ৱাৰ্ড চাৰিটাৰ পৰা আঠ-নটা কৰা হ’ব ৷

আজিৰ ভ্ৰমণ কালত তেওঁৰ লগত থাকে পৰিষদীয় সদস্য সজল কুমাৰ সিংহ আৰু ভাওৰাগুৰি ৰাজহ চক্ৰ বিষয়া চৈতালী দত্তসহ পৌৰ নিগমৰ কৰ্মচাৰী তথা বজাৰ সংলগ্ন অঞ্চলৰ ৰাইজ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dharma Narayan DasGossaigaonPrafulla Islary
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d