Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

উদ্যোগ অনুমোদনত এইবাৰ ‘ছিংগল-ৱিন্‌ড’ প্ৰকল্প আৰম্ভ কৰিলে বাণিজ্য মন্ত্ৰণালয়ে

publisher by publisher
June 23, 2021
in India, News
Reading Time: 1 min read
0
উদ্যোগ অনুমোদনত এইবাৰ ‘ছিংগল-ৱিন্‌ড’ প্ৰকল্প আৰম্ভ কৰিলে বাণিজ্য মন্ত্ৰণালয়ে
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Poverty Report: মোডীৰ শাসনত দৰিদ্ৰ সীমাৰেখাৰ পৰা উলিয়াই অনা হৈছে ৩০ কোটি লোকক , দাবী বিত্তীয় উপদেষ্টাৰ

৩.৪০ লাখ কোটিৰে বিনামূলীয়া ৰছদ

সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰা নহয় ৰে’লঃ ৰে’লমন্ত্ৰী গয়াল

নতুন উদ্যোগ বা ব্যৱসায়ৰ বাবে আৰু দপ্তৰৰ পৰা দপ্তৰ দৌৰাৰ প্ৰয়োজন নাই । বিস্তৰ কাগজত ফাইল তৈয়াৰ কৰাৰ দিনো উকলিব । মংগলবাৰে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীযূষ গ’য়েল মন্ত্ৰণালয়ৰ এক পৰ্যালোচনা বৈঠকে জনায়, উদ্যোগ আৰু ব্যৱসায়ৰ বাবে বিভিন্ন চৰকাৰী অনুমোদনৰ এক ডিজিটেল ‘ছিংগল-ৱিন্‌ড’ প্ৰকল্প প্ৰায় প্ৰস্তুত । প্ৰাথমিকভাৱে ১৪ খন ৰাজ্যৰে পৰীক্ষামূলকভাৱে এই প্ৰকল্পটো আৰম্ভ কৰা হ’ব । অৱশ্যে কেতিয়াৰ পৰা সম্পূৰ্ণভাৱে আৰম্ভ হ’ব সেয়া জনোৱা নাই ।

ADVERTISEMENT

প্ৰেছ ইনফৰমেচন ব্যুৰ’ (পিআইআৰ)ৰ এক বিজ্ঞপ্তি অনুসৰি, গ’য়েলৰ দাবী এই ব্যৱস্থাৰ জৰিয়তে ব্যৱসায় বা উদ্যোগত বিনিয়োগ কৰিবৰ বাবে উৎসাহীসকলে কোন ৰাজ্য‌ত ক’ত ভূমি আছেৰ পৰা আৰম্ভ কৰি বিনিয়োগৰ অনুমোদন প্ৰক্ৰিয়াৰ যাৱতীয় তথ্য কম্পিউটাৰৰ বুটাম টিপিয়ে জানিব পাৰিব । তেওঁৰ দাবী, এই প্ৰকল্পৰ সুবিধাৰে বিনিয়োগকাৰীসকলে ৰাজ্য আৰু কেন্দ্ৰৰ বিভিন্ন কাৰ্যালয়লৈ নগৈ ঘৰতেই যাৱতীয় নথি প’ৰ্টেলত আপলোড কৰিলেই অনুমোদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব ।

মন্ত্ৰী গ’য়েলে লগতে কয় যে, তথ্যৰ গোপনীয়তা ৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে এই প’ৰ্টেলত । সম্প্ৰতি ১৪ খন ৰাজ্যৰ লগতে, ১৭ টা মন্ত্ৰণালয়ো প্ৰত্যক্ষভাৱে এই প’ৰ্টেলৰ অনুমোদন প্ৰক্ৰিয়াৰ স’তে জড়িত হৈ থাকিব । তেওঁ কয়, সম্প্ৰতি ১৪ খন ৰাজ্যৰে এই ব্যৱস্থা পৰীক্ষামূলকভাৱে আৰম্ভ হ’লেও পৰৱৰ্তী সময়ত এই প্ৰকল্পত সকলো ৰাজ্যক সাঙুৰি লোৱা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Piyush Goyal
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d