Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৩.৪০ লাখ কোটিৰে বিনামূলীয়া ৰছদ

চৰকাৰৰ বিবৃতিতে প্ৰকাশ পালে সমস্যাৰ গভীৰতা, ছমাহত ব্যয় হ'ব ৮০ হেজাৰ কোটি

publisher by publisher
March 28, 2022
in India, News
Reading Time: 1 min read
0
৩.৪০ লাখ কোটিৰে বিনামূলীয়া ৰছদ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

দ্বিতীয়বাৰলৈ উত্তৰ প্রদেশৰ গাদী দখলৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে পুৱা বিনামূলীয়াকৈ তিনিমাহৰ বাবে অতিৰিক্ত ৰেছন যোগানৰ ঘোষণা কৰাৰ পাছত সন্ধিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে ছমাহৰ বাবে বিনামূলীয়া ৰেছন প্ৰদানৰ কথা ঘোষণা কৰে । শনিবাৰে বিয়লি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ADVERTISEMENT

উচ্চস্তৰীয় চৰকাৰী সূত্র‌ই প্ৰকাশ কৰা অনুসৰি ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেল, কেৰাচিনৰ পৰা আৰম্ভ কৰি খোৱা তেল তথা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম যি ধৰণে বৃদ্ধি পাইছে তাৰ দ্বাৰা দৰিদ্ৰ জনসাধাৰণৰ জীৱনলৈ আহুকাল নামি আহিছে । সমস্যা গভীৰ হৈছে দেশৰ সাধাৰণ ৰাইজৰ ।

কংগ্ৰেছে ইতিমধ্যে ইয়াৰ প্ৰতিবাদত ‘মেহংগা মুক্ত ভাৰত’ অৰ্থাৎ মূল্যবৃদ্ধিমুক্ত ভাৰত নামেৰে প্ৰচাৰ অভিযানৰ ঘোষণা কৰিছে । দেশত ক’ভিডৰ প্ৰকোপ হ্ৰাস পালেও অতিমাৰীৰ সময়তে আৰ্থিক দিশত কোঙা হৈ পৰা কোটি কোটি লোকে ভাতমুঠি যোগাৰৰ সমস্যাৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই । আজিও দেশৰ শ্ৰমজীৱী লোকসকলে, সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ ৰাইজে এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি আছে । বহুতে এসাঁজ অন্নৰেই দিনটো পাৰ কৰিবলগীয়া অৱস্থাত আছে । এই সকলোবোৰ দিশ বিবেচনা কৰি অহা পহিলা এপ্ৰিলৰ পৰা অতিৰিক্তভাৱে ছমাহ বিনামূলীয়া ৰেছন বিতৰণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ।

অৱশ্যে কংগ্ৰেছৰ অভিযোগ যে মোদী চৰকাৰে বিনামূলীয়া ৰেছন আদায় দি নিৰ্বাচনত ইয়াৰ সুবিধা লৈছে । বিজেপি চৰকাৰে বছৰৰ পাছত বছৰ পেট্ৰ’ পণ্যত ৰাজসাহায্য হ্ৰাস কৰিছে । পেট্ৰ’ল-ডিজেলৰ উপৰি ৰন্ধন গেছ তথা দৰিদ্ৰ লোকৰ পাকঘৰত ব্যৱহৃত কেৰাচিন তেলৰ ৰাজসাহায্য‌ও প্ৰত্যাহাৰ কৰা হৈছে । অৰ্থাৎ এহাতে বিনামূলীয়া ৰেছন যোগান ধৰিছে আৰু আনহাতে সাধাৰণ মানুহৰ জীৱনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত ৰাজসাহায্য কৰ্তন কৰিছে । কংগ্ৰেছে কয় যে মোদী চৰকাৰে এহাতেৰে দি আনখন হাতেৰে তাৰ দুগুণ কাঢ়ি নিছে ।

মন কৰিবলগীয়া যে ক’ভিড পৰিস্থিতিত তলাবন্ধৰ সময়ছোৱাত খাদ্য সুৰক্ষা আইনৰ আওতাৰ ভিতৰত থকা দেশৰ ৮০ কোটি মানুহৰ প্ৰতিমাহে বিনামূলীয়াকৈ পাঁচ কিলোগ্ৰাম অতিৰিক্ত ৰেছন আদায়ৰ বাবে আৰম্ভ কৰা হয় প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা । মোদী কেবিনেটে শনিবাৰে সন্ধিয়া এই আঁচনিৰ ম্যাদ অহা ছেপ্টেম্বৰলৈ বৃদ্ধি কৰে । ইয়াৰ বাবে ৰাজকোষৰ পৰা হ’বলগীয়া অতিৰিক্ত ব্যয়ৰ পৰিমাণ ৮০ হেজাৰ কোটি টকা । অহা ৩১ মাৰ্চত এই আঁচনিখনৰ ম্যাদৰ অন্ত পৰাৰ কথা আছিল ।

বিগত দুবছৰত আঁচনিখনৰ অধীনত ইতিমধ্যে দুই লাখ ৬০ হেজাৰ কোটি টকা ব্যয় কৰা হৈছে । এক চৰকাৰী বিবৃতিত কোৱা হয় যে সমাজৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি উদ্বেগ আৰু সংবেদনশীলতা ব্যক্ত কৰি কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী গঢ়িব কল্যাণ অন্ন যোজনাৰ ম্যাদ অতিৰিক্ত ছমাহ অৰ্থাৎ ২০২২ৰ ছেপ্টেম্বৰ পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত লয় । এই ছমাহ হ’ব আঁচনিখনৰ ষষ্ঠ পৰ্যায় ।

বিবৃতিত লগতে কোৱা হয়, ‘চৰকাৰে এই পর্যন্ত প্ৰায় ২.৬০ লাখ কোটি ব্যয় কৰিছে আৰু অতিৰিক্ত ৮০ হেজাৰ কোটি অহা ছেপ্টেম্বৰলৈ পৰৱৰ্তী ছমাহত ব্যয় কৰা হ’ব । ইয়াৰ ফলত মুঠ ব্যয়ৰ পৰিমাণ হ’ব তিনি লাখ ৪০ হেজাৰ কোটি টকা ।’

তদুপৰি চৰকাৰৰ বিবৃতিত এইদৰে লগতে কোৱা হয়, ‘ক’ভিড-১৯ অতিমাৰী লক্ষ্যণীয়ভাৱে হ্ৰাস পালেও আৰু অৰ্থনৈতিক কাৰ্যকলাপে গতি সঞ্চয় কৰিলেও পিএমডিকেএৱাইৰ সম্প্ৰসাৰণে এই কথা নিশ্চিত কৰিব যাতে কোনো দৰিদ্ৰ পৰিয়ালে এই পুনৰুদ্ধাৰৰ সময়ছোৱাত অন্ন গ্ৰহণ নকৰাকৈ শোৱাপাটীলৈ যাবলগীয়া নহয় ।’

আঁচনি সম্প্ৰসাৰণৰ ফলত যিটো পৰিয়ালে ৰেছনৰ স্বাভাৱিক পৰিমাণৰ প্ৰায় দুগুণ খাদ্য শস্য লাভ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰৰ বিবৃতিত প্ৰকাশ । উল্লেখ্য যে পঞ্চম পৰ্যায় পৰ্যন্ত আঁচনি ৰূপায়ণত ভাৰত চৰকাৰে ৭৫৯ লাখ টন খাদ্য শস্য আবণ্টন দিছে । ষষ্ঠ পৰ্যায়ত আঁচনি ৰূপায়ণৰ বাবে অতিৰিক্ত ১৪৪ লাখ খাদ্য শস্য আবণ্টন দিয়াৰ পাছত আঁচনিখনৰ অধীনত আবণ্টিত মুঠ খাদ্য শস্যৰ পৰিমাণ হ’ব ১০০৩ লাখ টন ।

কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী পীযুষ গোৱেলে টুইটাৰত কয় যে এই আঁচনি সম্প্ৰসাৰণে দৰিদ্ৰ লোকৰ প্ৰতি মোদী চৰকাৰৰ সংবেদনশীলতা প্ৰকাশ কৰিলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressNarendra ModiPiyush GoyalPradhanmantri Garib Kalyan Yojana
publisher

publisher

Related Posts

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d