Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

৩৩ সম্প্ৰদায়ৰ জৰীপৰ দায়িত্ব সংশ্লিষ্ট স্বায়ত্তশাসিত পৰিষদ-উন্নয়ন পৰিষদক

publisher by publisher
July 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
৩৩ সম্প্ৰদায়ৰ জৰীপৰ দায়িত্ব সংশ্লিষ্ট স্বায়ত্তশাসিত পৰিষদ-উন্নয়ন পৰিষদক
12
SHARES
117
VIEWS
ShareShareShareShare

RelatedPosts

Census will be conducted in two phases: ২০২৬ৰ পহিলা অক্টোবৰৰ পৰা দুটা পর্যায়ত হ’ব লোকপিয়ল

অসমত কোন জনগোষ্ঠী-সম্প্ৰদায়ৰ জনসংখ্যা কিমান সেই তথ্য সংগ্ৰহৰ বাবে তৎপৰ হৈ উঠিছে ৰাজ্য চৰকাৰ । এই সংক্ৰান্তত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে যোৱা ন জুনত বিএডি/বিচি/৬৩৩/২০২১/০৩ নম্বৰৰ এক জাননীৰ জৰিয়তে জিলা উপায়ুক্তসকললৈ ৩৩টা জনগোষ্ঠী-সম্প্ৰদায়ৰ নাম উল্লেখ কৰি পৃথকে পৃথকে জনসংখ্যা জৰীপৰ বাবে নিৰ্দেশ দিছিল ।

ADVERTISEMENT

এই জাননীত কলিতা, শৰণীয়া কছাৰী, গোৰ্খা, নাথ-যোগী, কেওট, গাৰো, বৰ্মন ডিমাচা কছাৰী, সূত, গৰিয়া, তাই আহোম, মেচ কছাৰী, চুতীয়া, খাচী জয়ন্তীয়া, কাৰ্বি আংলঙৰ বাহিৰত বাস কৰা কাৰ্বি, কোচ ৰাজবংশী, মাইমল, বৰাক উপত্যকাৰ পাহাৰীয়া জনজাতি, মৰিয়া, সাধাৰণ জাতি, আদিবাসী, চিংফৌ ছেমা (মান তাই), হাজং, চাউদাং, মদাহী, কুমাৰ, জলহা, ব্ৰাহ্মণ মৰাণ আৰু মটক জনগোষ্ঠী তথা এইসকল সম্প্ৰদায়ৰ নাম উল্লেখ কৰি প্ৰতিটোৰ জনসংখ্যা কিমান জৰীপ কৰি শীঘ্ৰে দাখিল কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে ।

শেহতীয়াকৈ এই জৰীপ ব্যৱস্থাত উপায়ুক্তসকলৰ লগতে সংশ্লিষ্ট জনগোষ্ঠী তথা সম্প্ৰদায়সমূহৰ উন্নয়নৰ বাবে গঠন হোৱা স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহক সাঙুৰি লৈ এই কাৰ্য শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগে নিৰ্দেশ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ থকা জনগোষ্ঠীসমূহৰ জনসংখ্যা জৰীপ কৰিবলৈ সংশ্লিষ্ট পৰিষদসমূহক দায়িত্ব অৰ্পণ কৰিছে ভৈয়ম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে । শেহতীয়াকৈ নৱ গঠিত কে’বাখনো উন্নয়ন পৰিষদৰ লগত এই সন্দৰ্ভত বিভাগে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিবলৈ জৰীপৰ সংক্ষিপ্ত বিৱৰণসহ প্ৰ-পত্ৰ প্ৰদান কৰিছে ।

চৰকাৰী সূত্ৰ অনুসৰি, পৰিষদসমূহৰ সদস্যসকলক এই জৰীপ কাৰ্যত ব্যৱহাৰ কৰা হৈছে আৰু সংশ্লিষ্ট সদস্যজনে কোনটো জনগোষ্ঠীৰ, কোন কেইখন গাঁও জৰীপ কৰিব স্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে । সেই অনুসৰি, জৰীপত ব্যৱহাৰ হ’ব লগা প্ৰ-পত্ৰ সংশ্লিষ্ট পৰিয়ালটোৰ জিলা, মহকুমা, সমষ্টি, পঞ্চায়ত, গাঁৱৰ নাম সন্নিৱিষ্ট কৰি পৰিয়ালৰ মুঠ সংখ্যা, পুৰুষ-মহিলাৰ সংখ্যা, ১৮ বছৰৰ ওপৰৰ আৰু তলৰ সদস্যৰ সংখ্যা কিমান তাৰ তথ্য বিচৰা হৈছে ।

সমান্তৰালভাৱে এই জৰীপৰ জৰিয়তে পৰিয়ালটোৰ প্ৰতিজন সদস্যৰ শিক্ষাগত অৰ্হতাৰ উপৰি সদস্যসকলৰ জীৱিকাৰ তথ্য বিচাৰিছে সংশ্লিষ্ট বিভাগে । উল্লেখ্য যে শিক্ষাৰ বিৱৰণত সাতটা দফা আৰু জীৱিকাৰ বিৱৰণত নটা দফা প্ৰ-পত্ৰখনত সন্নিৱিষ্ট কৰা হৈছে । সমান্তৰালভাৱে এই জৰীপত সংশ্লিষ্ট পৰিয়ালসমূহৰ অৰ্থনৈতিক স্থিতিৰ তথ্য‌ও সংগ্ৰহ কৰিব ৰাজ্য চৰকাৰে । সেই অনুসৰি, প্ৰ-পত্ৰখনত সংশ্লিষ্ট পৰিয়ালটো আৰ্থিকভাৱে সবল, মধ্যবিত্ত, নিম্নবিত্ত নে দৰিদ্ৰ সীমাৰেখাৰ তলৰ সন্নিৱিষ্ট কৰিবলৈ ঠাই দিয়া হৈছে ।

একেদৰে পৰিয়ালত যদি দিব্যাংগ, অবিবাহিত, বিধবা, নিবনুৱা, মুক্তিযুদ্ধা, সাহিত্যিক পেন্সনাৰ, খেলুৱৈ, শিল্পী আছে জৰীপত সেই তথ্য‌ও বিচৰা হৈছে । এই তথ্যসমূহৰ উপৰি সংশ্লিষ্ট পৰিয়ালটোৱে চাকৰি আঁচনি যেনে প্ৰধানমন্ত্ৰী আৱাসগৃহ, অনাময় ব্যৱস্থা, বিদ্যুৎ যোগান, খোৱা পানীৰ ব্যৱস্থাকে ধৰি অন্যান্য কিবা সুবিধা লাভ কৰিছে নেকি তাৰো তথ্য সংগ্ৰহৰ বাবে এই জৰীপৰ জৰিয়তে চেষ্টা চলাইছে ৰাজ্য চৰকাৰে । সূত্ৰ অনুসৰি, এই জৰীপ শীঘ্ৰে সম্পন্ন কৰি বিভাগৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণ নে সংশ্লিষ্ট জনগোষ্ঠীক পুঁজি আৱণ্টনৰ বাবে এই ব্যৱস্থা ?

ৰাজ্য চৰকাৰে শীঘ্ৰে আৰম্ভ কৰিবলগীয়া ৩৩ জনগোষ্ঠী-সম্প্ৰদায়ৰ জৰীপক কেন্দ্ৰ কৰি সংশ্লিষ্ট জনগোষ্ঠী-সম্প্ৰদায়ৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ সৰ্বাধিক জনসংখ্যা থকা জনগোষ্ঠীকেইটাৰ সংগঠনসমূহৰ মাজত চৰকাৰে কি কাৰণে এই তথ্য সংগ্ৰহ কৰিছে কোনো কথা ৰাজহুৱা নোহোৱাত ভিতৰি ভিতৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ।

উল্লেখ্য যে ৰাজ্যৰ নিৰ্বাচন প্ৰক্ৰিয়াত অধিকাংশ সমষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা উল্লিখিত অধিকাংশ জনগোষ্ঠীয়ে সময়ে সময়ে জনগোষ্ঠীটোৰ ইমান জনসংখ্যা বুলি দাবী কৰি ৰাজনৈতিক দলসমূহকে ধৰি পুঁজি আৱণ্টনৰ ক্ষেত্ৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰি আহিছিল । কিন্তু এই জৰীপ সম্পন্ন হোৱাৰ পাছত প্ৰতিটো জনগোষ্ঠীৰ জনসংখ্যা স্পষ্ট হৈ পৰিব বুলি বিভাগৰ সূত্ৰ‌ই সদৰী কৰি এই জৰীপে বহুকেইটা দিশ উন্মোচিত কৰিব বুলি কয় ।

উল্লেখ্য যে এই জৰীপ প্ৰকৃততে কি কাৰণে কৰা হৈছে বিভাগে স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও এই জৰীপে ভৱিষ্যতে সমষ্টি নিৰ্ধাৰণ, সমষ্টি বৃদ্ধিৰ লগতে চৰকাৰী পুঁজি আৱণ্টনৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ সম্ভাৱনা অধিক । কিন্তু জনজাতিকৰণৰ প্ৰসংগত যদি এই জৰীপ গ্ৰহণ কৰা হয় দাবী কৰি অহা ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত বিপদ আহিব পাৰে বুলিও সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ মাজত চৰ্চা কৰিছে ।

সূত্ৰ অনুসৰি, জনজাতিকৰণৰ দাবী কৰি অহা ছয় জনগোষ্ঠীয়ে কেন্দ্ৰত অনুমানিক ভিত্তিতহে জনসংখ্যাৰ তথ্য দাঙি ধৰিছিল । কেন্দ্ৰত দাখিল কৰা অনুমানিক তথ্য আৰু নিৰ্বাচনৰ সময়ত টিকট লাভ বা চৰকাৰী পুঁজি লাভ কৰিবলৈ প্ৰকাশ কৰি অহা এই আনুমানিক জনসংখ্যাৰ বহু পাৰ্থক্য থকা বুলি সময়ে সময়ে চৰ্চা চলি আহিছে । তাৰ মাজতে চৰকাৰে জৰীপৰ ব্যৱস্থা গ্ৰহণৰ মাজতে সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

একোজনকৈ লোকৰ দুই-তিনিখনকৈ জাতিগত প্ৰমাণ পত্ৰ

ৰাজ্যৰ কে’বাখনো জিলাত একোজন লোকে দুই-তিনিটা জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি থকাৰ তথ্য এই জৰীপত পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহক সাঙুৰি লোৱাৰ পাছত এই ক্ষেত্ৰত কিছু বাধা আহি পৰিব । উল্লেখ্য যে কে’বাখনো জিলাত বহু পৰিয়ালৰ দুখন-তিনিখনকৈ জাতিগত প্ৰমাণপত্ৰ আছে আৰু সুবিধা চাই এই প্ৰমাণপত্ৰসমূহ ব্যৱহাৰ কৰি আহিছে; কিন্তু উপায়ুক্তসকলৰ উপৰি সংশ্লিষ্ট জনগোষ্ঠীৰ পৰিষদসমূহক এই জৰীপত অন্তৰ্ভুক্ত কৰাৰ পাছতে এনে পৰিয়ালসমূহ পুনৰ সেই প্ৰতিটো জনগোষ্ঠীৰ তালিকাত কৌশলৰে স্থান লাভ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Population Census
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d