Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ক’ভিডত ব্যাহত ফ্লু-টিকাকৰণ, ফলত বৃদ্ধি পাইছে ইনফ্লুয়েঞ্জা : দাবী চিকিৎসকৰ

publisher by publisher
July 21, 2021
in India, News
Reading Time: 1 min read
0
ক’ভিডত ব্যাহত ফ্লু-টিকাকৰণ, ফলত বৃদ্ধি পাইছে ইনফ্লুয়েঞ্জা : দাবী চিকিৎসকৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

America : আমেৰিকাত গৰ্ভাৱস্থাত ১,২০৫ মহিলাৰ মৃত্যু , ৬০ বছৰৰ সৰ্বাধিক গৰ্ভৱতীৰ মৃত্যু

আমেৰিকাত অত্যধিক দৰৱ গ্ৰহণৰ ফলত এক লাখ লােকৰ মৃত্যু

Aromatherapy Spray Import : আমেৰিকাত বিৰল বেক্টেৰিয়াৰ প্রাদুর্ভাৱ, নেপথ্যত ভাৰতৰ পৰা আমদানি স্প্রে ?

দেশত ক’ভিডৰ সংক্রমণ কিছু হ্রাস পালেও চহৰ-নগৰত ক্রমে বৃদ্ধি পাবলৈ ধৰিছে ইনফ্লুয়েঞ্জাৰ দৰে বতৰৰ নানা ৰােগ। পশ্চিমবংগসহ দেশৰ একাধিক ৰাজ্যত বেচৰকাৰী চিকিৎসালয়ত সম্প্রতি তীব্র জ্বৰসহ একাধিক উপসর্গ লৈ ভর্তি হােৱা ৰােগীৰ সংখ্যা বৃদ্ধি পাইছে।

ADVERTISEMENT

ক’ভিডৰ সম্ভাৱ্য তৃতীয় ঢৌৰ আগমনৰ পূর্বে এইদৰে দেশৰ বিভিন্ন ৰাজ্যত বহু লােক ইনফ্লুয়েঞ্জাজনিত জুৰত আক্রান্ত হােৱাত চিকিৎসকসকল চিন্তিত হৈছে।

অতীততাে বাৰিষাৰ বতৰত দেশত ইনফ্লুয়েঞ্জাৰ প্রকোপ প্রত্যক্ষ হৈছিল। কিন্তু চলিত বৰ্ষত দেশৰ বিভিন্ন অঞ্চলত ইনফ্লুয়েঞ্জা বৃদ্ধিৰ বাবে প্রত্যক্ষভাৱে ক’ভিডক জগৰীয়া কৰিলে চিকিৎসকে।

ইনফ্লুয়েঞ্জাৰ টিকা গ্রহণ কৰিলে বতৰজনিত জ্বৰত আক্রান্ত হােৱাৰ পৰা সকাহ লাভ কৰিব পাৰি। কিন্তু ক’ভিড আতংক আৰু ক’ভিডৰ যুঁজত সকলােৱে বিগত ডেৰ বছৰ ধৰি অত্যধিক ব্যস্ত থাকিব লগা হােৱাত দেশত ব্যাহত হৈছে ফ্ল-টিকাকৰণ।

ইনফ্লুয়েঞ্জাৰ টিকা ল’বলৈ বহুতে ক’ভিভৰ শংকাতাে চিকিৎসালয়লৈ যাব পৰা নাই। ফলত চলিত বৰ্ষত দেশৰ বিভিন্ন অঞ্চলত ইনফ্লুয়েঞ্জাৰ সংক্রমণ বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰিলে সংক্রামক ৰােগ বিশেষজ্ঞই।

ক’ভিডত আক্রান্ত হােৱাৰ ফলত গুৰুতৰ অসুস্থৰ মাজত ৰােগ প্ৰতিৰােধ ক্ষমতা হ্রাস পাইছে।।হাওঁফাওঁত সংক্রমণ হােৱা লােকসকলৰ ক্ষেত্ৰতাে সুস্থ হ’বলৈ অধিক সময়ৰ প্রয়ােজন হৈছে।

এনে অৱস্থাত ইনফ্লুয়েঞ্জাৰ সংক্রমণে কম ৰােগ প্ৰতিৰােধ ক্ষমতাসম্পন্ন ৰােগীক বিপদগ্রস্ত কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিলে চিকিৎসকে। ক’ভিড কালত বয়ােজ্যেষ্ঠ, হাওঁফাওঁৰ ৰােগী, হাঁপানী ৰােগী বা ৰােগ প্ৰতিৰােধ ক্ষমতা কম থকা লােকসকলক সেয়েহে তৎকালীনভাৱে ফুৰ টিকা ল’বলৈ পৰামর্শ দিলে সংক্রামক ৰােগ বিশেষজ্ঞই।

ডাঃ দেৱকিশােৰ গুপ্তই কয় যে বছৰত এবাৰ এই টিকা গ্রহণ কৰিলে মানৱ শৰীৰত ইনফ্লুয়েঞ্জাৰ বিৰুদ্ধে ৰােগ প্ৰতিৰােধ ক্ষমতা সৃষ্টি হয়। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনচন (চি ডি চি)-এ বছৰত সকলাে লােককে ইনফ্লুয়েঞ্জাৰ প্ৰতিষেধক এবাৰ গ্ৰহণ কৰিবলৈ পৰামর্শ দিছে।

ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে বতৰজনিত বিভিন্ন জ্বৰৰ পৰা ৰেহাই লাভ কৰিব পাৰে। দুবছৰ ঊর্ধ্বৰ বয়সৰ প্ৰতিজন লােকে এই টিকা গ্ৰহণ কৰিব পাৰে। অৱশ্যে বয়্যেজ্যেষ্ঠসকলে ফ্লু-টিকা অধিক গ্রহণ কৰি আহিছে।

বিশিষ্ট চিকিৎসক দেৱৰাজ যশে দেশত হঠাতে ইনফ্লুয়েঞ্জা আক্রান্ত লােকৰ সংখ্যা বৃদ্ধি পােৱাৰ সন্দৰ্ভত মন্তব্য কৰি ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত কয়,‘ক’ভিডৰ ফলত বয়ােজ্যেষ্ঠসকলে চিকিৎসালয়লৈ আহিবলৈ নিবিচৰাত ফ্লু-প্রতিষেধক ল’ব পৰা নাই।

বহুতে আকৌ ধাৰণা কৰে যে ক’ভিড প্রতিষেধক ল’লে ইনফ্লুয়েঞ্জা নহয়। তদুপৰি একেটা বছৰতে ক’ভিড আৰু ইনফ্লুয়েঞ্জাৰ প্ৰতিষেধক দুটা একেলগে ল’লে বিপৰীত প্রতিক্রিয়াৰ শংকাতাে বহুতে সম্প্রতি ফ্লুৰ প্রতিষেধক গ্রহণৰ পৰা বিৰত আছে।

টিকা গ্রহণ নকৰাৰ ফলত ভাৰতত চলিত বৰ্ষত ইনফ্লুয়েঞ্জাৰ প্রকোপ অধিক হৈছে। ডাঃ যশৰ মতে, ক’ভিড আৰু ইনফ্লুয়েঞ্জাৰ প্রতিষেধক একেলগে গ্ৰহণ কৰাত কোনাে চিন্তাৰ কাৰণ নাই।

প্রয়ােজনত চিকিৎসকৰ স’তে আলােচনা কৰি বয়ােজ্যেষ্ঠ আৰু ৰােগ প্ৰতিৰােধ ক্ষমতা কম থকা লােকসকলে ইনফ্লুয়েঞ্জাৰ প্রতিষেধক লােৱা উচিত বুলি ডাঃ যশে পৰামর্শ দিয়ে। ভাৰতত প্রতি বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰত এই প্রতিষেধক লােৱাটো জৰুৰী।

চিকিৎসকে লগতে প্রকাশ কৰা অনুসৰি, প্রতিষেধক গ্রহণৰ তিনিৰ পৰা চাৰি সপ্তাহৰ ভিতৰত শৰীৰত ইনফ্লুয়েঞ্জাৰ বিৰুদ্ধে ৰােগ প্ৰতিৰােধ ক্ষমতা গঢ় লৈ উঠে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CDCInfluenza
publisher

publisher

Related Posts

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d