Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শালবাৰীত জংঘলৰ মাজত উদ্ধাৰ পিষ্টল-গুলী-মেগজিন

বাঁহবাৰীৰ ডকাইতি কাণ্ডত ব্যৱহৃত হৈছিল উদ্ধাৰ হোৱা পিষ্টলটো

publisher by publisher
August 8, 2021
in Assam, India, News
Reading Time: 1 min read
0
শালবাৰীত জংঘলৰ মাজত উদ্ধাৰ পিষ্টল-গুলী-মেগজিন
11
SHARES
106
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজ্যত ভুৱা ফোনকলেৰে চাইবাৰ অপৰাধীৰ লুণ্ঠনৰ জাল

শালবাৰীৰ লক্ষী মন্দিৰত চুৰি, ৰাইজে হাতে-লোটে ধৰি উত্তম-মধ্যম দি গটালে আৰক্ষীক

বাগসাৰ শালবাৰীৰ দক্ষিণ খয়ৰবাৰীত আজি জংঘলৰ মাজত এটা পিষ্টল, ছয় জাঁই সজীৱ গুলী আৰু এটা মেগজিন উদ্ধাৰ হয় ৷ দক্ষিণ খয়ৰবাৰী গাঁৱৰ মৃত্যুঞ্জয় দাস নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ আঁতৰৰ ঘন জংঘলৰ মাজত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰখিনি বাঁহবাৰীস্থিত এছবিআইৰ গ্ৰাহকসেৱা কেন্দ্ৰত তিনিদিন পূৰ্বে সংঘটিত হোৱা ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা হৈছিল বুলি শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই এক সংবাদ মেলযোগে জানিবলৈ দিছে ৷

ADVERTISEMENT

উল্লেখ্য যে যোৱা চাৰি আগষ্টত মানাহৰ সমীপৰ বাঁহবাৰীস্থিত এটা এছবিআইৰ গ্ৰাহকসেৱা কেন্দ্ৰত দিনতে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ তিনিজনীয়া এটা ডকাইতৰ দলে পিষ্টল দেখুৱাই কাঢ়ি নিছিল তিনি লাখকৈ নগদ ধন ৷ ৰাইজৰ সহযোগত আৰক্ষীয়ে সিদিনাই বিজিৎ বড়ো নামৰ এজন ডকাইতক কৰায়ত্ত কৰাৰ লগতে পাঁচ আগষ্টত সমৰ সিং নাৰ্জাৰী নামৰ আন এজন ডকাইতক আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ৷

আৰক্ষীৰ জিম্মাত থকা ডকাইত দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত পাঁচ আগষ্টত খয়ৰবাৰী গাঁৱৰ ঘন জংঘলৰ মাজত লুকাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৭.৬৫ এমএমৰ এটা পিষ্টল ৷ আন এটা পিষ্টলৰ সন্ধানত আৰক্ষীয়ে চিআৰপিএফৰ স’তে হাবিয়ে-বনে তীব্ৰ অভিযান চলাইছিল যদিও পিষ্টলটো উদ্ধাৰ কৰিব পৰা নাছিল ৷

ঘটনাৰ তিনিদিন পাছত আজি ৰাতিপুৱা দক্ষিণ খয়ৰবাৰী গাঁৱৰ বাসিন্দা মৃত্যুঞ্জয় দাসে ঘৰৰ কাষৰ জংঘলত মাটিত পৰি থকা অৱস্থাত এটা পিষ্টল প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ভগৱান দাসক খবৰ দিয়ে আৰু ভগৱান দাসে আৰক্ষীৰ স’তে যোগাযোগ কৰাত ঘটনাস্থলীত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য, শালবাৰী থানাৰ অ’চি,‌ নিমুৱাস্থিত চিআৰপিএফ কেম্পৰ কোমাণ্ডেট ৰাজেশ কুমাৰ আদি উপস্থিত হৈ পিষ্টলটো উদ্ধাৰ কৰাৰ লগতে ছয় জাঁই সজীৱ গুলী আৰু এটা মেগজিনো উদ্ধাৰ কৰে ৷

উদ্ধাৰ হোৱা পিষ্টলটো কাচীনত নিৰ্মিত বুলি জানিবলৈ দিছে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে ইতিপূৰ্বে ধৃত ডকাইত সমৰ সিং নাৰ্জাৰীক ঘটনাস্থলীলৈ আনি উদ্ধাৰ হোৱা পিষ্টলটো ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বুলি চিনাক্ত কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Salbari Police
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d