Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

    ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম আন্দোলনৰ কৰ্মী, চকু চিকিৎসা বিষয়ৰ সহায়ক ধনেশ্বৰ দাসৰ পৰলোকপ্ৰাপ্তি : হাউলীত শোকৰ ছাঁ

publisher by publisher
August 31, 2021
in Assam, News
Reading Time: 1 min read
0
অসম আন্দোলনৰ কৰ্মী, চকু চিকিৎসা বিষয়ৰ সহায়ক ধনেশ্বৰ দাসৰ পৰলোকপ্ৰাপ্তি : হাউলীত শোকৰ ছাঁ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, হাউলীৰ হালাপাকুৰী গাঁৱৰ নিৱাসী তথা চকু চিকিৎসা বিষয়ৰ সহায়ক ধনেশ্বৰ দাসৰ আজি পুৱা প্ৰায় ৫:৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ।

ADVERTISEMENT

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৯ বছৰ । বৃক্ক বিকল হৈ বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছিল যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে । প্ৰয়াত দাসে ঐতিহাসিক অসম আন্দোলনৰ সময়ত সক্ৰীয় ভূমিকা পালন কৰিছিল।

আন্দোলনৰ সময়ত ঐতিহ্যমণ্ডিত হাউলীৰ হালাপাকুৰী গাঁৱত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সময়ত গাঁওবাসীক ৰক্ষা কৰাত সক্ৰীয় ভূমিকা পালন কৰিছিল প্ৰয়াত দাসে ।

উল্লেখ্য যে, হালাপাকুৰী গাঁৱতে প্ৰাথমিক শিক্ষা সমাপ্ত হোৱাৰ পাছত বৰবাৰীঝাৰ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পাছত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় স্নাতক বিজ্ঞানত উত্তীৰ্ণ হৈ বি এচ ছিত নাম ভৰ্তি কৰিছিল যদিও ঘৰৰ অৱস্থা বেয়া হোৱাৰ বাবে ডিগ্ৰী সম্পূৰ্ণ নৌহওঁতেই গুৱাহাটীলৈ গুছি যায় ।

ইয়াৰ পাছত গুৱাহাটীত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চকু চিকিৎসা বিষয়ৰ সহায়ক নাম ভৰ্তি কৰে । ১৯৮৬ চনত চকু চিকিৎসাৰ বিষয় সমাপ্ত কৰি ঘৰলৈ আহে আৰু ১৯৮৭ চনত চকু চিকিৎসা বিষয়ৰ সহায়ক হিচাপে চৰকাৰী নিযুক্তি লাভ কৰ্ম জীৱনৰ পাতনি মেলে ।

মৃত্যুৰ সময়ত প্ৰয়াত দাসে পত্নীসহ এজন পুত্ৰ, এজন কন্যাৰ লগতে বহু আত্মীয় স্বজনক এই ইহ সংসাৰত এৰি থৈ যায় । প্ৰয়াত দাসে মৃত্যুৰ আগমুহূৰ্তলৈ সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতি, শ্ৰীমন্ত শঙ্কৰদেৱৰ সমাজকে ধৰি কেইবাটাও সামাজিক, সাংস্কৃতিক সংগঠনৰ লগত ঘনিষ্ঠ হৈ আছিল ।

প্ৰয়াত দাসৰ মৃত্যুত হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি যুগান্ত বায়ন, অৱসৰপ্ৰাপ্ত শিক্ষক হেমচন্দ্ৰ দাস, হালাপাকুৰী শ্ৰীমন্ত শঙ্কৰদেৱ সমাজৰ সভাপতি প্ৰদীপ দাস, সম্পাদক কৌশিক কমল দাস, বৃহত্তৰ হাউলী উন্নয়ন পৰিষদৰ সম্পাদক ধৰণীধৰ দাসকে ধৰি হাউলী আঞ্চলিক ছাত্ৰ সন্থা, হাউলী ক্ৰীড়া সন্থা, হাউলী নগৰ উন্নয়ন পৰিষদ, বৃহত্তৰ হাউলী উন্নয়ন পৰিষদ, হাউলী ৰাস মহােৎসৱ উদযাপন সমিতি, সদৌ হাউলী ৰঙালী বিহু উদযাপন সমিতি, হাউলী কাৰবাৰী সন্থা, হাউলী সাহিত্য সভা, হাউলী কবি সন্মিলন,হাউলীৰ সা‍ংবাদিক দিদাৰ হুছেইন,নয়নমণি ওজাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে ।

প্ৰয়াত দাসৰ নশ্বৰ দেহ ক’ভিড প্ৰ’টকল মানি হালাপাকুৰী – মৌটুপুৰী ৰাজহুৱা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । উল্লেখ্য যে, প্ৰয়াত দাসৰ পত্নী ৰীণা দাস হাউলীৰ বৰবাৰীঝাৰ হাইস্কুলৰ শিক্ষয়ত্ৰী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHauli
publisher

publisher

Related Posts

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

September 5, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!
News

ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!
Assam

ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা!

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছতে বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

September 5, 2026
নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক
Assam

নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d