Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

দিল্লীত অনুষ্ঠিত সংবাদমেলত বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰা

publisher by publisher
May 6, 2026
in India, News
Reading Time: 1 min read
0
পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Congress Sporkperson Pawan Khera Pressmeet:✒️সদ্য সমাপ্ত পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনৰ সময়ত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা কেতবোৰ মন্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰা ৷

ADVERTISEMENT

বুধবাৰে দিল্লীত আয়োজিত এক সংবাদমেলত খেৰাই কয় যে, ভোটাৰক লৈ হেতালি খেলা হৈছে, আৰু বিজেপিয়ে কেতিয়াও মুছলমানক আকোৱালি লোৱা নাই। মুছলমানে ভোট নিদিয়ে বুলি দাবী কৰি বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ ব্যৱহাৰ কৰে। পৱন খেৰাই ক’লে, “আপুনি যদি মুছলমানৰ বিৰুদ্ধে বিষ উলিয়াই দিয়ে, তেন্তে তেওঁলোকে আপোনাক কেনেকৈ ভোট দিব?”

আনহাতে এজন সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে অসমত জয়ী হোৱা ১৯ বিধায়কৰ ভিতৰত ১৮ জন মুছলমান আৰু এজনহে হিন্দু। একেদৰে বংগতো কংগ্ৰেছৰ দুয়োজন বিধায়ক একে ধৰ্মৰ। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মুছলমানে ধৰ্মনিৰপেক্ষ দলটোক আকোৱালি লৈছে। বৰ্তমান দেশত কংগ্ৰেছৰ ৬১৪ গৰাকী বিধায়ক আছে, ইয়াৰে ৭৮ শতাংশ হিন্দু আৰু ১২ শতাংশহে মুছলমান।

তেওঁ কয় যে বিজেপিয়ে কয় যে মুছলমান ভোটাৰৰ প্ৰয়োজন নাই। বিজেপিয়ে মুছলমান ভোটাৰক নাকচ কৰিলে আৰু মুছলমান ভোটাৰে বিজেপিক নাকচ কৰিলে। ফলস্বৰূপে যেতিয়া মুছলমানে কোনো ধৰ্মনিৰপেক্ষ দলক ভোট দিছিল তেতিয়া বিজেপিয়ে অভিযোগ কৰিবলৈ ধৰিলে অৰ্থাৎ বিজেপিয়ে এতিয়া ভোটৰ হেতালি খেলাৰ চেষ্টা কৰিছে।

বাবা চাহেবৰ সংবিধানে এনে চিন্তাৰ অনুমতি দিয়ে নেকি বুলি সোধাত তেওঁ কয় যে কংগ্ৰেছ দলে সদায় সকলোকে প্ৰতিনিধিত্ব দি আহিছে যদিও বিজেপিয়ে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি বিষ উলিয়াই আহিছে। সত্যটো হ’ল দলিত, পিছপৰা শ্ৰেণী, জনজাতীয়, মহিলাকে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীকে বিজেপিয়ে দুৰ্বল কৰিব বিচাৰে।

পৱন খেৰাই আৰু কয় যে পশ্চিমবংগত ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা আসনত জয়ৰ ব্যৱধান এছ আই আৰ ডিলিমিটেচনৰ সংখ্যাতকৈ কম। ইয়াৰ অৰ্থ হ’ল সত্য স্পষ্ট। গতিকে সেই আসনসমূহত পুনৰ ভোটগ্ৰহণ কৰা উচিত বুলি আমি বিশ্বাস কৰোঁ, কিয়নো এইসকলৰ বহুতেই এতিয়াও ভোটাধিকাৰৰ বাবে অপেক্ষা কৰি আছে। উচ্চতম ন্যায়ালয়ে সংবিধান অনুসৰি ন্যায় প্ৰদান কৰিব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।

তেওঁ অভিযোগ কৰে যে গণতন্ত্ৰৰ চকীদাৰ স্বৰূপ জ্ঞানেশ গুপ্তাই গণতন্ত্ৰৰ চোৰৰ সৈতে গোপন বুজাবুজি কৰি বিধানসভাক কান্ধত লৈ ফুৰিছে। তেওঁ অভিযোগ কৰে যে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত লক্ষ্যভিত্তিকভাৱে ভোটাৰ সংযোজন কৰা হৈছিল, আনহাতে বংগ আৰু অসমত ভোটাৰৰ নাম লক্ষ্যভিত্তিকভাৱে কৰ্তন কৰা হৈছিল।

খেৰই আৰু কয় যে বিজেপিৰ আৰ্হি প্ৰথমে বোকা বিয়পাই তাৰ পিছত পদুম ফুলাই দিয়া। নিৰ্বাচন আয়োগৰ কাম আছিল বোকা বিয়পিব নোৱাৰা, কিন্তু সেয়া নহ’ল। আমি বংগ আৰু অসমৰ বিষয়টো উত্থাপন কৰিছো। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো হাইজেক কৰি লৈছে এছ আই আৰৰ ভোটাৰ তালিকাৰ হুইপ আৰু সীমা নিৰ্ধাৰণৰ তিনিবিধ পদ্ধতিয়ে।

২০২৪ চনৰ লোকসভাৰ ফলাফলৰ পিছত নিৰ্বাচনী ব্যৱস্থা ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। য’ত বোকা বিয়পিছিল তাতেই পদুম ফুলিছে। তামিলনাডু আৰু কেৰালাত বোকা বিস্তাৰ নোহোৱাৰ বাবে পদুম জয়ী হোৱা নাছিল।

চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী ফলাফলৰ পিছত কংগ্ৰেছৰ এইটোৱেই আছিল প্ৰথম আনুষ্ঠানিক ব্রিফিং৷ পৱন খেৰাই কয়, “এমাহৰ পিছত, মোৰ আৰু দলৰ বাবে সংগ্ৰামেৰে ভৰা এমাহৰ পিছত মই আপোনালোকৰ ওচৰলৈ আহিছো। সমগ্ৰ দেশতে গণতন্ত্ৰ অপহৰণৰ খেল চলি আছে। বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাই নিজৰ নিজৰ খেল উদঙাই দিছে।”

ইয়াৰ পূৰ্বে পৱন খেৰাই কয় যে ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা পশ্চিমবংগত হিংসাত্মক ঘটনা আৰম্ভ হৈছে ৷কিন্তু ইয়াক বন্ধ কৰাৰ পৰিৱৰ্তে দিল্লীৰ পৰা অধিক উচটনি দিয়া হৈছে। বিপক্ষৰ অফিচ জ্বলাই দিয়া হৈছে, মানুহক মাৰপিট কৰা হৈছে, দোকান-পোহাৰ ভাঙি- চিঙি পেলোৱা হৈছে । পশ্চিম বংগত বিজেপিয়ে বিজয় উদযাপন কৰা নাই; ই হৈছে সম্পূৰ্ণ গুণ্ডাগিৰিত লিপ্ত হোৱা আৰু মানুহক ভয় খুৱাই। নৰেন্দ্ৰ মোদীয়ে নিজৰ স্থিতি অনুযায়ী আচৰণ কৰি এই হিংসা বন্ধ কৰিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPCongressCongress Leader Pawan Khera
publisher

publisher

Related Posts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d