Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিআৰ চৰকাৰে অসম টেট-২০১৯ উত্তীৰ্ণ বিটিআৰ অঞ্চলৰ প্ৰাৰ্থীসকলক মানসিকভাৱে হত্যা কৰিব বিচাৰিছে এই মন্তব্য সুদন ৰায়ৰ

publisher by publisher
September 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
বিটিআৰ চৰকাৰে অসম টেট-২০১৯ উত্তীৰ্ণ বিটিআৰ অঞ্চলৰ প্ৰাৰ্থীসকলক মানসিকভাৱে হত্যা কৰিব বিচাৰিছে এই মন্তব্য সুদন ৰায়ৰ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

Hagrama Mohilary :বিটিচিৰ মুৰব্বীৰূপে শপত গ্ৰহণৰ পাছতে হাগ্ৰামাৰ হুংকাৰ

আজি এক প্ৰেছ বিবৃতিযোগে সদৌ বিটিআৰ প্ৰাথমিক অসম টেট-২০১৯ উত্তীৰ্ণ সমিতিৰ সভাপতি সুদন ৰায়ে কয় যে বিটিআৰ চৰকাৰে অসম টেট-২০১৯ৰ উত্তীৰ্ণ বিটিআৰ অঞ্চলৰ প্ৰাৰ্থীসকলক মানসিকভাৱে হত্যা কৰিব বিচাৰিছে । নিৰ্বাচনৰ পূৰ্বে আমাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক । ২০১৯ৰ অসম টেট অনুষ্ঠিত হোৱাৰ পাছত বিটিআৰ অঞ্চলৰ বাহিৰে অসমৰ অইন সকলো জিলাতেই ইতিমধ্যেই অসম চৰকাৰে দুই তিনিবাৰকৈ বিজ্ঞাপন আৰু নিযুক্তি সম্পূৰ্ণ কৰিলে । লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদতো ২০১৯ৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলক দুবাৰকৈ নিযুক্তি দিলে, কিন্তু আজিলৈকে বিটিআৰ চৰকাৰে এবাৰো প্ৰাথমিক শিক্ষক নিযুক্তি দিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰে সুদন ৰায়ে ।

ADVERTISEMENT

লগতে সুদন ৰায়ে আৰু কয় যে, শেহতীয়াকৈ প্ৰাথমিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৪২৭টা পদৰ যি বিজ্ঞাপন প্ৰকাশ কৰিছে, সেই বিজ্ঞাপনত বিটিচি চৰকাৰে ছমহীয়া যিসকল শিক্ষকক নিযুক্তি দিছিল সেইসকল শিক্ষকক যোগ্যতাৰ ভিত্তিত ৫০ নম্বৰ দিব বুলি বিজ্ঞাপনত স্পষ্ট উল্লেখ কৰিছে । এতিয়া কথা হ’ল ছমহীয়া শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক তাত আমাৰ কবলগীয়া একো নাই, কিন্তু সেইটো কৰিবলৈ গৈ ২০১৯ৰ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক বঞ্চিত কৰা নহ’বনে বুলি বিটিআৰ চৰকাৰক প্ৰশ্ন কৰে ।

আনফালে, বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে বিটিআৰ অঞ্চলত শীঘ্ৰে যি টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে তাত আমি আদৰণি জনাইছো, কিন্তু যিসকলে ইতিমধ্যেই টেট পাছ কৰি বহি আছে তেওঁলোকক নিযুক্তি দিয়াৰ পাছতহে টেট পাতক অন্যথা আমি গণতান্ত্ৰিকভাৱে এলানি আন্দোলন কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ম আৰু ইয়াৰ বাবে পৰিৱেশ পৰিস্থিতিৰ কিবা বিনিষ্ট হ’লে সম্পূৰ্ণৰূপে দায়ী চৰকাৰখনে হ’ব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে বিটিআৰ চৰকাৰক সদৌ বিটিআৰ প্ৰাথমিক অসম টেট-২০১৯ উত্তীৰ্ণ সমিতিৰ তৰফৰ পৰা অসম টেট উত্তীৰ্ণ নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকলক অতি সোনকালে নিযুক্তিৰ ব্যৱস্থা কৰি শিক্ষা খণ্ডৰ উন্নয়ন সাধনৰ লগতে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ জীৱিকাৰ পথ সুগম কৰে তাৰ বাবে আহ্বান জনায় সংগঠনটোৰ সভাপতি সুদন ৰায়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTRPramod BoroSudan Rai
publisher

publisher

Related Posts

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d