Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Education

লক্ষ্য পূৰণত চূড়ান্ত ব্যৰ্থ অনলাইন শিক্ষা

অসমসহ ১৫ ৰাজ্যত বিস্তৃত অধ্যয়নত প্ৰকাশ

publisher by publisher
September 8, 2021
in Assam, India, News
Reading Time: 1 min read
0
লক্ষ্য পূৰণত চূড়ান্ত ব্যৰ্থ অনলাইন শিক্ষা
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Schools : ক’ভিডকালত দেশৰ ৬৬ শতাংশ বিদ্যালয়ত নাছিল ইন্টাৰনেট, কেন্দ্রীয় শিক্ষা মন্ত্রণালয়

ঝাৰখণ্ডই সন্ধান দিলে নতুন পথৰ

নেটৱৰ্ক নাই :ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰৈত পাহাৰ বগাই অনলাইন ক্লাছ কৰিছে ছাত্ৰীয়ে

কৰ’না কালত বিগত ডেৰ বছৰ ধৰি দেশত বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ । শেহতীয়াভাৱে একাংশ ৰাজ্যত শিক্ষানুষ্ঠানৰ দুৱাৰ শিক্ষাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হৈছে । ক’ভিড কালত বিগত ডেৰ বছৰে অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষকলৈ সকলোৰে একমাত্ৰ ভৰসা হৈছে অনলাইন শিক্ষা ; কিন্তু এই অনলাইন শিক্ষা আহৰণ প্ৰক্ৰিয়া ব্যয়বহুল । একেদৰে অনলাইনত শিক্ষা গ্ৰহণৰ বাবে যি স্মাৰ্টফোন অথবা লেপটপৰ প্ৰয়োজন হয় সেয়া ক্ৰয় কৰিবলৈ দেশৰ বহু লোকৰ বিত্তীয় সামৰ্থ নাই । তদুপৰি দীৰ্ঘদিনৰ তলাবন্ধৰ ফলত দেশৰ লাখ লাখ লোকে নিজৰ জীৱিকাৰ পথ হেৰুৱালে । এনে পৰিস্থিতিত দেশৰ বহু পৰিয়ালৰে ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড কালত অনলাইন শিক্ষা আহৰণৰ ক্ষেত্ৰত এশ-এবুৰি সমস্যাৰ সন্মুখীন হৈছে ।

ADVERTISEMENT

সম্প্ৰতি চলোৱা এটা সমীক্ষাত লাভ কৰা তথ্য অনুসৰি, তলাবন্ধৰ ফলতে দেশৰ বহু ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন সম্পূৰ্ণৰূপে ব্যাহত হৈছে । দেশৰ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ অভাৱগ্ৰস্ত পৰিয়ালৰ ১,৩৬২ ছাত্ৰ-ছাত্ৰীক সামৰি এই সমীক্ষাটো চলোৱা হৈছিল । সমীক্ষাৰ ফলাফলত স্পষ্ট হ’ল যে কৰ’না কালত দেশৰ ছাত্ৰ-ছাত্ৰীসকল অধ্যয়নৰ পৰা এক প্ৰকাৰ বঞ্চিত হৈছে । সমীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দেশৰ গ্ৰামাঞ্চলৰ প্ৰায় ৩৭ শতাংশ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা তলাবন্ধৰ ফলত বন্ধ হ’ল ।

যোৱা আগষ্টত দেশৰ ১৫ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ‘দ্য স্কুল চিলড্ৰেন্স অনলাইন এণ্ড অনলাইন লাৰ্ণিং’ (স্কুল) নামৰে এই সমীক্ষাটো চলোৱা হৈছিল । অসম, বিহাৰ, দিল্লী, গুজৰাট, পশ্চিমবংগ, কৰ্ণাটকসহ কে’বাখনো ৰাজ্যত চলোৱা এই সমীক্ষাৰ প্ৰতিবেদন যুগুত কৰিলে অৰ্থনীতিবিদ জাঁ ড্ৰেজ আৰু ৰিত্তিকা খেৰাৰ নেতৃত্বাধীন এটি দলে । গ্ৰামাঞ্চলত ৩৭ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড কালত অনলাইন পাঠ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে চহৰাঞ্চলত যথেষ্টসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিগত ডেৰ বছৰত কৰ’না পৰিপ্ৰেক্ষিতত অধ্যয়নৰ পৰা বঞ্চিত হৈছে বুলি এই সমীক্ষাত দাবী কৰা হৈছে ।

একেদৰে স্কুল সমীক্ষাৰ তথ্য অনুসৰি দেশৰ মাত্ৰ চাৰি শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইনত নিয়মীয়াভাৱে অধ্যয়নৰ সুযোগ লাভ কৰিছে । গ্ৰামীণ অঞ্চলৰ পৰিস্থিতি আৰু ভয়াৱহ । দেশৰ গ্ৰামাঞ্চলৰ প্ৰায় ৪৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই সমীক্ষাৰ সময়ত প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে কিছুসংখ্যক শব্দৰ বাহিৰে আন একো অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰা নাই ।

অনলাইন পদ্ধতিৰে অধ্যয়ন কিমান লাভজনক তাক লৈ আৰম্ভণিৰে পৰা প্ৰশ্ন উত্থাপিত হৈ আহিছে । এই সমীক্ষাত ৬৫ শতাংশ অভিভাৱকে অভিযোগ কৰা অনুসৰি অনলাইন ক্লাছৰ জৰিয়তে অধ্যয়ন কৰাৰ পাছৰে পৰা তেওঁলোকৰ সন্তানৰ লিখা আৰু পঢ়াৰ ক্ষমতা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে । সবাতোকৈ শোচনীয় অৱস্থা হৈছে অনুসূচিত জাতি আৰু জনজাতিৰ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ । এইসকল ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ চাৰি শতাংশ‌ইহে অনলাইনৰ জৰিয়তে ক’ভিড কালত নিয়মীয়াভাৱে অধ্যয়নৰ সুবিধা লাভ কৰিছে । মূলতঃ অভাৱগ্ৰস্ত অঞ্চল আৰু বস্তি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক সামৰি এই সমীক্ষা সম্পন্ন কৰা হৈছিল ।

উল্লেখ্য যে এইসকল ছাত্ৰ-ছাত্ৰীৰ সৰহসংখ্যকে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আহিছে । স্মাৰ্টফোন থাকিলেও নিয়মিতভাৱে চহৰাঞ্চলত ৩১ শতাংশ আৰু গ্ৰামীণ অঞ্চলত ১৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইন শিক্ষা গ্ৰহণ কৰিছিল । এই সমীক্ষাত অধিকাংশ অভিভাৱকে বিদ্যালয়ৰ দুৱাৰ সোনকালে মুকলি কৰাটো উচিত বিচাৰিলে ।

অধ্যয়নৰ পৰিৱেশ ঘূৰাই আনিবলৈ হ’লে অতি শীঘ্ৰে প্ৰাথমিক পৰ্যায়ৰ পৰা বিদ্যালয়সমূহ পুনৰ মুকলি কৰা উচিত বুলি সমীক্ষাত অংশ লোৱা গৰিষ্ঠসংখ্যক অভিভাৱকে মত প্ৰকাশ কৰে । স্কুল সমীক্ষাই প্ৰমাণ কৰিলে যে কৰ’না কালত দেশত অনলাইন শিক্ষা সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ল । বিশেষকৈ চহৰত অনলাইন মাধ্যমৰে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ সফল হ’লেও দেশয় গ্ৰামাঞ্চলত চূড়ান্তভাৱে ব্যৰ্থ হ’ল অনলাইন শিক্ষা পদ্ধতি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: OnLine Class
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d