Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

হিন্দুসকল সহনশীল ,ভাৰত কেতিয়াও আফগানিস্তানত পৰিণত নহয়:কিয় ক’লে জাভেদে?

publisher by publisher
September 16, 2021
in Entertainment, News
Reading Time: 1 min read
0
হিন্দুসকল সহনশীল ,ভাৰত কেতিয়াও আফগানিস্তানত পৰিণত নহয়:কিয় ক’লে জাভেদে?
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Javed Akhtar : আৰ এছ এছৰ সম্পৰ্কে ‘অপমানজনক’মন্তব্য !জাভেদ আখতাৰৰ বিৰুদ্ধে এফ আই আৰ মুম্বাই আৰক্ষীৰ

Javed Akhtar : তালিবানৰে আৰ এছ এছক তুলনা কৰা জাভেদলৈ জাননী আদালতৰ

‘এই আদালতত আস্থা নাই’, জাভেদ আখটাৰৰ মানহানিৰ গোচৰত উচ্চ ন্যায়ালয়ত কংগনা

হিন্দুসকল হৈছে সমগ্র বিশ্বৰ ভিতৰতে সবাতােকৈ সহনশীল। শিৱসেনাৰ মুখপত্র ‘সামনা’ত লিখা এক নিবন্ধত এইদৰে মন্তব্য কৰিলে বলিউডৰ জনপ্রিয় গীতিকাৰ-চিত্রনাট্যকাৰ জাভেদ আখতাৰে। মঙলবাৰে ‘সামনা’ত আখতাৰৰ এই লেখাটো প্রকাশ পায়। উল্লেখ্যযে কিছুদিন পূর্বে টেলিভিছনৰ এক সাক্ষাৎকাৰত আখতাৰে কৈছিল, “ঠিক যিদৰে তালিবানে এখনইছলামিক ৰাষ্ট্র বিচাৰে, ঠিক তেনেকৈ কিছুসংখ্যকে হিন্দু ৰাষ্ট্র বিচাৰে।

ADVERTISEMENT

তালিবান বৰ্বৰ এইটো ঠিকেই। কিন্তু আৰ এছ এছ, ভি এইচ পি, বজৰং দলক যিসকলে সমর্থন কৰে তেওঁলােকো একে।’ আখতাৰৰ এই মন্তব্যক যােৱা ছয় ছেপ্টেম্বৰত শিৱসেনাই ‘সামনা’ৰ সম্পাদকীয়ত কঠোৰভাৱে সমালােচনা কৰি আৰ এছ এছক তালিবানৰ স’তে তুলনা কৰাটো অমর্যাদাকৰ বুলি অভিহিত কৰিছিল।

এই মন্তব্যৰ বাবে আখতাৰ যথেষ্ট সমালােচিত হৈছিল। অৱশেষত জনপ্রিয় গীতিকাৰজনে’সামনা’ত এক নিবন্ধ লিখি তেওঁৰ মন্তব্যৰ সন্দৰ্ভত স্পষ্টীকৰণ দিলে। এই প্ৰৱন্ধত আখতাৰে কয়,‘বহুতৰে সমালােচনা মই শুনিব লগা গৈছে। নিবন্ধৰ জৰিয়তে ইয়াৰ উত্তৰ দিব বিচাৰিছাে। মই সাক্ষাৎকাৰত কৈছিলাে যে সৰহসংখ্যক হিন্দু সমগ্র পৃথিৱীৰ ভিতৰতে সহনশীল। মই এই কথাও দোহাৰি আহিছাে যে ভাৰত কেতিয়াও আফগানিস্তানত পৰিণত নহয়। কাৰণ ভাৰতবাসী প্রকৃতিগতভাৱে মৌলবাদী নহয়। ভাৰতীয়ৰ ডি এন এত ভাৰসাম্যতা বৰ্তাই ৰখাৰ গুণ আছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Javed Akhtar
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d