ADVERTISEMENT

Tag: Javed Akhtar

Javed Akhtar : আৰ এছ এছৰ সম্পৰ্কে ‘অপমানজনক’মন্তব্য !জাভেদ আখতাৰৰ বিৰুদ্ধে এফ আই আৰ মুম্বাই আৰক্ষীৰ

আৰ এছ এছ ৰ সম্পৰ্কত 'আপত্তিকৰ' মন্তব্যৰ বাবে মুম্বাই আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিলে গীতিকাৰ জাভেদ আখটাৰৰ বিৰুদ্ধে । মুম্বাইৰ ...

Read more

Javed Akhtar : তালিবানৰে আৰ এছ এছক তুলনা কৰা জাভেদলৈ জাননী আদালতৰ

তালিবানৰ স’তে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ক তুলনা কৰি বিপদৰ সন্মুখীন হ’ল বলিউডৰ প্রতিষ্ঠিত গীতিকাৰ-চিত্রনাট্যকাৰ জাভেদ আখতাৰ। এইবাৰ প্রখ্যাত ...

Read more

‘এই আদালতত আস্থা নাই’, জাভেদ আখটাৰৰ মানহানিৰ গোচৰত উচ্চ ন্যায়ালয়ত কংগনা

মানহানিৰ গোচৰত আদালতত মুখামুখি কংগনা ৰাণৌট আৰু জাভেদ আখটাৰ । হৃত্বিক-কংগনা বিচ্ছেদৰ বিষয়ত গীতিকাৰগৰাকীক কৰা কংগনাৰ মন্তব্যৰ বাবে মানহানিৰ গোচৰ ...

Read more
হিন্দুসকল সহনশীল ,ভাৰত কেতিয়াও আফগানিস্তানত পৰিণত নহয়:কিয় ক’লে জাভেদে?

হিন্দুসকল সহনশীল ,ভাৰত কেতিয়াও আফগানিস্তানত পৰিণত নহয়:কিয় ক’লে জাভেদে?

হিন্দুসকল হৈছে সমগ্র বিশ্বৰ ভিতৰতে সবাতােকৈ সহনশীল। শিৱসেনাৰ মুখপত্র 'সামনা’ত লিখা এক নিবন্ধত এইদৰে মন্তব্য কৰিলে বলিউডৰ জনপ্রিয় গীতিকাৰ-চিত্রনাট্যকাৰ জাভেদ ...

Read more
মানহানিৰ গােচৰত কংগনাৰ আবেদন নাকচ ন্যায়ালয়ৰ

মানহানিৰ গােচৰত কংগনাৰ আবেদন নাকচ ন্যায়ালয়ৰ

আকৌ এবাৰ অস্বস্তিৰ সন্মুখীন হ’ল বলিউড অভিনেত্রী কংগনা ৰণৌট।অভিনেত্রীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে। বলিউডৰ গীতিকাৰ-চিত্রনাট্যকাৰ জাভেদ আখতাৰে ৰুজু কৰা মানহানিৰ গােচৰ নাকচ ...

Read more
হৃত্বিকৰ স’তে সংঘাতত লিপ্ত নহ’বলৈ কংগনাক বুজাইছিলো ,স্বীকাৰ জাভেদৰ

হৃত্বিকৰ স’তে সংঘাতত লিপ্ত নহ’বলৈ কংগনাক বুজাইছিলো ,স্বীকাৰ জাভেদৰ

বলিউডৰ অভিনেতা হৃত্বিক ৰােছন আৰু অভিনেত্রী কংগনা ৰণৌটৰ মাজত এসময়ত সৃষ্টি হােৱা সংঘাতৰ কথা সর্বজনবিদিত। এই সংঘাতৰ সময়ত বলিউডৰ জনপ্রিয় ...

Read more

কংগনাৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযােগ জাভেদ আখতাৰৰ

বলিউডৰ গীতিকাৰ জাভেদ আখতাৰে অভিযােগ উত্থাপন কৰি কয় যে অভিনেত্রী কংগনা ৰণৌটৰ অধিবক্তাই যােৱা ২৮ জুনত উদ্দেশ্যেপ্রণােদিতভাৱে বােম্বে উচ্চ ন্যায়ালয়ত ...

Read more