Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কাশ্মীৰ আৰক্ষীৰ ৯৫ শতাংশৰ শৰীৰত এন্টিবডী তৈয়াৰ, প্ৰকাশিত প্ৰতিবেদনত

publisher by publisher
September 18, 2021
in India, News
Reading Time: 1 min read
0
কাশ্মীৰ আৰক্ষীৰ ৯৫ শতাংশৰ শৰীৰত এন্টিবডী তৈয়াৰ, প্ৰকাশিত প্ৰতিবেদনত
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

জম্মু-কাশ্মীৰ আৰক্ষীৰ ৯৫ শতাংশ কর্মচাৰীৰ শৰীৰত কৰ’না ভাইৰাছৰ এন্টিবডী তৈয়াৰ হৈছে । এই হাৰৰ নিৰিখত উপত্যকাৰ স্বাস্থ্যকর্মী আৰু অন্যান্য সাধাৰণ মানুহতকৈও আগবাঢ়ি আছে আৰক্ষীসকল । কেন্দ্রশাসিত অঞ্চলটোৰ ১০খন জিলাজোৰি এটা সমীক্ষা চলাইছিল শ্রীনগৰৰ গভর্নমেন্ট মেডিকেল কলেজে । উক্ত গৱেষণাত এই তথ্য প্ৰকাশ পাইছে ।

ADVERTISEMENT

কোনো সংক্রমণৰ ক্ষেত্রত জনসংখ্যাৰ যিমান শতাংশৰ ভিতৰত এন্টিবডিৰ উপস্থিতি পোৱা যায়, তাকে চেৰ’প্রিভেলেন্স বুলি কোৱা হয় । গভর্নমেন্ট মেডিকেল কলেজৰ কমিউনিটী মেডিচিন বিভাগৰ প্রধান ছেলিম খানে জনায়, উপত্যকাৰ আৰক্ষীবাহিনীৰ ক্ষেত্রত এই চেৰ’প্রিভেলেন্স ৯৫ শতাংশ । উপত্যকাৰ স্বাস্থ্যকর্মীসকলৰ মাজত এই হাৰ ৯১ শতাংশ ।

বিশেষজ্ঞসকলৰ মতে, এই হাৰৰ স’তে টিকাকৰণৰ বিষয়টোও প্ৰত্যক্ষভাৱে জড়িত হৈ আছে । জম্মু-কাশ্মীৰৰ আৰক্ষীবাহিনীৰ প্রায় ১০০ শতাংশৰেই টিকাকৰণ হৈ গৈছে ।

সমীক্ষাটোৰ দাবী, সম্প্ৰতি কাশ্মীৰ উপত্যকাত সাত বছৰ আৰু তাৰ ঊৰ্ধ্বৰসকলৰ মাজত চেৰ’প্রিভেলেন্স ৮৪ শতাংশ, যি ৰাষ্ট্ৰীয় হাৰ ৬৭ শতাংশতকৈও অধিক । এই বিষয়ত প্রশ্ন উত্থাপন হ’ব পাৰে, ভাৰতীয় জনতাৰ কৰ’নাৰ বিৰুদ্ধে ‘হার্ড ইমিউনিটী’ গঢ়ি উঠিছে বুলি ইংগিত দিছে নেকি সমীক্ষাটোৱে ? কাৰণ কোনো অঞ্চলৰ প্ৰায় ৬০ শতাংশ জনসংখ্যাৰ ৰোগ প্রতিৰোধ ক্ষমতা তৈয়াৰ হ’লে, ‘হার্ড ইমিউনিটী’ গঠন হোৱা বুলি ধৰি লোৱা হয় । যদিও এই বিষয়ত ৰাষ্ট্ৰীয় স্তৰত সাম্প্রতিক কোনো সমীক্ষা হোৱা নাই ।

তদুপৰি, কৰ’না ভাইৰাছৰ বিভিন্ন প্রজাতিৰ জৰিয়তে সংক্রমণ হোৱাৰ বাবে হার্ড ইমিউনিটীৰ তত্ত্বটো সম্প্ৰতি খুব এটা ভৰসা কৰা নাই বিশেষজ্ঞেসকলে । যোৱা জুলাইৰ সমীক্ষাটোৰ মতে, উপত্যকাত ৪৫ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ সকলৰ ক্ষেত্রত ৮৯ শতাংশৰ শৰীৰত এন্টিবডী তৈয়াৰ হৈছে । সাতৰ পৰা ১৮ বছৰ বয়সৰসকলৰ ভিতৰত এই হাৰ ৭৮ শতাংশ । ফলত উপত্যকাৰ কোনো কোনো অঞ্চলত বিদ্যালয় খুলিব পাৰি নে নাই তাক লৈও প্রশ্ন উত্থাপন কৰা হৈছে সমীক্ষাত ।

যোৱা মাহত পঞ্চমবাৰ চেৰ’ সমীক্ষা চলাইছিল বৃহন্মুম্বাই পৌৰসভাই । ২৪টা ৱার্ডৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ বাসিন্দাসকলৰ ৮৬৭৪টা নমুনা লোৱা হৈছিল এই সমীক্ষাৰ বাবে । মুঠ নমুনাৰ ৮৬.৬৪ শতাংশৰেই এন্টিবডী আছে । যিয়ে প্ৰতিষেধকৰ এটা বা দুটা ড’জ লৈছে, তেওঁলোকৰ ৯০.২৬ শতাংশৰ নমুনাত এন্টিবডী পোৱা গৈছে । যিসকলে টিকা লোৱা নাই, তেওঁলোকৰ ক্ষেত্রত এই হাৰ ৭৯.৮৬ শতাংশ ।

তাৎপর্যপূর্ণ যে, বাণিজ্যনগৰীৰ মহিলাসকলৰ ক্ষেত্রত চেৰ’প্রিভেলেন্স ৮৮.২৯ শতাংশ হোৱাৰ বিপৰীতে পুৰুষসকলৰ এই হাৰ যথেষ্ট পৰিমাণে কম, ৮৫.০৭ শতাংশ । সকলো অঞ্চলতেই চেৰ’প্রিভেলেন্স বাঢ়িছে ।

বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত কৰ’না সংক্রমিতৰ সংখ্যা বৃদ্ধি হৈ ৩৪ হেজাৰ অতিক্ৰম কৰিছে । অৱশ্যে মৃত্যুৰ হাৰ হ্ৰাস পাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jammu and KashmirpoliceVaccine
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d