Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিমানকোঠৰ বাবে গৃহহীন হ’ব বহু পৰিয়াল

publisher by publisher
October 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
বিমানকোঠৰ বাবে গৃহহীন হ’ব বহু পৰিয়াল
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

পুনৰ বিপদৰ আগজাননী পাই ক্ষুব্ধ হৈ পৰিছে। বৰঝাৰ বিমানকোঠৰ দাঁতিকাষৰীয়া দুখন গাঁও পুখুৰীপাৰ আৰু বঙৰাৰ বাসিন্দাসকল। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তর্গত বৃহত্তৰ বঙৰা অঞ্চলৰ গাঁও দুখনৰ বাসিন্দাসকলে সদৰী কৰে যে কামৰূপ জিলা প্রশাসনে শেহতীয়াকৈ বৰঝাৰ বিমানকোঠৰ ‘ৰাণ ৱে’ সম্প্ৰসাৰণৰ নামত অতি সংগােপনে পুখুৰীপাৰ আৰু বঙৰাৰ স্থানীয় বাসিন্দাৰ ভূমি অধিগ্রহণ কৰিবলৈ প্রক্রিয়া আৰম্ভ কৰিছে।

ADVERTISEMENT

গাঁওবাসীৰ অভিযােগ, ‘বণিয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসম চৰকাৰ আৰু কামৰূপ জিলা প্রশাসনে আমাক গৃহহীন কৰিবলৈ চক্রান্ত কৰিছে। ‘উল্লেখ্য যে যােৱা আগষ্টত বৰঝাৰ বিমানকোঠৰ দাঁতিকাষৰীয়া কৈটাসিদ্ধি আৰু ৰাইবড়ী গাঁৱৰ ৫৪টা পৰিয়ালৰ ৫৫ বিঘা ভূমি অধিগ্রহণ কৰিবলৈ কামৰূপ জিলা প্রশাসনৰ হৈ পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাননী প্ৰেৰণ কৰিছিল।

ফলত উক্ত দুয়ােখন গাঁৱৰ বাসিন্দাই পুৰুষ-মহিলা নির্বিশেষে তীব্র প্রতিবাদ কৰাত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই গৈ ভূমি সুৰক্ষাৰ স্বাৰ্থত সদায় ৰাইজৰ লগত থাকিব বুলি প্রতিশ্রুতি প্রদান কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ স’তে বিষয়টো আলােচনা কৰি সুমীমাংসাৰ প্রতিশ্রুতি প্রদান কৰিছিল। অৱশ্যে শেহতীয়াকৈ সমস্যা সমাধানৰ পৰিৱর্তে নতুনকৈ পুখুৰীপাৰ আৰু বঙৰাৰ ভূমি অধিগ্রহণ কৰা হ’ব বুলি প্ৰচাৰ হােৱাত আতংকিত হৈছে স্থানীয় বাসিন্দাসকল।

বৃহত্তৰ কৈটাসিদ্ধি, পুখুৰীপাৰ, ৰাইবড়ী অঞ্চলক লৈ গঠন কৰা ভূমি সুৰক্ষা সমিতিৰ সভাপতি গৌৰীকান্ত নাথে এই সম্পৰ্কত দৈনিক অগ্রদূত’ক কয়, ‘এসপ্তাহ পূর্বে আমাৰ এটি প্রতিনিধি দলে ভূমি অধিগ্রহণ সন্দৰ্ভত কামৰূপ জিলাৰ উপায়ুক্তৰ কার্যালয়লৈ গৈ সঠিক তথ্য জনাৰ উদ্দেশ্যে উপায়ুক্তক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাতৰ দিনাই সেই কথা পােহৰলৈ আহিছিল যে আচলতে কেৱল ৰাইবড়ী আৰু কৈটাসিদ্ধিৰ ভূমিয়েই নহয় পুখুৰীপাৰ আৰু বঙৰা অঞ্চলৰ ভূমিও অধিগ্রহণৰ গােপন অভিসন্ধি চলিছে।’

জিলা প্ৰশাসনৰ ভাষ্যৰ উদ্ধৃতি দি নাথে লগতে কয়,’ অন্য প্রমাণসহ এতিয়াও তেনে কোনাে জাননী দিয়া নাই যদিও উক্ত সাক্ষাতৰ দিনাই আমাক সাৱধান কৰি দি কৈছিল— আপােনালােকে সাৱধানে থাকিব, বিপদ হ’ব পাৰে। কৈটাসিদ্ধ আৰু ৰাইবড়ীৰ উপৰি পুখুৰীপাৰ আৰু বঙৰাৰ ভূমি অধিগ্রহণ কৰা হ’ব পাৰে।’

ভূমি সুৰক্ষা সমিতিৰ সভাপতিজনে জানিবলৈ দিয়া মতে, ইতিপূর্বে পুখুৰীপাৰত গছ-গছনি কাটি তহিলং কৰিছিল প্রশাসনে। বিমানকোঠৰ ৰাণ ৱে নিৰাপত্তাৰ নামত জিলা প্রশাসনে পূর্বে পুখুৰীপাৰৰ ২৮ ঘৰ মানুহৰ গছ-গছনি কাটিছিল। এই সম্পর্কত তেওঁ কয়, “জিলা প্রশাসনে আমাক জনােৱা কথাটোৱেই যদি বাস্তৱত ৰূপায়ণ হয় তেন্তে আমি গৃহহীন হ’ম।

ফলত অত্যন্ত বিপদত পৰিম। এয়া ঘােৰ অন্যায়।’ ৰাইবড়ী, কৈটাসিদ্ধি, বঙৰা আৰু পুখুৰীপাৰৰ স্থানীয় বাসিন্দাসকলে অভিযােগ কৰা মতে, বঙৰা পঞ্চায়তৰ ৰাজহ গাঁওসমূহৰ ভূমিৰ চৰকাৰী মূল্য বিঘাই প্রতি বর্তমান সাত লাখ টকা; কিন্তু তাৰ বিপৰীতে একেটা স্থানত একঠা মাটিৰ আজিৰ বজাৰ মূল্য কমেও ৪০ৰ পৰা ৫০ লাখ টকা। গতিকে এবিঘাৰ বজাৰ মূল্য দুই কোটিৰাে অধিক।

এনে প্রেক্ষাপটত তেওঁলােকৰ ক্ষোভ— চৰকাৰে চাৰিগুণ বেছি মূল্যত ভূমি অধিগ্রহণ কৰিলেও ভৱিষ্যতে পুনৰ এবিঘা মাটি ক্রয় কৰাটো তেওঁলােকৰ বাবে সম্ভৱ নহয়। উল্লেখ্য যে স্থানীয় বিধায়ক ঠাকুৰীয়াৰ জৰিয়তে মুখ্যমন্ত্রী শর্মাই পূর্বে ভূমি অধিগ্রহণ সন্দৰ্ভত ৰাইবড়ী আৰু কৈটাসিদ্ধিবাসীৰ লগত আলােচনাৰ প্ৰস্তাৱ দিছিল যদিও আজিকোপতি এই আলােচনা হৈ নুঠিল।

অৱশ্যে উক্ত প্রস্তাৱৰ বিপৰীতে ভূমি পৰিত্যাগ নকৰাই প্রস্তারিত আলােচনাৰ পূর্বচর্ত বুলি গাঁওবাসীয়ে স্পষ্ট কৰি দিছিল। যি সময়ত ৰাইবড়ী আৰু কৈটাসিদ্ধিৰ বাসিন্দাই নিজৰ জন্মস্থান ৰক্ষা কৰিবলৈ আন্দোলন আৰু প্ৰতিবাদৰ আশ্রয় ল’বলগীয়া হৈছে, একে সময়তে চুবুৰীয়া পুখুৰীপাৰ আৰু বঙৰাৰ ভূমি অধিগ্রহণ কৰা হ’ব বুলি ওলােৱা বাতৰিয়ে অঞ্চলটোত গভীৰ শংকা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

সভাপতি নাথে লগতে জনােৱা মতে, ৰাইবড়ী আৰু কৈটাসিদ্ধি গাঁৱৰ বাসিন্দাই ১৯৬১-৬২ত ৩৬৮ হেক্টৰ, ১৯৭২ত ২৮ হেক্টৰ আৰু ১৯৭৫ত ৭০ হেক্টৰ ভূমি বৰঝাৰ বিমানকোঠৰ নামত এৰি দিবলৈ বাধ্য হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AirportAssamhomeless
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d