Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhalpur Eviction : ভাইৰেল জ্বৰে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ধলপুৰৰ উচ্ছেদিতৰ মাজত

publisher by publisher
October 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
Dhalpur Eviction : ভাইৰেল জ্বৰে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ধলপুৰৰ উচ্ছেদিতৰ মাজত
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

CMO Assam : ঢেকিয়াজুলী বনকৰা কিশোৰী মৃত্যু প্ৰসংগত মুখ্যমন্ত্ৰীৰ সংবাদমেল

Appointment Letter Distribution : কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল ৬৫৫ গৰাকীক নিযুক্তি পত্ৰ

মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত শুভাৰম্ভ কৰিলে অৰুণোদয় মাহ , ছয় লক্ষাধিকে পাব অৰুণোদয়ৰ ধন

দৰং জিলা প্ৰশাসনৰ শেহতীয়া উচ্ছেদ অভিযানে ধলপুৰৰ গঞাক আৰ্থিক আৰু মানসিকভাৱে জুৰুলা কৰাৰ পাছত শেহতীয়াভাৱে ভাইৰেল জ্বৰে তীব্ৰ ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে উচ্ছেদিত লোকসকল । উচ্ছেদৰ দিন ধৰি আজিকোপতি ধলপুৰৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ সুঁতিৰ সিপাৰৰ ভেটিৰ বজাৰ নামে এঠাইত আশ্ৰয় লৈ থকা লোকসকলৰ মাজত এতিয়া জ্বৰ, কাহ, চৰ্দিয়ে বনজুই বিয়পাদি বিয়পিছে । শিশু, বৃদ্ধ, পুৰুষ-মহিলা কোনোৱে সাৰি যাব পৰা নাই । পৰিতাপৰ কথা, এনে জটিল পৰিৱেশৰ সময়তো উচ্ছেদিত লোকসকলে সুঁতি পাৰ কৰি ঔষধ আনিবলৈ ছিপাঝাৰলৈ ওলাই যাবলৈ বাট বিচাৰি পোৱা নাই ।

ADVERTISEMENT

ধলপুৰৰ উচ্ছেদিত ম‌ইনুদ্দিনে এই সম্পৰ্কত ‘দৈনিক অগ্ৰদূত’ক কয়, ‘ভেটিৰ বজাৰত থকা প্ৰায়ভাগ মানুহৰে এতিয়া জ্বৰ, কাহ, চাৰ্দি । ঔষধ আনিবলৈ যাব পৰা নাই । পাকস্থলীত এতিয়া পূৰ্ণগতিত শস্য সিঁচা কাম চলি আছে । গতিকে আমাক সুঁতি পাৰ কৰিবলৈ দিয়া নাই । গ’লেই প্ৰকল্পৰ কৰ্মচাৰীয়ে মাৰপিট কৰে । গতিকে আমি ভয়তে বেমাৰী গাৰে ইয়াতে আবদ্ধ হৈ আছো ।’ তেওঁৰ ওচৰতে মুকলি আকাশৰ তলত বাস কৰা মিৰ ছালাম কয়, ‘প্ৰকল্পৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানে চিকিৎসাকৰ্মীকো ভেটিৰ বজাৰলৈ আহিব দিয়া নাই । বহু বাধা দিয়া স্বত্ত্বেও মঙলবাৰে বাধ্যতামূলক কৰ্তব্যৰ খাতিৰত অহা নাৰ্ছ দুগৰাকীয়ে অতি কম সময়ৰ বাবে মাত্ৰ দুই-তিনিটা কেঁচুৱাৰ তেজৰ নমুনা সংগ্ৰহ কৰি গুচি যাবলৈ বাধ্য হ’ল । কোনো ঔষধ যোগান ধৰা নাই আৰু আশ্ৰয়হীন হৈ থকা মানুহখিনিৰ সামগ্ৰিক পৰিৱেশটোও বুজিবলৈ সুযোগ নাপালে ।’

তিনিটা ল’ৰা-ছোৱালীৰ মাক হালিমা খাতুনে কয়, ‘শিবিৰত থকা সকলো কেঁচুৱা এতিয়া বেমাৰত পৰিছে । কেঁচুৱাৰ পেট ফুলিছে । কি কাৰণে হৈছে নাজানো । ৰ’দ দিলে প্ৰচণ্ড গৰম । বৰষুণ দিলে তিতিব লাগে । তিতা কাপোৰেৰে দিন-ৰাতি কটাবলগীয়া হৈছে । নদীৰ পৰা ঘোলা পানী সংগ্ৰহ কৰি সৰু-ডাঙৰ সকলোৱে খাই জীয়াই থাকিবলগীয়া হৈছে । মাছ, মাংস, তেল, দাইল, শাক-পাচলি দূৰৰে কথা চাউল এমুঠি যোগাৰ কৰিও ল’ৰা ছোৱালীক খুৱাব পৰা নাই । আমাকো চিকিৎসকৰ ওচৰত যাবলৈ দিয়া নাই, চিকিৎসককো আমাৰ ওচৰত আহিবলৈ দিয়া নাই ।’

উল্লেখ্য যে যোৱা ২০ আৰু ২৩ ছেপ্টেম্বৰৰ উচ্ছেদ অভিযানৰ পৰৱৰ্তী সময়ত সমগ্ৰ ধলপুৰৰ বেদখলমুক্ত ভূমি প্ৰকল্পৰ কৃষিকৰ্মৰ বাবে ট্ৰেক্টৰৰে চহাই দিয়া হয় । ফলত পূৰ্বে স্থানীয় গঞাই ব্যৱহাৰ কৰা বাট-পথসমূহৰ কোনো চিন-মোকাম নাইকীয়া হ’ল । তাৰ উপৰি জিলা প্ৰশাসনৰ উচ্ছেদ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰকল্পস্থলীৰ যাতায়াতৰ সুবিধাৰ্থে বৰ্তমান মলোৱাঘাটত বাঁহৰ সাঁকো নিৰ্মাণ কৰি উলিওৱা হৈছে । উচ্ছেদিত লোকৰ অভিযোগ যে সদ্য নিৰ্মিত বাঁহৰ সাঁকোৰে অহা-যোৱাত কেৱল জিলা প্ৰশাসন আৰু প্ৰকল্পৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানৰ-বাবেহে অনুমতি আছে ।

ভেটিৰ বজাৰত আশ্ৰয় লৈ থকা আৰিফ শ্বেইখে কয়, মালোৱা ঘাট আৰু ঘাটৰ ওপৰত নিৰ্মাণ কৰা সাঁকো কেৱল প্ৰকল্পৰ বাবে । পূৰ্বে গৰুখুঁটিলৈ যাবলৈ মাথোঁ তিনি কিলোমিটাৰ বাট আছিল । এতিয়া ভেটিৰ বজাৰৰ পশ্চিম দিশত থকা কোৱাৰ ঘাট হৈ কিছু কিছুৱে অহা-যোৱা কৰা দেখিছো । কোৱাৰ ঘাট হৈ গৰুখুঁটিলৈ যাবলৈ হ’লে এতিয়া ১৭-১৮ কিলোমিটাৰ বাট । উচ্ছেদৰ সময়ত আমাৰ চাইকেল, বাইক প্ৰায় জ্বলি নিঃশেষ হ’ল । গতিকে এতিয়া কোৱাৰ ঘাট হৈ খোজকাঢ়ি গ’লেও আধা দিনৰ বাট । লাগিলে দিনটোৱেই লাগক । এতিয়া আমাৰ মূল সমস্যাটো হ’ল, গৰুখুঁটিলৈ ওলাই যাবলৈ ভয় । আমাক দেখিলে কোনে ক’ত ধৰি মাৰে-পিটে !’

আজমল ফাউণ্ডেছনে কিছুদিন পূৰ্বে উচ্ছেদিত লোকসকলৰ সহায়ক হোৱাকৈ দুশ দমকল যোগান ধৰিছিল যদিও ভেটিৰ বজাৰখন ইতিপূৰ্বে আন লোকৰ দখলত থকা হেতুকে পূৰ্বৰে পৰা বাসিন্দাসকলে দমকল বহুওৱাৰ ক্ষেত্ৰতো বাধাদান কৰি আহিছে । আন এজন উচ্ছেদিত জালালউদ্দিনে কয়, ‘আমাৰ অৱস্থা দেখি ভেটিৰ বজাৰৰ স্থানীয় বাসিন্দাই অস্থায়ীভাৱে আশ্ৰয় ল’বলৈহে অনুমতি দিছে । চৰকাৰে আমাক আবণ্টন দিয়া নাই যিহেতুকে স্থানীয় মানুহে নিজৰ খেতি নষ্ট হোৱাৰ আশংকাত আমাক স্থায়ীভাৱে ভেটিৰ বজাৰত একোৱেই নিৰ্মাণ অথবা স্থাপন কৰিবলৈ দিয়া নাই ।’

তাত ঘৰৰ খুঁটা পুতিবলৈ নিদিয়া হেতুকে এজাক বতাহতে উৰি যোৱাৰ ফলতো উচ্ছেদিত লোকসকলে চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে । ইংৰাজী আখৰ ‘ভি’ আকৃতিৰে বেৰা দি অথবা টিনপাত আউজাই থাকিবলগীয়া হোৱা বাবেও ৰ’দ-বৰষুণ কোনোটোৰ পৰা মানুহখিনিয়ে সাৰি যাব পৰা নাই । তাৰ উপৰ দিনৰ বেলা ওখ ঠাইত আশ্ৰয় ল’লেও নিশা বৰষুণ আহিলে ঘৰবোৰৰ মাজত পানী বৈ অহাত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰি আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajmal FoundationCM AssamDhalpur Eviction
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d