Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    ৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Appointment Letter Distribution : কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল ৬৫৫ গৰাকীক নিযুক্তি পত্ৰ

publisher by publisher
October 29, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Appointment Letter Distribution : কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল ৬৫৫ গৰাকীক নিযুক্তি পত্ৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Appointment Letter Distribution :

একলাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰে আগবঢ়া অসম চৰকাৰে আজি ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰে নিযুক্তি পত্ৰ । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত দুপৰীয়া ভাগত অনুষ্ঠিত এক হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এচিএচ , এপিএচ, বিত্ত বিভাগকে ধৰি মুঠ ১১টা চৰকাৰী বিভাগৰ মুঠ ৬৫৫ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক বিতৰণ কৰে নিযুক্তি পত্ৰ ।

মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,চৰকাৰী চাকৰি লাভ কৰি ৰাইজৰ সেৱাৰ বাবে প্ৰস্তুত হোৱা ৬৫৫গৰাকী প্ৰাৰ্থীৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিস্বচ্ছভাৱে প্ৰাৰ্থী বাছনি কৰাৰ বাবে অসম লোকসেৱা আয়োগলৈ ধন্যবাদ জ্ঞাপন কৰে।

ADVERTISEMENT

অসম লোকসেৱা আয়োগক অনুৰোধ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যাতে সকলো কাৰিকৰী বিভাগৰ অভিযন্তা বাছনি কৰিবলৈ এটা উমৈহতীয়া ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰি সফল প্ৰাৰ্থীক লটাৰী পদ্ধতিৰে বিভাগ আবণ্টন দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হওক। ইয়াৰ লগতে আন্তঃবিভাগীয় বদলিৰো প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰে ৷

আনহাতে নৱনিযুক্ত অসম অসামৰিক সেৱা আৰু সংযুক্ত সেৱাসমূহৰ বিষয়া আৰু কনিষ্ঠ অভিযন্তাসকললৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, তেওঁলোকে নিজৰ পেছাদাৰী কৰ্মজীৱনটো দুখীয়া আৰু সাধাৰণ লোকৰ সেৱাত উৎসৰ্গা কৰে। নৱনিযুক্ত বিষয়াসকলক চৰকাৰৰ নতুন অসম নিৰ্মাণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ দিশত আগভাগ ল’বলৈ আহ্বান জনায়।

অনুষ্ঠানত মন্ত্ৰী সকল ক্ৰমে যোগেন মহন, অশোক  সিংহল,  জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, মুখ্য সচিব পৱন বৰঠাকুৰ, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী সহ বহুকেইগৰাকী গণমাণ্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে আজি বিত্ত বিভাগত ৩৩ গৰাকী, কৰ্মচাৰী বিভাগত ১২০ গৰাকী প্ৰাৰ্থী. গৃহ বিভাগত ৬৯ গৰাকী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৩১ গৰাকী পৰিবহণ বিভাগত ০৫ গৰাকী,আবকাৰী বিভাগত ০৭ গৰাকী, শ্ৰমিক কল্যাণ বিভাগত ১৮ গৰাকী, জলসিঞ্চন বিভাগত ৩২৫ গৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৩ গৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ০৪ গৰাকী, উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰে নিযুক্তি পত্ৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APPOINTMENT LATTER DISTRIBUTIONCM AssamDispurSrimanta Sankardev Kalakshetra
publisher

publisher

Related Posts

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d