Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বেংগালুৰুৰ জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ অনুৰোধ মুখ্যমন্ত্ৰীক, ধন দিবলৈও ইচ্ছুক সাত বছৰীয়া কন্যাৰ

উপনির্বাচনৰ বাবে উত্তৰ কর্ণাটকত প্রচাৰ বোম্মাইৰ

publisher by publisher
October 26, 2021
in India, News
Reading Time: 1 min read
0
বেংগালুৰুৰ জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ অনুৰোধ মুখ্যমন্ত্ৰীক, ধন দিবলৈও ইচ্ছুক সাত বছৰীয়া কন্যাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

National Low University:ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতাত সমাৱৰ্তন অনুষ্ঠান বাতিল ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

বেঙ্গালুৰুত দেৱাল ধ্বস, দুজন শিশু সহ সাতজনৰ মৃত্যু

উপনিৰ্বাচনৰ বাবে উত্তৰ কর্ণাটকত প্রচাৰ চলাইছে বাছভৰাজ বোম্মাইয়ে । বোম্মাইসহ সম্পূৰ্ণ চৰকাৰে সৰু কন্যাটিয়ে প্ৰেৰণ কৰা এই ভিডিঅ’টোৰ কি প্রতিক্রিয়া দিয়ে সেয়া এতিয়াও জানিব পৰা নাই । কর্ণাটক উচ্চ ন্যায়ালয়ে চহৰৰ গাঁতৰ কথা উল্লেখ কৰিছে আৰু বেংগালুৰুৰ পথৰ গাঁতবোৰ ভৰাবলৈ চৰকাৰক দুটা সময়সীমা দিছে ।

ADVERTISEMENT

বেংগালুৰুত এক সাত বছৰীয়া কন্যাই কর্ণাটকৰ মুখ্যমন্ত্রী বাছভৰাজ বোম্মাইৰ বাবে এটা ভিডিঅ’ বার্তা ৰেকর্ড কৰিছে য’ত সেই চহৰৰ পছৰ গাঁতবোৰ ঠিক কৰাৰ আবেদন জনাইছে । তুমাকুৰুৰ টিপটুৰৰ দ্বিতীয় শ্রেণীৰ ছাত্রী ধাভানি এন, পথৰ গাঁতবোৰ ভৰাবলৈ তাইৰ নিজৰ টকাও দিব বিচাৰিছে । ধাভানিৰ মুখ্যমন্ত্রীলৈ এই অনুৰোধৰ ঠিক দুবছৰ আগতে তাইৰ মাতৃৰ এনেকুৱাই এটা গাঁতত দুর্ঘটনাত ভৰি ভাঙে ।

মুখ্যমন্ত্ৰী বোম্মাইক ‘টাটা’ (কন্নড় ভাষাত দাদু) বুলি সম্বোধন কৰি, কন্যাটিয়ে ব্যাখ্যা কৰে যে বেংগালুৰুৰ পথবোৰৰ অৱস্থা শোচনীয় সেইবোৰত গাঁত আছে । “দয়া কৰি এই গাঁতবোৰ মেৰামতি কৰক । এইবোৰ শোচনীয় হৈ পৰিছে । বহু লোকে প্রাণ হেৰুৱাইছে । তেওঁলোকৰ পৰিয়াল অভিভাৱকহীন হৈ পৰিছে । কোনে তেওঁলোকৰ পৰিয়ালৰ চোৱা-চিতা কৰিব ?” ভিডিঅ’ত শিশুটিয়ে মুখ্যমন্ত্ৰীক এই প্রশ্ন কৰে ।

এল. ধাভানিৰ ১.১৩ মিনিটৰ ভিডিঅ’টো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । বিভিন্ন ব্যক্তি আৰু সংস্থাবোৰে তাইৰ সামাজিক বিষয়ত উদ্বেগৰ বাবে প্রশংসাও কৰিছে ।

A seven-year-old girl from #Tumkur, #Karnataka makes an appeal to CM Basavaraj Bommai to fill up #potholes in the city. She makes this video two years after her family met with an accident, leaving her mother fractured and the girl injured in the head. pic.twitter.com/2qV8uOY3tj

— Suraj Suresh (@Suraj_Suresh16) October 25, 2021

ধাভানিয়ে ব্যাখ্যা কৰিছে যে তাই ভিডিঅ’টো তৈয়াৰ কৰিছে কাৰণ তাই বহুবাৰ এনে ধৰণৰ গাঁতৰ বাবে বাইকৰ পৰা পৰিছে আৰু লাইব্রেৰিত সংবাদপত্র পঢ়াৰ সময়ত, তাই জানিব পাৰে যে গাঁতৰ বাবে বহুতে প্রাণ হেৰুৱাইছে । চৰকাৰে সঁহাৰি নিদিলে কি হ’ব ? এই প্রশ্নৰ উত্তৰত ধাভানিয়ে কয় যে, তাই নিজেই এটাৰ পাছত এটা গাঁত ভৰা কাম আৰম্ভ কৰিব ।

হেগনাহাল্লিৰ এখন চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ধাভানিয়ে এই ভিডিঅ’টো নিজেই ৰেকৰ্ড কৰিছে । ধভানি এজনী মেমৰী কিড্‌ যাৰ নামত অনেক ৰেকর্ড আছে । ধাভানি বহু কথা পর্যবেক্ষণ কৰে যিটো আমি লক্ষ্য কৰিবলৈ ব্যর্থ । বিগত বৰ্ষত ম‌ই এটা গাঁতৰ বাবে দুর্ঘটনাৰ সন্মুখীন হৈছিলো আৰু মোৰ ভৰি ভাঙি গৈছিল । ধাভানিয়ে সেইটো মনত ৰাখি সেই ঘটনাক চহৰৰ গাঁতৰ বাবে মৃত্যুৰ ঘটনাবোৰৰ স’তে সম্পর্কিত কৰিছে বুলি জনাইছে ধাভানিৰ মাতৃয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Basavaraj BommaiBengaluru
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d