Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kerala Girl : ইউটিউব চাই ঘৰতে সন্তান জন্ম দিলে এগৰাকী ১৭বছৰীয়া কিশোৰীয়ে

publisher by publisher
October 28, 2021
in India, News
Reading Time: 1 min read
0
Kerala Girl : ইউটিউব চাই ঘৰতে সন্তান জন্ম দিলে এগৰাকী ১৭বছৰীয়া কিশোৰীয়ে
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

কেৰালাত শশী থাৰুৰ কনভয়ত আক্ৰমণঃ নিৰ্বাচনী প্ৰচাৰত উত্তেজনা বৃদ্ধি

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী আজি ঘোষণা কৰিব নিৰ্বাচন আয়োগ

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

ঘৰত বহি ইউটিউব ভিডিঅ’ চাই সন্তান জন্ম দিকে কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে। আনকি ধৰাও নপৰিল কিশোৰীগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ আগত।

ADVERTISEMENT

অৱশেষত ছোৱালীজনীৰ কোঠাৰ পৰা কেঁচুৱাই কান্দি থকা শুনি ঘৰৰ সদস্যই চাব যোৱাত দেখে ,কিশোৰী গৰাকীৰ পৰা সন্তান ভূমিষ্ঠ হৈ তলত পৰি আছে।

মাক আৰু শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। কেৰালাৰ মালাপ্পুৰমত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছিল।ইতিমধ্যে আৰক্ষীয়ে কিশোৰীৰ গৰ্ভত সন্তান জন্মদাতা যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

১৭ বছৰীয়া কিশোৰীগৰাকীয়ে কেৰালাৰ মালাপ্পুৰমত পিতৃ মাতৃৰ স’তে বাস কৰে। অভিযোগ অনুসৰি তেওঁ যোৱা সপ্তাহত তেওঁৰ কোঠাৰ পৰা একেবাৰে ওলোৱা নাছিল ।

পৰিয়ালৰ লোকে চিন্তিত হৈ প্ৰশ্ন কৰাত কিশোৰীগৰাকীয়ে কয় বিৰক্ত নকৰিব ,বিদ্যালয়ৰ অনলাইন ক্লাছ চলি আছে। কোনো সন্দেহ হোৱা নাছিল পেছাত নিৰাপত্তাৰক্ষী পিতৃ আৰু দৃষ্টিহীন মাতৃৰ। এনেদৰেই চলি থাকিল ।

আনহাতে, নিজকে গৃহ বন্দী কৰি প্ৰসৱ বেদনাত ভুগি থকা এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে কেনেকৈ নিজে সন্তান জন্ম দিব । তেওঁ এই উদ্দেশ্যৰ বাবে ভিডিঅ’ ষ্ট্ৰীমিং ছাইট ইউটিউব বাছনি কৰিছিল। অৱশেষত ইউটিউব ভিডিঅ’ চাই শিকা এক পদ্ধতি অনুসৰণ কৰি কিশোৰীগৰাকীয়ে অৱশেষত ২৪ অক্টোবৰত সন্তান জন্ম দিয়ে।

মাক আৰু শিশুটোক সোনকালে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। মাক আৰু শিশু দুয়োৰে বৰ্তমান স্বাস্থ্য ভাল বুলি কোৱা হৈছে। খবৰটো চিকিৎসালয়ৰ পৰা আৰক্ষীৰ ওচৰলৈ যায়।

আৰক্ষীয়ে পকচো আইনৰ অধীনত এজন ২১ বছৰীয়া যুৱকক তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছে। যুৱকজন কিশোৰীগৰাকীৰ চুবুৰীয়া। তথ্য অনুসৰি দুয়োৰে দীৰ্ঘদিন ধৰি সম্পৰ্ক আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱকজনে সন্তান ভূমিষ্ঠ হোৱাৰ পাছত কি দৰে নাভি কাটি শিশুটিক মাতৃৰ শৰীৰৰ পৰা পৃথক কৰিব ,কিশোৰীগৰাকীক সেইয়া ইউটিউবত চাবলৈ পৰামৰ্শ দিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Keralayoutube
publisher

publisher

Related Posts

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d