Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ডেটিঙৰ বাবে মুকলি প্ৰস্তাৱ দিলে এই মডেলে, অৱশ্যে পালন কৰিব লাগিব ১০ চৰ্ত

publisher by publisher
November 6, 2021
in International, News
Reading Time: 1 min read
0
ডেটিঙৰ বাবে মুকলি প্ৰস্তাৱ দিলে এই মডেলে, অৱশ্যে পালন কৰিব লাগিব ১০ চৰ্ত
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

New York : বিশ্বৰ সবাতোকৈ ধনাঢ্য চহৰ নিউ য়ৰ্ক : ঘৰে ঘৰে আছে কোটিপতি

Weight Loss : ১৫২ ওজন হ্ৰাস কৰি কেনেকৈ মডেল হ’ল এইগৰাকী যুৱতী ?

Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—

আপুনি আমেৰিকাৰ এইগৰাকী সুন্দৰী মডেলৰ স’তে ডেটিং কৰিব বিচাৰে নেকি? মডেল মাৰিয়া মিলছে ডেটিঙৰ বাবে পুৰুষসকললৈ এক প্ৰস্তাৱ আগবঢ়াইছে।

ADVERTISEMENT

ইয়াৰ বাবে মাৰিয়াই ১০ টাকৈ চৰ্ত আৰোপ কৰিছে। যি পুৰুষে তেওঁৰ এই চৰ্তসমূহ পূৰণ কৰিব পাৰিব, সেই পুৰুষে মাৰিয়াৰ স’তে একেলগে থাকিব আৰু ডেটিং কৰিব পাৰিব।

‘দ্য ছান’ৰ বাতৰি অনুসৰি, মাৰিয়াই নিউয়ৰ্কত বাস কৰে আৰু তেওঁ ‘অনলি ফেনছ’ৰ এগৰাকী জনপ্ৰিয় মডেল। ২৮ বছৰীয়া মাৰিয়া ইনষ্টাগ্রামতো যথেষ্ট সক্রিয়।

ইনষ্টাগ্ৰামত তেওঁৰ এক লাখ ৮৩ হেজাৰ অনুগামী আছে। মাৰিয়াই প্ৰকাশ কৰা মতে, ডেটিঙৰ বাবে তেওঁ কেতিয়াও পুৰুষৰ অভাৱৰ সমস্যাত ভোগা নাই।

বৰঞ্চ তেওঁক বহু পুৰুষে ভাল পায় আৰু জীৱন সংগী হিচাপে পাব বিচাৰে। কিন্তু ইয়াৰ পাছতো জীৱনটোক অধিক ৰোমাঞ্চকৰ কৰি তুলিবলৈ মাৰিয়াই অচিনাকি পুৰুষৰ স’তে চৰ্ত সাপেক্ষে ডেটিঙলৈ যোৱাৰ এক পৰিকল্পনা গ্রহণ কৰিছে।

এবছৰৰ বাবে মাৰিয়াই এজন পুৰুষৰ স’তে একেলগে থাকি ডেটিং কৰিব বিচাৰিছে। যি পুৰুষে মাৰিয়াই আৰোপ কৰা ১০ টা চৰ্ত পূৰণ কৰিব পাৰিব, সেই পুৰুষে মাৰিয়াৰ স’তে এবছৰ একেলগে থকাৰ সুযোগ লাভ কৰিব।

অৱশ্যে মাৰিয়াই আৰোপ কৰা চৰ্তবোৰ পূৰণ কৰাটো যিকোনো পুৰুষৰ বাবে সহজ নহ’ব। মাৰিয়াই প্ৰথমতে আৰোপ কৰা চৰ্ত অনুসৰি; ডেটিঙৰ সংগী উক্ত পুৰুষৰে তেওঁৰ শাৰীৰিক চাহিদা পূৰণ কৰাৰ লগতে শয্যাত পাৰদৰ্শী হ’ব লাগিব।

দ্বিতীয়তে পুৰুষজনে সুন্দৰভাৱে সাজ-পাৰ কৰিব লাগিব। প্রতি সপ্তাহত পুৰুষজনে মাৰিয়াক ফুলৰ টোৰা উপহাৰ দিব লাগিব। মাৰিয়াৰ সকলো প্রসাধন ব্যয় বহন কৰিব লাগিব ডেটিঙৰ সংগীয়ে৷

প্রেমিকজন হ’ব লাগিব অতি আত্মবিশ্বাসী আৰু সাহসী পুৰুষ। ডেটিং কৰা পুৰুষজনে মাৰিয়াক প্ৰতি সপ্তাহত ধন উপহাৰ দিব লাগিব আৰু ধনৰ পৰিমাণৰ পৰাই উক্ত পুৰুষে মাৰিয়াক কিমান ভালপায় সেই কথা প্রমাণ হ’ব।

মাৰিয়াই কুকুৰ ভাল পায় আৰু সেয়েহে তেওঁৰ ডেটিং সংগীয়ে কুকুৰ প্ৰতিপালনৰ দায়িত্ব বহন কৰিব লাগিব। মাৰিয়াৰ জীৱনত প্ৰথম স্থানত আছে চাৰ্লি নামৰ এটা কুকুৰ আৰু সেয়েহে প্ৰেমিকৰ স্থান তেওঁৰ জীৱনত সদায় দ্বিতীয়হে হ’ব, এই কথা প্রেমিকে মানি ল’ব লাগিব।

প্রেমিকজন বন্যপ্রাণী প্রেমী হ’ব লাগিব। প্রেমিকজন ৰোমাণ্টিক হোৱাৰ লগতে মাৰিয়াক যথেষ্ট ভাল পাব লাগিব। প্রেমিকে মাৰিয়াৰ কাম-কাজ আৰু ব্যক্তিগত জীৱনত কোনো হস্তক্ষেপ বা বাধা দিব নোৱাৰিব।

মাৰিয়াৰ উপাৰ্জন পথক লৈও প্রেমিকে মন্তব্য প্রকাশ কৰিব নোৱাৰিব। মাৰিয়াই লগতে চৰ্ত আৰোপ কৰি কয় যে তেওঁ সংগীত, মডেলিং আৰু অনলি ফেনছৰ জৰিয়তে যথেষ্ট ধন উপাৰ্জন কৰে যদিও এবছৰৰ ডেটিঙৰ সময়ত প্ৰেমিকে তেওঁৰ সমগ্ৰ খা-খৰচ বহন কৰিব লাগিব।

এই চৰ্তসমূহ পূৰণ কৰা পুৰুষৰ স’তে মাৰিয়াই এবছৰ একেলগে বাস কৰিব আৰু প্ৰেমিকৰ পাৰদৰ্শিতাত সন্তুষ্ট হলে সেই পুৰুষৰে বিবাহ সম্পন্ন কৰিব। মাৰিয়াক সন্তুষ্ট কৰাত প্রেমিক ব্যর্থ হ’লে এবছৰ পাছত তেওঁ উক্ত পুৰুষৰে সম্পৰ্কৰ অৱসান ঘটাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ModelMoriah MillsNEW YORK
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d