Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই-মাতৃ সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে আধ্যাত্মিক-সাংস্কৃতিক বিপ্লৱ অব্যাহত ৰাখিছে : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

publisher by publisher
November 7, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই-মাতৃ সমাৰোহ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই-মাতৃ সমাৰোহ
15
SHARES
151
VIEWS
ShareShareShareShare

RelatedPosts

Jamugurighat:জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতিৰ  শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণৰে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ ইছলাম ধৰ্মীয় ৰাইজৰ

Sri Manta Sankardev Sangha New General Secretary:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত গুৱাহাটীৰ কুশল ঠাকুৰীয়া

মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মাজত পুখুৰী সদৃশ গাঁত

“সৰ্বগুণাকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ । শ্ৰীমন্ত শংকৰদেৱক কোনো ব্যক্তিৰ স’তে তুলনা কৰিব নোৱাৰি । শ্ৰীমন্ত শংকৰদেৱৰ দৰে বিশাল ব্যক্তিত্ব, প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ বিশ্বত দ্বিতীয়গৰাকীৰ জন্ম হোৱা নাই । কিন্তু অসমীয়া নৱ প্ৰজন্মৰ কিমানজনৰ শ্ৰীমন্ত শংকৰদেৱৰ সৰ্বগুণাকৰবোৰ জ্ঞাত । শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমাবোৰ যুৱ প্ৰজন্মই সগৌৰৱেৰে উপস্থাপন কৰিব পৰা নাই । শ্ৰীমন্ত শংকৰদেৱৰ অসমত নিজকে যদি আমি অসমীয়া বুলি পৰিচয় দিওঁ, তেতিয়াহ’লে শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া সমাজলৈ আগবঢ়াই যোৱা অৱদানবোৰ জানিব লাগিব, হৃদয়ংগম কৰিব লাগিব । শ্ৰীমন্ত শংকৰদেৱক যদি আমি বিশ্বশ্ৰেষ্ঠ মহাপুৰুষ বুলি গৌৰৱেৰে ক’ব নোৱাৰো, তেতিয়াহ’লে আমি স্বাভিমানী অসমীয়া বুলিও ক’ব নোৱাৰো । কাৰণ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোক সকলো দি গৈছে, সৰ্বোচ্চ দি গৈছে।” এইদৰে স্বাভিমানী অসমীয়াৰ ৰূপত বক্তব্য প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

ADVERTISEMENT

আজি ভৱানীপুৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই-মাতৃ সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে মন্ত্ৰী দাসে । মন্ত্ৰী দাসে তেওঁৰ ভাষণত কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিকতাবোৰ হ’ল মানুহৰ শাৰিৰীক, মানসিক সৱলীকৰণ তথা উত্তৰণৰ অন্য এক ঔষধ । শ্ৰীমন্ত শংকৰদেৱ আছিল এগৰাকী পৰিৱেশ বিজ্ঞানী । ছশ বছৰ পূৰ্বেই তেওঁ সমাজত পৰিৱেশ বিজ্ঞানৰ সূচনা কৰি পৰিৱেশ বিজ্ঞানীৰূপে পৰিচয় দিছিল ।”

মন্ত্ৰী দাসে উদাত্তভাৱে গৌৰৱেৰে কয়, “শ্ৰীমন্ত শংকৰদেৱ সংঘ নহ’লে অসমীয়াই শ্ৰীমন্ত শংকৰদেৱক কেতিয়াবাই পাহৰি গ’লহেতেন । শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱক আৰু তেওঁৰ সৃষ্টিৰাজিক বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰতিষ্ঠা কৰিব পাৰিব । শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে আধ্যাত্মিক, সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছে । এই বিপ্লৱ অব্যাহত ৰাখিছে ।”

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথিৰ ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই তেওঁৰ ভাষণত কয়, “অসমীয়া জাতিৰ শেষ ভৰসাৰ স্থলী শ্ৰীমন্ত শংকৰদেৱ সংঘ । শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে দায়িত্ব বহন কৰিব লাগিব । কাৰণ আজিৰ সময়ছোৱাত অসমীয়া জাতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আধ্যাত্মিকতাৰে সমাজ সংস্কাৰৰ বাবে গঢ়ি তোলা বিপ্লৱক বিশ্বাস কৰে । বাকী কোনো দল, জাতীয়তাবাদী সংগঠণে কৰা বিপ্লৱক অসমী‌য়াই বিশ্বাস নকৰে ।”

সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জগত চন্দ্ৰ কলিতা, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী স্বৰ্ণলতা সাউদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সাংস্কৃতিক শাখাৰ উপ সচিব কৃষ্ণ কিংকৰ খাটনিয়াৰে । সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই সন্মানীয় অতিথিৰূপে ভাষণ দিয়াৰ লগতে সংঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকা, সৰুপেটাৰ বিএইছবি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাস, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি মৃণাল কুমাৰ বৰুৱা, হৰেন্দ্ৰ বৰা আদিয়ে অতিথিৰূপে ভাষণ দিয়ে । আৰম্ভণিতে সভাৰ উদ্বোধনী ভাষণ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

উল্লেখ্য যে আজি পুৱাৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু উপ পদাধিকাৰ বসুন্ধৰ ডেকাই । ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অগণন ভক্তই হৰিনাম কীৰ্তনেৰে ভৱানীপুৰ অঞ্চলত ভাগৱত লৈ শোভাযাত্ৰা কৰে ।

আনহাতে, কালিৰে পৰা দুদিনীয়াকৈ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টবিংশতিতম কেন্দ্ৰীয় যুৱ আৰু আই মাতৃ সমাৰোহত কালি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই । বিভিন্ন গ্ৰন্থ উন্মোচনৰ লগতে সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰা হয় ।‌

উল্লেখ্য যে দুয়োটা দিনতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু সংখ্যক ভক্ত তথা শিল্পীয়ে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট অনুপম তথা চিৰ সুন্দৰৰ সংস্কৃতিৰ ৰূপৰেখাবোৰ পৰিবেশণত অন্য এক মনোমোহা পৰিৱেশৰ সৃষ্টি হয় ভৱানীপুৰত । আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ শৰণ সদস্য দীনেশ চন্দ্ৰ পাটগিৰিয়ে বন্তি প্ৰজ্বলন কৰাৰ লগে লগে দুদিনীয়া সমাৰোহৰ সামৰণি পৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ranjeet Kumar DassSrimanta Sankaradeva Sangha
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d