Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অবৈধ প’ষ্টাৰ মৰা-য’তে ত’তে থু-পিক পেলোৱাক লৈ নিষেধাজ্ঞা জাৰি কৰিব গুৱাহাটী পৌৰ নিগমে

অভিযোগ দাখিলৰ বাবে মুকলি কৰা হয় চাৰিটাকৈ নম্বৰ, আজিৰে পৰা প্ৰযোজ্য হ'ব নিয়ম

publisher by publisher
November 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
অবৈধ প’ষ্টাৰ মৰা-য’তে ত’তে থু-পিক পেলোৱাক লৈ নিষেধাজ্ঞা জাৰি কৰিব গুৱাহাটী পৌৰ নিগমে
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Meri Maati Mera Desh:গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা

তিনি-চাৰি বছৰতো বানৰ সমস্যাৰ পৰা নিস্তাৰ নাই মহানগৰীৰ বাসিন্দাৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ । এই ক্ষেত্ৰত মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত পৌৰ আয়ুক্ত দেৱশীষ শৰ্মাই এক সংবাদমেলযোগে কে’বাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । বিশেষকৈ গুৱাহাটী মহানগৰীত নতুনকৈ মুকলি হোৱা উৰণীয়া সেতুৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত অবৈধভাৱে বিজ্ঞাপনৰ প’ষ্টাৰ লগোৱা, পিক-থু পেলোৱাক লৈ সৰৱ হৈ পৰে আয়ুক্তগৰাকী ।

ADVERTISEMENT

আয়ুক্তগৰাকীয়ে কয়, ‘গুৱাহাটীৰ মহানগৰীৰ এই উৰণীয়া সেতুখন সকলোৰে গৌৰৱ হ’ব লাগিছিল । কিন্তু দুঃখিত যে এসপ্তাহৰ ভিতৰতেই সেতুখনৰ ঠায়ে ঠায়ে থু-পিক পেলোৱাৰ লগতে প’ষ্টাৰ লগালে । তদুপৰি গুৱাহাটীৰ বিভিন্ন স্থানত এনে অবৈধ প’ষ্টাৰিং আমি দেখিবলৈ পাই আহিছো । আমি সকলোকে অনুৰোধ জনাইছিলো এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ । গুৱাহাটী মহানগৰীখন সর্বাংগসুন্দৰ কৰি ৰাখিবলৈ আমি সকলোকে আহ্বান জনায় আহিছিলো । কিন্তু আমাৰ আহ্বানক আওকাণ কৰা হ’ল । সেয়ে আমি এইসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।’

আয়ুক্তগৰাকীয়ে লগতে কয়, ‘এই লোকসকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছো । ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২ আৰু ৭৩৯৯০০৩০০৪ এই চাৰিটা নম্বৰ মুকলি কৰিছো, য’ত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব । যদি কোনো লোকে এনেদৰে অবৈধভাৱে প’ষ্টাৰিং কৰে বা পিক পেলায় নিগমৰ আইন অনুসৰি ৩৯০ দফাত তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । প্ৰয়োজন হ’লে আমি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম ।’

আয়ুক্তগৰাকীয়ে তেনে লোকসকলৰ ফটো তুলি ঠিকনাসহ নিগমৰ অভিযোগ নম্বৰকেইটাত প্ৰেৰণ কৰিবলৈ গুৱাহাটীবাসীক অনুৰোধ জনায় । ফটো প্ৰেৰণকাৰী সকলক নিগমৰ তৰফৰ পৰা এহেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব বুলিও তেওঁ কয় । গুৱাহাটীখন নিজৰ বুলি ভাবি চহৰখনক চাফ চিকুনকৈ ৰখাৰ বাবে গুৱাহাটীবাসীক আহ্বান জনায় তেওঁ পুনৰ কয়, ‘আজি জাননী ওলাব । কাইলৈৰ পৰা নিয়ম প্রযোজ্য হ’ব । কোনেও প’ষ্টাৰিং কৰিব নোৱাৰিব । য’তে ত’তে থু-খেকাৰ পেলাব নোৱাৰিব । যিসকলে ইতিমধ্যে প’ষ্টাৰিং কৰিছে তেওঁলোকক ১৫ দিনৰ ভিতৰত সেইবোৰ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিয়া হৈছে । এইক্ষেত্ৰত আয়ুক্ত শৰ্মাই গুৱাহাটী মহানগৰীৰ আৰক্ষীৰো সহায় সহযোগিতা কামনা কৰে । তেওঁ লগতে নতুনকৈ মুকলি হোৱা উৰণীয়া সেতুখনত কোনো লোকে জন্মদিন উদযাপন কৰি সামাজিক মাধ্যম যোগে আনকো সেতুখনত বিভিন্ন অনুষ্ঠান পাতিবলৈ কৰা আহ্বানক গৰিহণা দিয়ে ।’ লগতে তেওঁলোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰে ।

ইয়াৰ লগতে য’তে ত’তে আৱৰ্জনা পেলোৱা সকলক জৰিমনা বিহা হ’ব বুলিও কয় । সংবাদমেলত আয়ুক্ত শৰ্মাই গুৱাহাটী মহানগৰীৰ উৰণীয়া সেতুসমূহৰ তলত ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে । নিগমৰ অধীনত ইতিমধ্যে লায়ন্স ক্লাৱে ৩.৫০ কোটি টকা ব্যয়ৰে গণেশগুৰি উৰণীয়া সেতুৰ লগতে বিভিন্ন উৰণীয়া সেতুৰ তলত মুঠ ১৬ টা টয়লেট নিৰ্মাণ কৰাৰ কাম হাতত লৈছে বুলি উল্লেখ কৰে ।

ইয়াৰ লগতে মহানগৰীৰ অবৈধ পাৰ্কিং, দখলী প্ৰমাণপত্ৰ নোলোৱাকৈ গৃহ সম্প্ৰসাৰণ কৰা ব্যক্তিগত চিকিৎসালয় আৰু আবাসৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব বুলিও উল্লেখ কৰে । তেওঁ কয়, ‘ইতিমধ্যে আমি তেনে ৬৪ খন চিকিৎসালয়লৈ জাননী প্ৰেৰণ কৰিছো । তেওঁলোকে নিগমক কৰ ফাঁকি দি আহিছে । ইয়াৰে ৩৪খন চিকিৎসালয়ে আমাক উত্তৰ দিছে । বাকী কেইখনলৈ আমি পুনৰ জাননী পঠিয়াম ।’

আয়ুক্ত শৰ্মাই পদপথ ব্যৱসায়ী সকলৰ বাবে শীঘ্ৰে ভেণ্ডিং জ’ন স্থাপন কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । তেওঁ কয়, ‘বৰ্তমান গুৱাহাটীত ২৪টা ভেণ্ডিং জ’ন আছে । সেয়া বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব । তেনেদৰে নিগমৰ মুঠ ৫৪ টা পাৰ্কিং আছে বুলি উল্লেখ কৰি তাৰ ভিতৰত মাত্ৰ ন টা পাৰ্কিঙতহে পইচা দিব লাগে বুলি উল্লেখ কৰে । যদি কোনো পাৰ্কিঙত নিৰ্ধাৰিত কৰতকৈ অধিক কৰ লৈছে বা লয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে লগে লগে নিগমক অভিযোগ দিবলৈ আয়ুক্তগৰাকীয়ে আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Devashish SharmaGuwahati Municipal Corporation
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d