গুৱাহাটীৰ ফটাশিল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ বৰাগাঁৱত মৃত নাহৰফুটুকী উদ্ধাৰ । নাহৰফুটুকীটোৰ বয়স প্ৰায় ৭ বছৰ বুলি জানিব পৰা গৈছে।
ADVERTISEMENT
ইতিমধ্যে, বন বিষয়াৰ এটা দলে উদ্ধাৰ কৰিছে নাহৰফুটুকীটো। সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে নাহৰফুটুকীটো খানাপাৰাৰ পশু চিকিৎসালয়লৈ প্ৰেৰণ।