Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

AIDS : নিঃশেষ হৈছে নেকি এইচআইভি ? বিৱর্তন ঘটিছে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ?

publisher by publisher
November 24, 2021
in International, News
Reading Time: 1 min read
0
AIDS : নিঃশেষ হৈছে নেকি এইচআইভি ? বিৱর্তন ঘটিছে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ?
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব এইডছ দিৱসত ভাল খবৰ !

এইছআইভিৰ মহামাৰী প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰত

Assam Asembly Five Day:আশা কৰ্মীৰ ৬০ বছৰ পাছত লাভ কৰিব পেঞ্চনৰ সুবিধা হিচাপে এককালীন সাহায্য:স্বাস্থ্যমন্ত্ৰী

মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ক্রমশ বিৱর্তন ঘটিছে নেকি ! ‘হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ’ বা এইচআইভি সংক্রমিত এগৰাকী যুৱতীৰ শৰীৰৰ পৰা হঠাৎ নোহোৱা হ’ল ভাইৰাচ । ২০১৩ত এইড্‌ছ ধৰা পৰিছিল যুৱতীগৰাকীৰ । তেওঁৰ স্বামীৰো এইড্‌ছ আছিল । তেওঁৰ মৃত্যু হয় । কিন্তু ভাইৰাছক ‘প্ৰতিহত’ কৰিছে যুৱতীগৰাকীয়ে । বিস্মিত চিকিৎসকসকল । তেওঁলোকৰ দাবী, প্রাকৃতিকভাৱে কাৰোবাৰ এইচআইভি-মুক্ত হোৱা ঘটনা বিশ্বত এয়ে প্রথম ।

ADVERTISEMENT

আর্জেন্টিনাৰ এছপেৰানজা চহৰৰ বাসিন্দা ৩০ বছৰীয়া এইচআইভি আক্রান্ত যুৱতী আন সংক্রমিতৰ দৰে নাছিল । চিকিৎসকসকলৰ পৰিভাষাত ‘এলিট কন্ট্র’লাৰ’ আছিল যুৱতীগৰাকী । অর্থাৎ, তেওঁ সংক্রমিত হোৱাৰ বহু বছৰ পাছত এইচআইভি-ৰ উপস্থিতি ধৰা পৰে শৰীৰত । অসুখ ধৰা পৰাৰ পাছত তেওঁ ঔষধ খোৱা আৰম্ভ কৰে । তাৰ পাছতেই হঠাৎ এই ঘটনা । এসময়ত তেওঁ ঔষধ খোৱা বন্ধ কৰি দিয়ে । কিন্তু পুনৰ ৰোগীয়া নহয় । যিটো সাধাৰণতে নহয় । সম্প্রতি এই সংক্রান্তত এটা প্ৰতিবেদন প্রকাশিত হৈছে আমেৰিকান জার্নেল ‘এনালছ অৱ ইন্টাৰনেল মেডিচিন’ত ।

মানৱ শৰীৰত যিকোনো ভাইৰাছ সংক্রমণৰ পাছত দেখা যায়, ভাইৰাছবিধে শৰীৰত প্রতিলিপি গঠন কৰি থাকে । এই আর্জেন্তিনীয় যুৱতীগৰাকীৰ ক্ষেত্রত দেখা গ’ল, তেওঁৰ ডিএনএ-ত ভাইৰাছৰ উপস্থিতিৰ কোনো চাপ নাই । অর্থাৎ ‘প্র’ভাইৰাছ’ গঠন হোৱা নাই । ‘প্র’ভাইৰাছ’ হ’ল — যেতিয়া ভাইৰাছৰ জেনেটিক মেটেৰিয়েল মানৱ কোষৰ (হোষ্ট চেল) ডিএনএ-ৰ ভিতৰত প্ৰৱেশ কৰে আৰু মানৱ কোষৰ জিনমৰ স’তেই প্রতিলিপি গঠন কৰিবলৈ আৰম্ভ কৰে । এই ক্ষেত্রত গৱেষকসকলে বহু ‘সন্ধানৰ’ পাছতো ভাইৰাছৰ অস্তিত্ব পোৱা নাই যুৱতীগৰাকীৰ শৰীৰত । তেওঁলোকে কয়, ইয়াক ‘ষ্টেৰিলাইজিং কিউৰ’ বুলি কোৱা হয় । অর্থাৎ, যুৱতীগৰাকীৰ শৰীৰৰ ভাইৰাছৰ কোনো প্রতিলিপি নাই ।

কিন্তু কেনেদৰে এইটো সম্ভৱ হ’ল ? বিজ্ঞানীসকলৰ মতে — ‘ৰহস্য’ । ইয়াৰ পূৰ্বেও দুজন এইচআইভি ৰোগীৰ সুস্থ হৈ উঠাৰ নজিৰ আছে । কিন্তু তেওঁলোকৰ তেজত কৰ্কট ৰোগ আছিল । সেয়ে তেওঁলোকৰ দীর্ঘ চিকিৎসা চলিছিল । ষ্টেম চেল প্রতিস্থাপণো কৰা হৈছিল । তাৰ পাছত এসময়ত তেওঁলোক এইচআইভি-মুক্ত হয় । কিন্তু এই ক্ষেত্রত এনেকুৱা একো হোৱা নাই । সকলো প্রকৃতিভাৱে হৈছে । কেনেদৰে হ’ল, তাৰো কোনো উত্তৰ নাই চিকিৎসকসকলৰ ওচৰত । এটা বিষয়তেই কেৱল তেওঁলোক দ্বিধাহীন । সেয়া হ’ল— ‘‘এই ৰোগৰ পৰা সুস্থ হোৱা সম্ভৱ ।’’

বছনৰ ‘ৰেগন ইনষ্টিটিউট’ৰ বিশেষজ্ঞ শু ইউ আৰু বুয়েনেছ আইৰেছৰ ‘ইনষ্টিটিউট অৱ বায়’মেডিকেল ৰিছার্চ ইন ৰেট্র’ভাইৰাছ এণ্ড এইড্‌চ’-ৰ নটালিয়া লুফেৰে কয়, ‘‘সেই ‘এলিট কন্ট্র’লাৰ’-ৰ তেজ আৰু কলাকোষত ব্যাপক তদন্তৰ পাছতো ভাইৰাছৰ সন্ধান পোৱা নাযায় । সেয়ে ধাৰণা হয়, প্রাকৃতিকভাৱেই ৰোগীগৰাকী সুস্থ হৈছে ।’’

বিশেষজ্ঞসকলৰ পর্যবেক্ষণ, ‘‘এনেদৰেই প্রাকৃতিকভাৱে শৰীৰৰ পৰা ভাইৰাছৰ অবলুপ্তিৰ ঘটনা বিৰল । কিন্তু এয়া যে সম্ভৱ, সেয়া এয়ে প্রথম জানিব পৰা গ’ল ।’’

এইড্‌ছ মহামাৰী আৰম্ভ হোৱাৰ পৰা এই পর্যন্ত আঠ কোটি মানুহ এইচআইভি সংক্রমিত হৈছে । তিনি কোটি ৬৩ লাখ মানুহৰ মৃত্যু হৈছে । ২০২০ৰ পৰিসংখ্যা অনুযায়ী, সেই বছৰটোত সমগ্ৰ বিশ্বত প্ৰায় তিনি কোটি ৭৭ লাখ মানুহ এইচআইভি সংক্ৰমিত হোৱাৰ পাছতো জীৱিত আছিল । কোনো এইচআইভি সংক্রমিতে দীর্ঘদিন চিকিৎসা অবিহনে থাকিলে সেয়া এইড্‌ছ (একোৱার্ড ইমিউনোডেফিচিয়েন্স চিণ্ড্ৰম)-ত পৰিণত হয় ।

এই পর্যন্ত এইচআইভি-ৰ কোনো চিকিৎসা নাই ।এবাৰ কোনোৱে এই ভাইৰাছত সংক্রমিত হ’লে, গোটেই জীৱন এই ভাইৰাছৰ স’তেই জীয়াই থাকিব লগা হয় বুলি জানিব পৰা গৈছিল । দশকৰ পাছত দশক গৱেষণাৰ পাছতো সুস্থ হোৱাৰ উপায় পোৱা নাই চিকিৎসকসকলে । তেনে সময়তে এগৰাকী এইচআইভি-জয়ীৰ খবৰ লাভ কৰি উচ্ছ্বসিত চিকিৎসক-বিশেষজ্ঞ মহল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIDSHIV
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d