Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এইছআইভিৰ মহামাৰী প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰত

১০ বছৰীয়া শিশুৰ পৰা বয়োবৃদ্ধলৈকে এই ৰোগত আক্ৰান্ত 

publisher by publisher
October 11, 2025
in News, world
Reading Time: 1 min read
0
এইছআইভিৰ মহামাৰী প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব এইডছ দিৱসত ভাল খবৰ !

HIV : প্ৰতি বছৰে গড়ে এহেজাৰ এইছআইভি পজিটিভ ৰোগী ধৰা পৰিছে অসমত

HIV Variant : এইচ.আই.ভিৰ নতুন ৰূপৰ সন্ধান পালে নেডাৰলেণ্ডত

HIV:✒️সবাতোকৈ সৰু এইছআইভি আক্ৰান্তৰ বয়স মাত্র ১০ বছৰ। এই শিশুটিৰ সন্ধান পায় প্রাক্তন যৌনকর্মী তথা সমাজসেবী ছেছেনিয়েলি নাইটালাই। ২০১৩ত নাইটালাই যেতিয়া ফিজিৰ ছাৰভাইকেল এডভোকেচি নেটৱৰ্ক প্ৰতিষ্ঠা কৰে, তেতিয়াও সেই শিশুটিৰ জন্ম হোৱা নাছিল।

ADVERTISEMENT

অথচ আজি সেই শিশুটি ফিজিৰ হেজাৰ হেজাৰ নাগৰিকৰ ভিতৰত অন্যতম, যি এইছআইভি ভাইৰাছত আক্রান্ত। বহু ক্ষেত্ৰত কিশোৰ-কিশোৰীৰ দেহতো এই ভাইৰাছৰ সংক্রমণে দেখা গৈছে। ইয়াৰে অধিকাংশই মাদকৰ অপব্যৱহাৰৰ বাবে হৈছে। নাইটালাৰ সংস্থাই ফিজিৰ ৰাজধানী ছুভাত যৌনকর্মী আৰু মাদক সেৱনকাৰীক সাহায্য কৰে। তেওঁ বিচিচিক কয়, ‘তৰুণ প্ৰজন্মৰ মাজত মাদকৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

বিগত পাঁচ বছৰত প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ফিজিত এইছআইভিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। দেশখনৰ জনসংখ্যা ১০ লাখৰো কম। ২০১৪ত দেশখনত এইছআইভি আক্ৰান্তৰ সংখ্যা আছিল পাঁচশৰো কম। ২০২৪ৰ ভিতৰত আক্ৰান্তৰ সংখ্যা প্রায় ৫,৯০০ত উপনীত হৈছে। অর্থাৎ ১১ গুণ বৃদ্ধি পাইছে।

কেৱল ২০২৪তে ফিজিত ১,৫৮৩টা নতুন সংক্রমণ নথিভুক্ত কৰা হৈছে, যিটো পাঁচ বছৰৰ গড়ৰ তুলনাত ১৩ গুণৰ অধিক। এই সংক্রমিতসকলৰ ভিতৰত ১৫ বছৰ বা তাকৈ কম বয়সী কিশোৰ-কিশোৰী তথা শিশুৰ সংখ্যা ৪১টি। ২০২৩ত সেই সংখ্যা আছিল ১১টি।

ফিজিৰ স্বাস্থ্যমন্ত্ৰীয়ে জানুৱাৰীত এইছআইভিৰ প্ৰাদুৰ্ভাৱৰ কথা ঘোষণা কৰিছিল। সম্প্রতি দেশখনৰ সহকাৰী স্বাস্থ্যমন্ত্রী পেনিওনি ৰাভনাওৱাই সতৰ্ক কৰি দিছিল যে ২০২৫ৰ শেষৰ ফালে দেশত তিনি হেজাৰৰ অধিক নতুন ঘটনা দেখা যাব পাৰে।

তেওঁ জনাইছিল যে এয়া এক জাতীয় জৰুৰী অৱস্থা তথা ইয়াৰ হ্রাস পোৱাৰ কোনো লক্ষণ নাই।একাংশ বিশেষজ্ঞই এইছআইভি সংক্রমণ বৃদ্ধিৰ অন্তৰালত সচেতনতা বৃদ্ধিৰ অভাব আৰু এইছআইভি সম্পর্কে কুসংস্কাৰকে দায়ী কৰিছে।

পূৰ্বৰ তুলনাত অধিক লোকে পৰীক্ষা কৰোৱাত উৎসাহ দেখুৱাইছে। তৎসত্ত্বেও বহুত সংক্ৰমণৰ খবৰ গোপন কৰাৰে সম্ভাৱনা অধিক। যি ইংগিত দিয়ে যে সংক্ৰমণৰ হাৰ চৰকাৰী পৰিসংখ্যাতকৈ অনেক বেছি। বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে এই মহামাৰীৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে অসুৰক্ষিত মাদক আৰু যৌন অভ্যাসৰ বৃদ্ধি।

বিশেষকৈ এক উদ্বেগজনক প্ৰৱণতা হৈছে ‘ব্লুটুথিং’, য’ত এজন মাদক সেৱনকাৰীয়ে নিজৰ সিৰাৰে এটা ড’জ ইনজেকচন লোৱাৰ পাছত তেজ টানি আনি সেই চিৰিঞ্জটো আন এজনক প্ৰদান কৰে, সেইজন লোকে চিৰিঞ্জটো ব্যৱহাৰ কৰি আন এজনৰ প্ৰদান কৰে। এইদৰে সমগ্ৰ প্ৰক্ৰিয়াটো চলি থাকে।

ড্রাগ ফ্রী ফিজি নামৰ সংস্থাটোৰ কাৰ্যবাহী পৰিচালক কালেচি ভোলাটাবুরে যোৱা মে’ত এই ঘটনাটো প্রত্যক্ষ কৰে। ছুভাত পুৱা খোজকঢ়াৰ সময়ত তেওঁ এদল তৰুণক সমবেত হৈ এটা চিৰিঞ্জৰে নিজৰ শৰীৰত ৰক্ত প্রবাহিত কৰা দেখিছিল। ভোলাটাবুৱে কয় যে তৰুণসকলে মাত্র এটা বেজি ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে তেজো আদানপ্রদান কৰিছিল।

উল্লেখ্য যে মাদক গ্ৰহণৰ এই পদ্ধতি পূৰ্বে দক্ষিণ আফ্রিকা আৰু লেছ’থ’ত জনপ্রিয় আছিল। সম্প্রতি ফিজিত এই পদ্ধতি জনপ্রিয় হৈ পৰিছে। ই তুলনাত সস্তা। একাধিক ব্যৱহাৰকাৰীয়ে এটা বেজিকে ভাগ কৰি ল’ব পাৰে। ফিজিৰ স্বাস্থ্য মন্ত্রণালয়ে ব্লুটুথিং আৰু কেমছেক্স (যৌন কাৰ্যকলাপৰ পূৰ্বে বা সময়ত মেথামফেটামিনৰ দৰে ঔষধ ব্যৱহাৰ) ক এইছআইভিৰ হাৰ বৃদ্ধিৰ মূল কাৰণৰূপে চিহ্নিত কৰিছে।

ফিজিৰ ৰাষ্ট্ৰীয় এইছআইভি তথ্য অনুসৰি, ৪৮ শতাংশ সংক্রমণ বেজিৰ মাধ্যমেৰে মাদক ব্যৱহাৰৰ কাৰণে, ৪৭শতাংশ যৌন সংক্ৰমণৰ কাৰণে আৰু অধিকাংশ শিশুৰ ক্ষেত্ৰত মাতৃৰ দেহৰ পৰা সংক্রমণ ঘটিছে। ভোলাটাবু আৰু নাইটালাই কয় যে শিক্ষাৰ অভাৱেই এই মহামাৰীৰ এটা মূল কাৰণ আৰু তেওঁলোকৰ সংস্থাসমূহে সচেতনতা বৃদ্ধিৰ বাবে কাম কৰি আছে।

আনহাতে, নিউ জিলেণ্ডৰ কেণ্টাৰবেৰী বিশ্ববিদ্যালয়ৰ পেচিফিক ৰিজিঅ’নেল ছিকিউৰিটি হাবৰ প্ৰধান হোছে ছুছা-ছান্টোছে এক আসন্ন বিপৰ্যয়ৰ বিষয়ে সতৰ্ক কৰি কয়, ‘উদ্বেগ কেৱল বৰ্তমানৰ সংকটক লৈ নহয়, পৰৱৰ্তী তিনি বছৰক লৈও। এই মহামাৰীৰ মোকাবিলাৰ বাবে ফিজিত প্রয়োজনীয় চিকিৎসাকর্মী, চিকিৎসাৰ সুযোগ তথা অন্যান্য জৰুৰী ব্যৱস্থাৰ অভাৱ আছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HIV
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d