Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শীঘ্ৰেই পূৰণ কৰা হ’ব স্বাস্থ্যবিভাগত খালী থকা চিকিৎসকৰ পদ : স্বাস্থ্যমন্ত্ৰী

মন্ত্ৰী কেশৱ মহন্ত-যোগেন মোহনৰ ছাডেন ভিজিট, চৰকাৰী আঁচনিৰ ধন লাভৰ বুজ ল'লে মন্ত্ৰীদ্বয়ে

publisher by publisher
November 25, 2021
in Assam, India, News
Reading Time: 1 min read
0
শীঘ্ৰেই পূৰণ কৰা হ’ব স্বাস্থ্যবিভাগত খালী থকা চিকিৎসকৰ পদ : স্বাস্থ্যমন্ত্ৰী
শীঘ্ৰেই পূৰণ কৰা হ’ব স্বাস্থ্যবিভাগত খালী থকা চিকিৎসকৰ পদ : স্বাস্থ্যমন্ত্ৰী
শীঘ্ৰেই পূৰণ কৰা হ’ব স্বাস্থ্যবিভাগত খালী থকা চিকিৎসকৰ পদ : স্বাস্থ্যমন্ত্ৰী
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

ভৱানীপুৰ সমষ্টিৰ বিভিন্ন হিতাধিকাৰীৰ ঘৰত আজি উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজহ মন্ত্ৰী যোগেন মোহন ৷ এই দুই মন্ত্ৰীয়ে আজি চৰকাৰী আঁচনিৰ সাহাৰ্যসমূহ ভৱানীপুৰ সমষ্টিৰ হিতাধিকাৰীসকলে নিয়মীয়াভাৱে লাভ কৰিছে নে তাৰ বুজ লয় ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ভৱানীপুৰ অঞ্চলৰ হিতাধিকাৰীসকলৰ বৃদ্ধ পেঞ্চন আৰু অৰুণোদই আঁচনিৰ ধন নিজৰ নিজৰ একাউন্টত সোমাইছে নে নাই নিশ্চিত হ’বলৈ বেংকৰ পাছবুকসমূহ পৰীক্ষা কৰে ।

ADVERTISEMENT

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সকলোকে ভেকচিন ল’বলৈ আহ্বান জনাই দুই পালি সম্পূৰ্ণ হ’লেহে ক’ভিডৰ বিৰুদ্ধে যুদ্ধ কৰাৰ এপাত অস্ত্ৰ লাভ কৰা যাব বুলি মন্তব্য কৰে । লগতে তেওঁ ক’ভিডৰ প্ৰায়বোৰ বাধা আৰোপ ইতিমধ্যে শিথিল কৰি দিয়া হৈছে বুলিও কয় ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি প্ৰসংগক্ৰমে স্বাস্থ্য বিভাগত খালি থকা চিকিৎসকৰ পদসমূহ শীঘ্ৰেই পূৰণ কৰা হ’ব বুলিও কয় ৷ ইপিনে, মন্ত্ৰী যোগেন মোহনে ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত তথা বাগসা জিলাৰ শালবাৰী মহকুমাৰ ভালে সংখ্যক হিতাধিকাৰীৰ অৱস্থাৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমৰ্মে কালি বঙাইগাঁৱত কেবিনেট হৈ যোৱাৰ পাছত আজি বাগসাৰ শালবাৰীত উপস্থিত হৈ মন্ত্ৰী যোগেন মোহনে অসম চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি কেনেধৰণে ৰূপায়ণ হৈছে সেয়া বহু পৰিয়ালৰ ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ পৰা বুজ লয় ৷

মন্ত্ৰীগৰাকীয়ে ক্ষেত্ৰ অধ্যয়ন কৰা সময়ত এটি দুখীয়া পৰিয়ালৰ আইতা এগৰাকীৰ হাতত গাখীৰ কণী খাবলৈ টকা এহেজাৰো আগবঢ়ায় ৷ ক’ভিড ভেকচিন লোৱাৰ ক্ষেত্ৰত কোনো এজন লোকেই যাতে সাৰি যাব নোৱাৰে তাৰ বাবে ঘৰে ঘৰে ভেকচিন দিয়া কাৰ্যও আৰম্ভ হৈ গৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: jogen mohanKeshab Mahanta
publisher

publisher

Related Posts

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d