Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত আদিবাসী কলনীৰ ৰাইজ

১১ বছৰে সম্পূৰ্ণ নহল জেকবপুৰৰ দহখন বিচনা যুক্ত চিকিৎসালয়

publisher by publisher
November 29, 2021
in Assam, India, News
Reading Time: 1 min read
0
উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত আদিবাসী কলনীৰ ৰাইজ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Celebrating fraud:প্ৰৱঞ্চনা উদযাপন !

Bharat Ratna Dr Bhupen Hazarika Birthday :আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন

Assu:সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি বটাঁ ঘোষণা

যি সময়ত জনতাৰ স্বাস্থ্য সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি প্ৰস্তুত কৰি কোটি কোটি টকা ধার্য কৰিছে ঠিক তেনে সময়ত গ্ৰাম্য অঞ্চলত আজিও চিকিৎসা সেৱা ব্যাহত হৈ আছে।

ADVERTISEMENT

গ্ৰাম্য অঞ্চলৰ জনতাৰ স্বাস্থ্য সুৰক্ষা দিবলৈ চৰকাৰে বিভিন্ন আঁচনি লোৱাৰ সমান্তৰাল কৈ গাঁৱে গাঁৱে স্বাস্থ্য কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ, ১০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। বহু অঞ্চলত কোটি কোটি টকা খৰচ কৰি স্বাস্থ্য সেৱা আৰম্ভ আৰু সুচল কৰিবলৈ স্থাপন কৰা চিকিৎসালয় সমূহ আজিও সম্পূৰ্ণ নহ’ল আৰু মুকলি নহ’ল।

যাৰ ফলত সাধাৰণ জনতা বিভিন্ন সময়ত নানা ধৰণৰ ৰোগৰ মুখামুখি হোৱাৰ লগতে অকালতে মৃত্যুক সাৱটি লৈছে। তেনে এখন চিকিৎসালয় হৈছে গোসাঁইগাঁও মহকুমা স্বাস্থ্য বিভাগৰ অধীনস্ত জেকবপুৰ ১০খন যুক্ত চিকিৎসালয়।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ধনেৰে ২০১০ চনত গোসাঁইগাঁৱৰ জেকবপুৰত ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ১০ খন বিচনাযুক্ত এখন চিকিৎসালয়ৰ কাম আৰম্ভ কৰা হৈছিল।

কিন্তু আজি ১১ বছৰ অতিক্ৰম কৰিবলৈ হ’ল সেইখন চিকিৎসালয়ৰ নিৰ্মাণ কাম সম্পুৰ্ণ নহ’ল। চিকিৎসালয়খনৰ নিৰ্মাণ কাম প্ৰায় ৭০ শতাংশ হোৱাৰ স্বত্ত্বেও ৰহস্যজনকভাৱে স্তব্ধ হৈ পৰিল।

যাৰ ফলত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পুঁজিৰ লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা জেকবপুৰ ১০ খন যুক্ত চিকিৎসালয়খন সম্প্ৰতি দুৱাৰ – খিৰিকী জহি – খহি যোৱাৰ লগতে হাবি জংঘলে ঢাকি ধৰিছে। সেয়াই নহয় অৰ্ধনিৰ্মিত অৱস্থাত পেলাই থোৱা চিকিৎসালয়খন এতিয়া অসমাজিক কাৰ্য কলাপৰ কেন্দ্ৰ হৈ পৰিছে।

ইয়াৰ উপৰিও চিকিৎসালয়ৰ কাষতে কেতিয়াবাই বিভাগে নিৰ্মাণ কৰিছিল তিনিটা কৈ আবাস গৃহ । যি সমূহ আবাস গৃহৰ আজি নাই কোনো অস্তিত্ব। প্ৰায় ৪০- ৫০ শতাংশ নিৰ্মাণ কাম হোৱা বৃহৎ আকাৰৰ তিনিটা আবাস গৃহ এতিয়া হাবি জংঘলৰ তলত।

উক্ত ১০খন বিচনা যুক্ত চিকিৎসালয়খন আৰম্ভ হোৱা দেখা পাই বৃহত্তৰ আদিবাসী কলনীৰ আদিবাসী সম্প্ৰদায়ৰ লোক সকলে আশ্বস্ত লাভ কৰিছিল আৰু উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰাৰ আশা কৰিছিল যদিও সেয়া ১১ বছৰে বাস্তৱত হৈ উঠা নাই।

চৰকাৰৰ এনে কাম কাজ প্ৰত্যক্ষ কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাই গভীৰ দুখ প্ৰকাশ কৰি কয় যে, আদিবাসী সকল সকলো দিশতে বঞ্চিত হৈ আহিছে। নূন্যতম স্বাস্হ্য সেৱা আজিও লাভ কৰা নাই।চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে যদিও সেই সুবিধা যে আদিবাসী লোক সকলে নাপায় সেয়া জেকবপুৰত থকা অৰ্ধ নিৰ্মিত চিকিৎসালয় খনে প্ৰমাণিত কৰিছে বুলি ছাত্ৰ সংগঠনৰ কেন্দ্ৰিয় নেতৃত্বত ৰিমান চৰেন চানুই অভিযোগ কৰে।

তেওঁ আকৌ কয় যে,আদিবাসী অঞ্চলত চিকিৎসা ব্যৱস্থা নথকা বাবে গাঁৱৰ সহজ সৰল আৰু আৰ্থিক ভাৱে জৰুলা হোৱাত বেমাৰ আজাৰ হলে বেজ- কবিৰাজৰ ওচৰত চিকিৎসা কৰিবলৈ বাধ্য হয়।

গাঁৱৰ কবিৰাজ একমাত্ৰ ভৰসা হোৱাত উপযুক্ত চিকিৎসা নাপাই মৃত্যু বৰণ কৰে। তেনে ভূল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱাত ডাইনী বুলি সন্দেহ কৰা হয় । যাৰ ফলত আজিও আদিবাসী সমাজত ডাইনী হত্যা চলি আছে।

যিমান দিন লৈকে আদিবাসী অঞ্চলৰ চিকিৎসা সেৱা উন্নত নহব সিমান দিন লৈ ডাইনী প্ৰথা চলি থাকিব। সেইবাবে বৰ্তমান অসম চৰকাৰ জনতাৰ স্বাস্থ্য সুৰক্ষা দিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।গাঁৱে ভুঙে চিকিৎসাৰ ব্যৱস্থা কৰিছে।

ঠিক একেদৰে গোসাঁইগাঁৱৰ অধীনস্ত জেকবপুৰ আৰু ঠাকুৰ পুৰত অৰ্ধ নিৰ্মিত হৈ থকা চিকিৎসালয় দুখন শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰি চিকিৎসক – কৰ্মী নিয়োগ কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSUHealth Care Centre
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d