Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bharat Ratna Dr Bhupen Hazarika Birthday :আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো উদযাপন কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, ভূপেন্দ্ৰ গীতে–মাতে মুখৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত

publisher by publisher
September 8, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Bharat Ratna Dr Bhupen Hazarika Birthday :আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন
6
SHARES
58
VIEWS
ShareShareShareShare

Bharat Ratna Dr Bhupen Hazarika Birthday :

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন অসমীয়া জাতীয় জীৱনৰ অন্যতম খনিকৰ প্ৰাণৰ শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৃত উদযাপন কৰা হৈছে ।

ADVERTISEMENT

ভূপেন্দ্ৰ সংগীতৰে মুখৰ হৈ পৰিছে ৰাজ্য চৌদিশে ৷ যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে।

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

ওপজা দিনত ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিবছৰৰ দৰে এই বছৰো সদৌ অসম ছাত্ৰ সন্থাই সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত দীঘলীপুখুৰীৰ পাৰত থকা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত
আয়োজন কৰিছে বিশেষ অনুষ্ঠান ৷ পুৱাতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ শ্ৰদ্ধা জ্ঞাপন কৰে আছুৰ উপদেষ্টা ড:সমজ্জুল ভট্টাচাৰ্য সহ আছুৰ নেতৃবৰ্গই ৷

আছুৰ এই বিশেষ অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ একোখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ন্যাসৰ সম্পাদক আৰু গুৱাহাটীৰ কেইখনমান মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে সুধাকণ্ঠৰ গান গাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ।

আনহাতে মহানগৰীৰ জালুকবাৰীত থকা বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ সমাধিক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা আয়োজন কৰা হয় সুধাকণ্ঠৰ ওপজা দিন। এই উপলক্ষে পুৱাতে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত হৈ সুধাকণ্ঠ সমাধিস্থলত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

সুধাকণ্ঠৰ সমাধিস্থলীত সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত কয়,হৃদয়স্পৰ্শী গীতৰ জৰিয়তে সমাজত সমন্বয়ৰ বাৰ্তা কঢ়িওৱা বিশ্ববিশ্ৰুত শিল্পী, আমাৰ হিয়াৰ আমঠু তথা ‘ভাৰত ৰত্ন’ৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

অসমৰ লগতে দেশৰ কলা-সংস্কৃতিৰ জগতৰ এইগৰাকী বৰেণ্য শিল্পীৰ কণ্ঠস্বৰ আৰু মানুহৰ বাবে গোৱা মানৱীয় অনুভূতিৰ সুৰ আজিও অগণণ শ্ৰোতাৰ হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হয়। সৃষ্টিশীলতাৰ সাগৰত সাঁতুৰি কাহানিও ক্লান্ত নোহোৱা গণশিল্পীগৰাকীৰ সৃষ্টিৰাজি আকাশৰ দৰেই বিশাল পৰিসৰত বিস্তৃত যিয়ে আমাক স্বদেশ আৰু স্বজাতিৰ হকে কাম কৰি যাবলৈ সদায় অনুপ্ৰেৰণা যোগাই যাব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

উল্লেখযোগ্য যে ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মগ্ৰহণ কৰিছিল বৰেণ্য শিল্পীগৰাকীয়ে। অগণণ শ্ৰোতাৰ হৃদয় জয়কৰা শিল্পীগৰাকীক ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০০৯ চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত কৰা হয়।

আনহাতে ১৯৯২ত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল ড০ ভূপেন হাজৰিকা ।

২০১২ত ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান পদ্মবিভূষণ আৰু ২০১৯ত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল বিশ্বৰ বৰেণ্য শিল্পীগৰাকীক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtASSUBharat Ratna Dr Bhupen Hazarika BirthdayBirthday CelebrationGuwahati
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d