Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi Pollution :পৰিৱেশ প্ৰদূষণক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নী,পুনৰ বন্ধ কৰি দিয়া হ’ল বিদ্যালয়

publisher by publisher
December 2, 2021
in India, News
Reading Time: 1 min read
0
Delhi Pollution :পৰিৱেশ প্ৰদূষণক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নী,পুনৰ বন্ধ কৰি দিয়া হ’ল বিদ্যালয়
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Pollution:দিল্লীত প্ৰদূষণ প্ৰতিৰোধৰ নতুন ব্যৱস্থা, কেতিয়া হ’ব কাৰ্যকৰী ?

Delhi Pollution : ৰাজধানীত বৃদ্ধি পাইছে আৱৰ্জনাৰ পাহাৰ, সংকটত দিল্লীবাসীৰ জীৱন

Delhi Pollution : প্ৰদূষণৰ বাবে সম্পূর্ণ তলাবন্ধ ঘোষণা কৰিবলৈ প্রস্তুত, শীৰ্ষ ন্যায়ালয়ক জনালে দিল্লী চৰকাৰে

২৪ ঘণ্টা সময় দিছে উচ্চতম ন্যায়ালয়ে। এই সময়সীমাৰ ভিতৰত দিল্লী আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহে কাৰখানা আৰু গাড়ী প্ৰদূষণৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব। শীৰ্ষ আদালতত তিৰষ্কৃত হোৱাৰ চাৰিদিনৰ ভিতৰত বিদ্যালয় বন্ধ কৰিলে কেজৰিৱাল চৰকাৰে ।

ADVERTISEMENT

দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে জনাইছে, “বায়ু প্ৰদূষণ হ্ৰাস হোৱাৰ পূৰ্বানুমান পোৱাৰ পাছত আমি বিদ্যালয়খন আৰম্ভ কৰিছিলো। অৱশ্যে, প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে, পৰৱৰ্তী নিৰ্দেশ নোপোৱাৰ লৈকে বিদ্যালয়সমূহ বন্ধ কৰা হৈছে। ”

বৃহস্পতিবাৰে প্ৰদূষণ সংক্ৰান্ত এক গোচৰৰ শুনানিত দিল্লী চৰকাৰৰ কাৰ্যক তোলাধোনা কৰে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ এন ভি ৰমনাই প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেজৰিৱাল চৰকাৰৰ পদক্ষেপৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ কয়, “মই ভাবো চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ ৰখাৰ বাবে একো কৰা নাই, কেৱল সময় অপচয় কৰিছে।” ”

বিদ্যালয়সমূহ মুকলি কৰাৰ বাবে কেজৰিৱাল চৰকাৰক ভাবুকি দি আদালতে কয়, “তিনিৰ পৰা চাৰি বছৰৰ শিশুৱে বিদ্যালয়লৈ গৈ আছে আৰু প্ৰাপ্তবয়স্কসকলে ঘৰত কাম কৰি আছে। তেওঁ লগতে কয়, “এইবাৰ আমি আপোনাৰ চৰকাৰ চলাবলৈ কাৰোবাক নিযুক্তি দিম। ”

১৩ নৱেম্বৰৰ পৰা বন্ধ থকাৰ পাছত সোমবাৰৰ পৰা দিল্লীৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হয়। অৱশ্যে, আদালতৰ দ্বাৰা ভাবুকি দিয়াৰ পাছত শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ কৰি দিয়া হয়। ৰাজধানীৰ সকলো নিৰ্মাণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: delhi pollution
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d