Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নিৰ্বাচনত দলীয় ব্যয় ৫৪ কোটিৰ অধিক

ৰাজ্যৰ পাঁচ সমষ্টিত বিজ্ঞাপন-বেনাৰ-প'ষ্টাৰৰ নামত ব্যয় ন কোটি

publisher by publisher
December 4, 2021
in India, News, Politics
Reading Time: 1 min read
0
নিৰ্বাচনত দলীয় ব্যয় ৫৪ কোটিৰ অধিক
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে

ৰাজ্যত চলিত বছৰৰ এপ্ৰিলত সম্পন্ন হৈ যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলসমূহে ৫৪.২১৬ কোটি টকা ব্যয় কৰে । অৱশ্যে এয়া নিৰ্বাচন আয়োগক দাখিল কৰা হিচাপহে । এডিআৰে প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । দেশৰ পাঁচ ৰাজ্যৰ বিগত নিৰ্বাচনত ৰাজনৈতিক দলসমূহে সংগ্ৰহ কৰা পুঁজি আৰু ব্যয়ৰ সন্দৰ্ভত এডিআৰে চলোৱা জৰীপৰ অন্তত শুকুৰবাৰে সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত শাসকীয় দল বিজেপিয়ে অসমত ১৯.২১৩ কোটি টকা ব্যয় কৰা বুলি প্ৰকাশ পাইছে । সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, বিগত নিৰ্বাচনত বিজেপিৰ ১৯.২১৩ কোটি ব্যয়ৰ বিপৰীতে ৪.৩০৭ কোটি টকা ব্যয় কৰে কংগ্ৰেছে ।

ADVERTISEMENT

উল্লেখ্য যে এই নিৰ্বাচনত ব্যয় হোৱা উল্লিখিত ধনৰ ৯.০৮৪ কোটি প্ৰচাৰত, ২৯.৯৪ কোটি দলীয় প্ৰাৰ্থীক বিভিন্ন ব্যয়ৰ বাবে প্ৰদানত, যাতায়তৰ বাবদ ১৩.৪৫৫ কোটি, অন্যান্য শিতানত ১.২৬৮ কোটি টকা ব্যয় কৰা হৈছে । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলসমূহে সৰ্বমুঠ ৩৮.১৬৬ কোটি টকা পুঁজি সংগ্ৰহ কৰাৰ বিপৰীতে ২৩.৬৪৮ কোটি টকা খৰচ কৰে ।

নিৰ্বাচনৰ বিজ্ঞাপনত ৩.৫০৩ কোটি, বেনাৰ-প’ষ্টাৰ আদি লগোৱাৰ বাবদ ৩.৬৪ কোটি আৰু ৰাজহুৱা নিৰ্বাচনী সভাৰ বাবদ ৰাজনৈতিক দলসমূহে সৰ্বমুঠ ১.৯৪১ কোটি টকা খৰচ কৰা বুলি প্ৰকাশ কৰা হৈছে । ইয়াৰ উপৰি অসমত ষ্টাৰ কেম্পেইনাৰৰ যাতায়তৰ বাবদ ১১.৮৫৩ কোটি আৰু অন্যান্য নেতাৰ যাতায়াতৰ বাবদ ১.৬০২ কোটি টকা খৰচ হৈছে ।

উল্লেখ্য যে অসমসহ একাধিক ৰাজ্যত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত যাতায়াতৰ ক্ষেত্ৰত সৰ্বমুঠ ১১৯.৫৭ কোটি টকা খৰচ হৈছে য’ত ১১৩.৫৪৯ কোটিয়েই ষ্টাৰ কেম্পেইনাৰৰ বাবদ খৰচ হৈছে । তথ্য অনুসৰি, ইয়াৰে ৯৬.৫৪ কোটি ৰাষ্ট্ৰীয় দলসমূহৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা খৰচ কৰা হৈছে আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজনৈতিক দলসমূহে যাতায়াতৰ ক্ষেত্ৰত ১৩.৪৫৫ কোটি ব্যয়ৰে শীৰ্ষত আছে অসম ।

একেদৰে সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, এই নিৰ্বাচনত বিজেপিৰ পুঁজি সংগ্ৰহ হৈছিল ২৭.৬৮৫ কোটি আৰু কংগ্ৰেছৰ পুঁজি সংগ্ৰহ হৈছিল ১০.০২৭ কোটি টকা । চিপিএম, চিপিআই, চিপিআই (এম‌এল)কে ধৰি এই আটাইকেইটা দলৰ মুঠ পুঁজি সংগ্ৰহ হৈছিল ৩৮.১৬৬ কোটি । ইয়াৰে ৫.৫০৪ কোটি নগদ আৰু ৩২.৬৬২ কোটি চেকৰ জৰিয়তে গ্ৰহণ কৰাৰ তথ্য সদৰী কৰিছে ।

উল্লেখ্য যে দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনত মুঠ ৭২০.৮০৮ কোটি টকা ব্যয় হৈছিল আৰু ১৯টা ৰাজনৈতিক দলৰ ভিতৰত বিজেপিয়ে সৰ্বাধিক ২৫২ কোটি টকা খৰচ কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে । সমান্তৰালভাৱে এই ১৯টা ৰাজনৈতিক দলে নিৰ্বাচনত ১১১৬.৮১ কোটি পুঁজি সংগ্ৰহ কৰা বুলিও তথ্যত প্ৰকাশ পাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Election
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d