Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ভাৰত ৰংগ মহোৎসৱলৈ নিৰ্বাচিত চিফুং দ্য আৰ্টিষ্টৰ ‘থে্ঙফাখ্ৰী’

publisher by publisher
December 11, 2021
in Assam, News
Reading Time: 1 min read
0
 ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ভাৰত ৰংগ মহোৎসৱলৈ নিৰ্বাচিত চিফুং দ্য আৰ্টিষ্টৰ ‘থে্ঙফাখ্ৰী’
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

সমগ্ৰ বিশ্বৰে অন্যতম শ্ৰেষ্ঠ নাট্য উৎসৱ ‘ ভাৰত ৰংগ মহোৎসৱলৈ নিৰ্বাচিত হৈছে বাগছা- নলবাৰীস্থ সাংস্কৃতিক গোষ্ঠী ‘ চিফুং দ্য আৰ্টিষ্ট’ ৰ নিবেদিত নাট ‘ থে্ঙফাখ্ৰী ‘। ইয়াৰ পুৰ্বেও নাটখনে এন এছ ডি ৰ পূৰ্বত্তৰ নাট্য উৎসৱত ডিমাপুৰৰ লগতে গুৱাহাটী, নলবাৰী আৰু গোৰেশ্বৰত মঞ্চস্থ হৈছিল।

ADVERTISEMENT

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে এইবাৰ আয়োজন কৰা দ্বাবিংশতম ভাৰত ৰংগ মহোৎসৱ ত ভাৰতৰ ৬৬১ খন আৰু বিদেশৰ ৪০ খনকে ধৰি মুঠ ৭০১ খন নাটকে যোগদান কৰিছিল যদিও মুঠ ৮৭ খন নাটকহে নিৰ্বাচিত হয়। ৮৭ খন নাটকৰ মাজত স্থানপ্ৰাপ্ত অসমীয়া আৰু বড়ো ভাষাৰ থে্ঙফাখ্ৰীৰ নাট্যৰূপ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ।

বাগছা ৰ গোৰেশ্বৰত মুখ্য কাৰ্যালয়ত থকা চিফুং ৰ অন্য এটা প্ৰধান শাখা নলবাৰী ৰ পোৰাকুচিত গাঁৱত অৱস্থিত। ২০১০ চনৰ পৰাই সন্ত্ৰাস অধ্যুষিত বি টি এ ডি ত মূলতঃ জনজাতীয় লৰা ছোৱালী ৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে নাট্যকৰ্মী পৰী শৰণীয়া ৰ নেতৃত্বত গঠন হৈছিল ‘ চিফুং দ্য আৰ্টিষ্ট ‘।

২০১০ চনৰে পৰা চিফুং দ্য আৰ্টিষ্টে বাগছা আৰু নলবাৰী ৰ গ্ৰামাঞ্চলত ধাৰাবাহিক নাট্য প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে, য’ত দেশৰ আগশাৰীৰ নাট্যকর্মী যদুমনি সিং, পবিত্ৰ ৰাভা, পাপৰি মেধি, চিকিমৰ প্ৰাৰ্থনা ছেত্ৰী, বীৰবল চুব্বা, কাৰ্তিক, মেঘালয়ৰ বালু, মণিপুৰৰ চানা, চানুকে ধৰি অনেকজনে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

প্ৰতি বছৰে এই নাট্যগোষ্ঠীটোৱে দুখনকৈ নাটক প্ৰযোজনা কৰি আহিছে। মণ্ডদৰী, মোৰ ঘৰ কত, ডেউকা, চুইচাইড নোট, মাই নেম ইজ খান্দু আদিকে ধৰি কুৰিখন নাটক অসম আৰু ভাৰত বৰ্ষ ৰ বিভিন্ন প্ৰান্তত পৰী শৰণীয়া ৰ পৰিচালনাত প্ৰদৰ্শিত হৈছে ।

উল্লেখ্য যে এনে এছ দিৰ চিকিম ৰ কেন্দ্ৰত প্ৰশিক্ষিত আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিভাগৰ স্নাতকোত্তৰ পৰী শৰণীয়া ই চিফুং দ্য আৰ্টিষ্ট ৰ কলা- কুশলী সকলৰ সুবিধাৰ বাবে সীমিত সুবিধাৰ মাজেৰে গোৰেশ্বৰ আৰু নলবাৰী ৰ গাঁৱত দুখনকৈ মঞ্চসাজি নাট্য চৰ্চা অব্যাহত ৰাখিছে।

ইতিমধ্যে এই গোষ্ঠীটোৱে জং গলৰ মাজত নতুন ধাৰাৰে ‘ বননিৰ নাটমেলা’, শীৰ্ষক নাট উৎসৱ উদযাপন কৰি আহিছে। নিৰৱচ্ছিন্ন নাট্য চৰ্চাৰ লগতে গ্ৰন্থ আন্দোলনতো চিফুং দ্য আৰ্টিষ্ট এটা আগৰণুৱা অনুষ্ঠান।

বিভিন্ন ভিতৰুৱা অঞ্চলত তেওঁলোকে নতুন লৰা-ছোৱালীক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ অনুষ্ঠিত কৰি আহিছে ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱ।

লগতে চিফুং দ্য আৰ্টিষ্টে গৱেষণামূলক তথ্যচিত্ৰ ” দ্য অৰিজিনাল আইদেনটিটি, মোবাইল থিয়েটাৰ অৱ আসাম, বসন্ত বৈভৱ আদি নিৰ্মান কৰাৰ লগতে দ্য ফায়াৰিং ৰেঞ্জ নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ চলচিত্ৰও নিৰ্মান কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBagsaNALBARI
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d