Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

কৃত্ৰিম উপায়েৰে সৌন্দৰ্য্য বৃদ্ধি কৰাই হ’ল অপৰাধ

সুন্দৰী প্ৰতিযোগিতাৰ পৰা বাতিল ৪৩টা উট

publisher by publisher
December 13, 2021
in International, News
Reading Time: 1 min read
0
কৃত্ৰিম উপায়েৰে সৌন্দৰ্য্য বৃদ্ধি কৰাই হ’ল অপৰাধ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Saudi Arabia : এক বছৰত চৌদি আৰৱত মৃত্যু দণ্ড ১৪৭ জনৰ!

Sandstorm : বালিৰ ধুমুহাত বিপর্যস্ত আৰৱ, হাস্পাতালত ভর্তি সহস্ৰাধিক

চীনত অভিনৱ ফেশ্বন উইক : ৰেম্প উত্তাল কৰিলে পি পি ই কিট পৰিধান কৰা মডেলে

আড়ম্বৰপূৰ্ণ আয়ােজন। উপস্থিত দেশ-বিদেশৰ বহু প্রতিযােগী। সকলাে প্রতিযােগীকেই এই সৌন্দর্য প্রতিযােগিতাত জয়ী হােৱাৰ বাবে সজাই-পৰাই তােলা হৈছে।

ADVERTISEMENT

ছৌদি আৰবৰ ৰাজধানী ৰিয়াধৰ সমীপতে এই সৌন্দর্য প্রতিযােগিতাৰ আয়ােজন। যি প্রতিযােগিতাৰ মুঠ পুৰস্কাৰমূল্য ৬.৬ কোটি ডলাৰ। অৱশ্যে এই প্রতিযােগিতাৰ প্রতিযােগীসকল মানুহ নহয়, বৰঞ্চ উটহে।

যদিও এই প্রতিযােগিতা উটৰ, তথাপি এক ইঞ্চিও ভূমি এৰিবলৈ প্রস্তুত নহয় উটৰ গৰাকীসকল। প্রতিযােগিতাত জয়ৰ বাবে উদ্বাউল হৈ পৰা গৰাকীসকলে নিজৰ উটবােৰক ধুনীয়া কৰি তুলিবলৈ চেষ্টাত ত্রুটি ৰখা নাছিল।

আনকি ইয়াৰ বাবে ব’টক্স ইঞ্জেকচন তথা অন্যান্য কৃত্রিম কাৰুকাৰ্যৰ আশ্ৰয় লৈছিল ৪৩টা উটৰ গৰাকীয়ে। তথাপি শেষ ৰক্ষা নহ’ল। অবৈধভাৱে কৃত্রিম কৌশলৰ আশ্রয় লােৱাৰ অভিযােগত প্রতিযােগিতাৰ পৰা বাতিল হ’ল সেই ৪৩টা উট।

মহােৎসৱৰ বিচাৰকসকলে জনাইছে যে এই বছৰ এনে ধৰণৰ জালিয়াতি ধৰা পেলাবলৈ অত্যাধুনিক প্রযুক্তিৰ আশ্রয় লােৱা হৈছিল। তাতেই ধৰা পৰিল উটৰ গৰাকীসকলৰ কৌশল।

ডিচেম্বৰৰ প্রথম সপ্তাহৰ পৰাই আৰম্ভ হৈছে উটৰ এই সৌন্দর্য প্রতিযােগিতা। মুঠ ৪০ দিন ধৰি চলিব।ষষ্ঠবাৰলৈ আয়ােজন কৰা এই প্রতিযােগিতাত আছে ১৯টা বিভাগ।

আৰব দেশসমূহৰ উপৰি আমেৰিকা, ৰাছিয়া, ফ্রান্স আদিৰ পৰাও বহু উটৰ গৰাকীয়ে এই প্রতিযােগিতাত অংশ লৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্রই জনাইছে যে বাতিল হােৱা ৪৩টা উটৰ ক্ষেত্ৰত ব’টক্স ইঞ্জেকচনৰ সমান্তৰালকৈ অন্যান্য কছমেটিক সলনিও ঘটোৱা হৈছিল, যাতে উটসমূহক আকর্ষণীয় কৰি তুলিব পৰা যায়।

প্রধানকৈ উটৰ মূৰ, ডিঙি, কুঁজ, পােছাক, খােজকঢ়াৰ ধৰণৰ ওপৰত ভিত্তি কৰি বিচাৰকসকলে বিজয়ী নির্ধাৰণ কৰে। এই বছৰ বিচাৰকসকলে লক্ষ্য কৰে যে বহু উটৰ ক্ষেত্ৰতে কৃত্রিম পদ্ধতিৰ সহায় লােৱা হৈছে।

জালিয়াতি ধৰা পেলােৱাৰ বাবে এক্স ৰে’, থ্রী ডি আলট্রাছাউণ্ড মেচিনাে ব্যৱহাৰ কৰা হয়।আয়ােজকৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে যে কেৱল বাতিলেই নহয়, বাতিল হােৱা উটসমূহৰ গৰাকীসকলৰ বিৰুদ্ধে ক্ষতিপূৰণ আৰু কঠোৰ পদক্ষেপে গ্ৰহণ কৰা হ’ব।

ব’টক্স বা হৰম’ন পৰিৱর্তনৰ ইঞ্জেকচন ব্যৱহাৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ অংক হৈছে প্ৰতিটো উটৰ বাবদ ২৭ হেজাৰ ডলাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Camelfashion showRiyadh
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d