Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যৰ সেউজ বিপ্লৱৰ নেতৃত্ব ল’ব লাগিব মাজুলীৰ যুৱ কৃষকে : অতুল বৰা

publisher by publisher
December 15, 2021
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যৰ সেউজ বিপ্লৱৰ নেতৃত্ব ল’ব লাগিব মাজুলীৰ যুৱ কৃষকে : অতুল বৰা
2
SHARES
23
VIEWS
ShareShareShareShare

প্রকৃতিৰ অকৃপণ দানেৰে ভৰপূৰ মাজুলী। মাজুলীৰ সাৰুৱা, উর্বৰ ভূমিক কেন্দ্র কৰিয়েই ৰাজ্যখনৰ সেউজ বিপ্লৱৰ নেতৃত্ব ল’বলৈ আগবাঢ়ি আহিব লাগিব মাজুলীৰ যুৱ কৃষকে।আজি মাজুলীৰ বিভিন্ন অঞ্চলৰ পথাৰ পৰিভ্ৰমণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ কৃষি মন্ত্রী অতুল বৰাই।

ADVERTISEMENT

মাজুলীৰ ভকত চাপৰি অঞ্চলৰ নতুন বকুৰা গাঁৱত উপস্থিত হৈ কৃষি মন্ত্রী বৰাই অসম কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ প্রকল্পৰ অধীনত ৬৫খন গাঁও সামৰি ৰূপায়ণ কৰা সৰিয়হ খেতি পৰিদৰ্শন কৰে।

RelatedPosts

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Majuli:মাজুলীৰ তিনি বিজেপি নেতাক কাৰাদণ্ড-জৰিমনা আদালতৰ

Majuli:উদ্বোধনৰ ছদিন পাছতে মাজুলীৰ চেলেক-ধূনাগুৰি দলঙৰ গাৰ্ড ৱালত ফাট

মাজুলী ৰিভাৰ বেংক কৃষক উৎপাদক কোম্পানী লিমিটেড নামৰ সংস্থাটোৱে স্থানীয় কৃষকসকলৰ জৰিয়তে কৰা পুছা মাহেক-২৮ জাতৰ সৰিয়হ খেতি পৰিদৰ্শন কৰাৰ পাছত স্থানীয় কৃষকৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী বৰাই কয় যে, ৰাজ্যখনৰ যুৱ শক্তিয়ে কৃষিৰ মাজেৰেই আজি আত্মসংস্থাপনৰ পথ মুকলি কৰিবলৈ আগবাঢ়ি আহিছে আৰু অসমৰ বাবে এয়া শুভ সংবাদ।

২০২২ চনত কৃষকৰ আয় দুগুণ কৰাৰ বাবে প্রধান মন্ত্রী নৰেন্দ্ৰ মােদীয়ে জনােৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষি বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষিখণ্ডৰ বিকাশৰ জৰিয়তে ৰাজ্যখনক দেশৰ পাঁচখন অগ্রণী ৰাজ্যৰ এখন হিচাপে প্রতিষ্ঠা কৰাত গুৰুত্ব আৰােপ কৰিছে।

ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ লগতে ৰাজ্য চৰকাৰৰ কৃষক কল্যাণকামী আঁচনিও ৰূপায়ণ কৰি থকা হৈছে। মন্ত্রী বৰাই কয় যে, পূর্বতে মাজুলীয়ে ৭০ হেজাৰ কুইণ্টলৰ অধিক সৰিয়হ উৎপাদন কৰিছিল আৰু এইবাৰ জিলাখনে সৰিয়হৰ উৎপাদনৰ ক্ষেত্ৰত পূর্ব অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব।

পশুপালন বিভাগৰ মন্ত্ৰী বৰাই আজি জিলাখনৰ উপায়ুক্তৰ সভাকক্ষত বিভিন্ন বিভাগৰ এখন পর্যালােচনা সভাত ভাগ লৈ চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়।

মাজুলীৰ মুঠ ১৪১ খন ৰাজহ গাঁৱৰ প্ৰতিখনৰে একোটাকৈ কৃষক গােটক মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ অধীনত একোখনকৈ ট্রেক্টৰ প্ৰদান কৰি জিলাখনত ট্ৰেক্টৰ বিতৰণৰ ১০০ শতাংশ লক্ষ্যত উপনীত হােৱা কাৰ্যৰ তেওঁ শলাগ লয়।

মন্ত্রী বৰাই আজি জিলাখনৰ ছখন অ-ৰাজহ গাঁৱৰ কৃষক গােটৰ মাজত একোখনকৈ ট্রেক্টৰৰ বিতৰণ কৰে। কৃষি মন্ত্রীগৰাকীৰ আজিৰ এই ভ্ৰমণত জিলাখনৰ উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰা আৰু সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bhakat SaporiMAJULI
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d