Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

অসময়ত ভোক লাগিলে কি কৰিব ?

publisher by publisher
December 26, 2021
in Lifestyle
Reading Time: 1 min read
0
অসময়ত ভোক লাগিলে কি কৰিব ?
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Weight Lost Tips : কাৰ্ডিঅ’ নে ওয়েট ট্ৰেনিং , কোনটো অনুশীলনে আপোনাৰ ওজন দ্ৰুত গতিত হ্ৰাস কৰিব ?

নহৰুৰ স্বাস্থ্যজনিত উপকাৰিতাৰ বিষয়ে শুনি আপুনিও হ’ব হতবাক

ফাইবাৰ সমৃদ্ধ পাঁচবিধ ফল-পাচলি

পুৱা, দুপৰীয়া আৰু নিশা প্রত্যেকেই আহাৰ গ্ৰহণ কৰে। চিকিৎসা শাস্ত্র অনুসৰি পুৱাই ৰজাৰ দৰে আহাৰ গ্ৰহণ কৰিব লাগে। দুপৰীয়া ৰাজকোঁৱৰৰ দৰে আহাৰ খােৱা উচিত। আনহাতে, নিশা ভিক্ষাৰীৰ দৰে আহাৰ গ্রহণ কৰিলে শৰীৰে সহজে গ্রহণ কৰিব পাৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে পুৱাই যদি আহাৰ ভালদৰে খােৱা হয় তেতিয়াহ’লে শৰীৰে প্রয়ােজনীয় পুষ্টি লাভ কৰাৰ ফলত অংগ-প্রত্যংগই স্বাভাৱিকভাবে কার্য সম্পাদন কৰিব পাৰিব। আনহাতে দুপৰীয়া কম পৰিমাণে খাদ্য খালে গাটো ভাৰি নােহােৱা বাবে কাম-কাজ স্বাভাৱিক ভাবে সম্পাদন কৰাটো সম্ভৱ। আনহাতে, নিশা শৰীৰটোৱে জিৰণি লয় বাবে পুষ্টিৰৰ কম, প্রয়ােজন। পিছে ইয়াৰ মাজততা

ADVERTISEMENT

কিছুমান লােকৰ অসময়ত ভােক লাগে। যদি অসময়ত ভােক লাগে তেতিয়া প্রয়ােজনতকৈ বেছি খালেও পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ ডায়েবেটিছ, মেদবহুলতা, হৃদৰােগ আদিয়ে গা কৰি উঠাৰ আশংকা থাকে। অৱশ্যে যদিহে সতর্কতাৰে খাদ্য গ্রহণ কৰে তেতিয়াহ’লে ক্ষুধা নিবাৰণ হােৱাৰ লগতে বহুতাে শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰি।

★দুগ্ধজাত খাদ্য গ্রহণ কৰিব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, প্রটিন উপৰি ভিটামিন ‘এ’, ‘বি’ আৰু ‘ডি’ থাকে। এনে খাদ্য খালে পেট ভৰাৰ উপৰি অতিৰিক্ত চর্বি জমা হােৱাৰ আশংকা নাথাকে।

★যিকোনাে কল খালেও উপকাৰ পােৱা যায়। এইবিধ ফলত আয়ৰণ প্ৰচুৰ পৰিমাণে থাকে। ইয়াত কেলৰি কম থাকে।

★কম পৰিমাণে বাদাম খাব পাৰে। ইয়াত ফাইবাৰ বেছি থাকে বাবে ওজন বৃদ্ধিৰ আশংকা নাথাকে।

★পককর্ণ আদিও খালেও সুফল পােৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ, প্ৰ’টিন থাকে। সেইবাবে মেদবহুলতাই গা কৰি উঠিব নােৱাৰে।

★ফল, গাখীৰ অথবা মৌৰ স’তে কর্ণফ্লেক খাব পাৰে।

★অসময়ত ভােক লাগিল বুলিয়েই পেট ভৰাই খাব নালাগে। কাৰণ সময়ৰ পৰিৱর্তে বেলেগ সময়ত খােৱাৰ লগে লগে শৰীৰত উৎপন্ন হােৱা বিভিন্ন ৰস আদি নিঃসৰণাে স্বাভাৱিক নহ’ব।

★ডায়েবেটিছ আদি ৰােগ থাকিলে যিকোনাে ৰােগীয়ে চিকিৎসকৰ পৰামৰ্শ আদি লােৱাটো বাঞ্চনীয়।

★যদিহে সঘনাই এনে ধৰণৰ ভােক লগাৰ সমস্যাই দেখা দিয়ে চিকিৎসকৰ পৰামৰ্শ আদি লােৱাটো বাঞ্ছনীয়।

★খাদ্য গ্রহণৰ ক্ষেত্ৰত আনৰ স’তে নিজকে ৰিজনি নিদিব। কাৰণ এজনৰ বাবে উপযুক্ত খাদ্য বা যিমান পৰিমাণৰ খাদ্য খায় সেয়া আন এজনৰ বাবে প্রয়ােজন নহ’বও পাৰে। কাৰণ খাদ্য গ্রহণৰ পৰিমাণৰ বিষয়টো সম্পূর্ণৰূপে নিৰ্ভৰশীল বয়স, লিংগ, ওজন, অসুখ-বিসুখৰ ওপৰত।

★নিশা দুপৰলৈকে কর্মব্যস্ততা আৰু পঢ়াসকলে যদি নিশা দুপৰত তােক লাগিলে লঘু আহাৰৰ ব্যৱস্থা কৰাটোৱে মংগলজনক। অৱশ্যে এটা কথা ঠিক যে পুৱতি নিশা কোনােমতে নােখােৱাকৈ থাকিলেও শৰীৰৰ বিশেষ ক্ষতি নহ’ব। কাৰণ এই সময়ত খােৱা মানে বদহজমৰ সমস্যাই গা কৰিব নােৱাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HealthTipshungry
publisher

publisher

Related Posts

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d