Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১১ মাহত ৰাজ্যত ৩০,৬০০টা মহিলাৰ বিৰুদ্ধে অপৰাধ

publisher by publisher
January 2, 2022
in Assam, India, News
Reading Time: 1 min read
0
১১ মাহত ৰাজ্যত ৩০,৬০০টা মহিলাৰ বিৰুদ্ধে অপৰাধ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

২০২০ বৰ্ষত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ১৫৪.৩ শতাংশ হাৰেৰে দেশৰ শীর্ষস্থানত থকা অসমত বিদায়ী ২০২১ বর্ষটোত অভিলেখ সংখ্যক নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত হােৱাৰ উদ্বেগজনক তথ্য পােহৰলৈ আহিছে ।

ADVERTISEMENT

অসম আৰক্ষীৰ অপৰাধ শাখাৰ সূত্রই সদৰী কৰা তথ্য অনুসৰি, ২০২০ত ৰাজ্যত ২১,৯১৪টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। একেদৰে ২০১৯ত ২৬,১৭১টা, ২০১৮ ২৪,৫৫৬টা, ২০১৭ ২১,২৯৮টা আৰু ২০১৬ত ১৯,৩৬২টা অপৰাধ মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছিল ।

এই বর্ষসমূহৰ উল্লিখিত সংখ্যাৰ অপৰাধক চেৰ পেলাই সদ্য বিদায়ী বর্ষতে অর্থাৎ ২০২১ৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ ১১ মাহত ৰাজ্যখনত অভিলেখ সংখ্যক ৩০,৬০০টা এনে অপৰাধ সংঘটিত হৈছে বুলি তথ্য সদৰী কৰে আৰক্ষী সূত্রই ।

ইয়াৰ ভিতৰত ধর্ষণ, সৰবৰাহ, যৌতুকজনিত হত্যা,অপহৰণ, নির্যাতন আৰু স্বামী নির্যাতনৰ অপৰাধ আদি আছে বুলি সূত্ৰটোৱে সদৰী কৰে। উল্লেখ্য যে ২০২১ বৰ্ষত পহিলা জানুৱাৰীৰ পৰা ৩০ ছেপ্টম্বৰলৈ ৰাজ্যত মুঠ ২২,০৩৯টা অপৰাধ সংঘটিত হৈছিল মহিলাৰ বিৰুদ্ধে ।

ইয়াৰ পৰৱর্তী দুমাহত অর্থাৎ অক্টোবৰ আৰু নৱেম্বৰত ৮,৫৬১টা এনে অপৰাধ ৰাজ্যত সংঘটিত হয় । বিজেপি চৰকাৰৰ কাৰ্যকালত অর্থাৎ ২০১৬ৰ পহিলা জানুৱাৰীৰ পৰা ২০২১ৰ ৩০ নৱেম্বৰলৈ ১,৪৩,৯০১ টা মহিলাৰ বিৰুদ্ধে অপৰাধ অসমত সংঘটিত হৈছে বুলি সংশ্লিষ্ট বিভাগৰ সূত্রই সদৰী কৰিছে ।

ইফালে, ২০২১ত ৰাজ্যত অস্বাভাৱিক হাৰত শিশুৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি হােৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে । বিদায়ী বর্ষটোৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ অর্থাৎ ১১ মাহত ৰাজ্যত ৭,২০০ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয় ।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, অক্টোবৰ আৰু নৱেম্বৰ এই দুমাহতে ১,৮৫০টা এনে অপৰাধ সংঘটিত হয়। আনহাতে, ২০২১ অক্টোবৰ আৰু নৱেম্বৰ এই দুমাহত ৩৪০টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

বিদায়ী বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ ৰাজ্যত মুঠ ১,১১০টা হত্যাকাণ্ড সংঘটিত হয় বুলি সদৰী কৰি সূত্ৰটোৱে । উল্লেখ্য যে বিগত বৰ্ষৰ শেষ মাহ অর্থাৎ ডিচেম্বৰৰ অপৰাধৰ সংখ্যাসহ সম্পূর্ণ বৰ্ষটোৰ অপৰাধৰ তথ্য আগন্তুক মাৰ্চত ৰাজহুৱা কৰিব অপৰাধ তদন্ত বিভাগে আৰু এই উল্লিখিত অপৰাধৰ সংখ্যাও কিছু পৰিমাণে বৃদ্ধি পােৱাৰ সম্ভাৱনা আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCrime against women
publisher

publisher

Related Posts

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ
Assam

Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d