Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ICMR : ‘টিকাৰ ককটেল নহয়, বুষ্টাৰ ড’জ হ’ব লাগিব একেই সংস্থাৰ’, জনালে আইচিএমআৰ-এ

publisher by publisher
January 5, 2022
in COVID-19, India, News
Reading Time: 1 min read
0
ICMR : ‘টিকাৰ ককটেল নহয়, বুষ্টাৰ ড’জ হ’ব লাগিব একেই সংস্থাৰ’, জনালে আইচিএমআৰ-এ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

অত্যধিক নিমখ খাই নিঃশব্দে মহামাৰী মাতিছে ভাৰতীয় লোকে

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

ICMR To Send Medicines With Drone: ড্ৰ’নৰে দুৰ্গম অঞ্চললৈ ঔষধ প্ৰেৰণ  !

টিকাৰ ককটেল ঘোষণা হোৱা মাত্ৰকে নানান মত প্ৰকাশ হয় দেশত । ভেকচিন ককটেল কিমান কার্যকৰী তাক লৈ প্রশ্নও উত্থাপিত হয় ‌। তেনে সময়তে আইচিএমআৰৰ ডিজি বলৰাম ভার্গভে জনায়, ‘আগতে কোভাক্সিন ল’লে, বুষ্টাৰ ড’জো কোভাক্সিনৰে ল’ব লাগিব । ক’ভিশ্বিল্ড ল’লে, বুষ্টাৰ ড’জো ক’ভিশ্বিল্ডৰ ল’ব লাগিব ।’

ADVERTISEMENT

কোনো কোনোৱে শংকা প্ৰকাশ কৰিছে যে, প্রথম ড’জ আৰু দ্বিতীয় ড’জ যদি ভুলক্রমে দুটা পৃথক ভেকচিনৰ হয়, তেনেহ’লে কি হ’ব ! ককটেল ভেকচিন উপকাৰী নে ? নে বিপজ্জনক ? এই বিষয়ত ইয়াৰ আগতে ডাঃ দীপ্তেন্দ্র সৰকাৰে জনাইছিল, মিক্স এশ মেচ ভেকচিন লোৱাৰ ফল যদি ভাল হয়, তেনেহ’লে ভেকচিনেছনৰ ক্ষেত্রত বিশেষ সুবিধা হ’ব । যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ট্রেণ্ড সম্প্ৰতি আৰম্ভ কৰা বিপজ্জনক হ’ব পাৰে । যদিও স্পুটনিকৰ ক্ষেত্রত দুটা ড’জ, দুই প্ৰকাৰৰ । সেয়ে এই ভেকচিনৰ ক্ষেত্রত ককটেল কৰা সম্ভৱত সম্ভৱ নহ’ব ।

ইপিনে, দেশত কৰ’নাৰ দৈনিক সংক্রমণ একেকোবে ৫৫ শতাংশলৈ বৃদ্ধি পালে । বিগত ২৪ ঘণ্টাত ৫৮ হেজাৰৰ ঘৰ অতিক্ৰম কৰিলে আক্রান্তৰ সংখ্যাই । যোৱা আঠ দিনত দেশত ছগুণৰো অধিক সংক্রমণ হয় । সংক্রমণৰ হাৰ .৭৯ শতাংশৰ পৰা বৃদ্ধি হয় পাঁচ শতাংশলৈ । সংক্রমণৰ হাৰত মহাৰাষ্ট্রৰ পাছতেই আছে পশ্চিমবংগ । দেশৰ ২৮ জিলাৰ পৰিস্থিতি আটাইতকৈ ভয়াৱহ । ২৮ জিলাত সংক্রমণৰ হাৰ ১০ শতাংশৰো অধিক ।

আনহাতে, যিসকল কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ’মিক্রনত আক্রান্ত হৈছে, তেওঁলোকে পাঁচৰ পৰা সাত দিনৰ ভিতৰতে সম্পূর্ণ সুস্থ হৈ উঠে । কেন্দ্রীয় স্বাস্থ্য‌ মন্ত্রণালয়ে জনাইছে, আক্ৰান্ত লোকজনৰ একেৰাহে তিনিদিন জ্বৰ নুঠিলে সাতদিন আইছ’লেছনত থাকিলেই হ’ব । কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও কৰ’না আক্রান্তসকলক ১৪ দিন কোৱাৰেণ্টাইনত থকাৰ পৰামর্শ দিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এজন বিষয়াই এই বার্তা দিছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ’না ইনচিডেন্ট মেনেজমেন্ট ছাপ’র্ট টিমৰ বিষয়া আবদি মাহমুদে জনাইছে, প্রতিটো দেশত অ’মিক্রন বা কৰ’না আক্রান্তসকলৰ শাৰীৰিক পৰিস্থিতি বিবেচনা কৰি সংশ্লিষ্ট দেশসমূহৰ চৰকাৰে কোৱাৰেণ্টাইন বা হোম আইছ’লেছনৰ সময়সীমাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে । যিসমূহ দেশত কৰ’না আক্রান্তৰ সংখ্যা কম, সেই দেশসমূহত ১৪ দিনৰ কোৱাৰেণ্টাইন ৰখা উচিত । কাৰণ, তেতিয়াহে কৰ’না‌ সংক্রমণ নিয়ন্ত্রণত ৰখা সম্ভৱ হ’ব । যিসমূহ দেশত কৰ’না আক্রান্তৰ সংখ্যা অধিক, সেই দেশসমূহত সাতদিনৰ হোম আইছ’লেছনৰ ব্যৱস্থা কৰিব পাৰে । কাৰণ, সেই দেশসমূহৰ স্বাস্থ্যব্যৱস্থা অব্যাহত ৰাখিব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Boostercovid vaccinationICMR
publisher

publisher

Related Posts

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d