Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত উদ্বেগজনক হাৰত কাহ-চৰ্দি

publisher by publisher
January 22, 2022
in Assam, India, News
Reading Time: 1 min read
0
ৰাজ্যত উদ্বেগজনক হাৰত কাহ-চৰ্দি
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

শীতকালত প্রতিদিনে গা ধোৱাটো প্রয়োজনীয় নেকি?

চর্দিত নাক বন্ধ হৈছে নেকি ?

Afganistan : আফগানিস্তানত শীতৰ ভয়াৱহ ৰূপ, শীতৰ প্ৰকোপত মৃত্যু ১৬২

এফালে কৰ’না অতিমাৰী আৰু শেহতীয়াকৈ অ’মিক্রনৰ উপদ্ৰৱ। তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি অতিমাত্রা ঠাণ্ডা, চিপচিপীয়া বৰষুণ আৰু ৰাজ্যৰ কোনাে কোনাে ঠাইত শিলাবৃষ্টি।

ADVERTISEMENT

গতিকে কি নগৰ কি গাঁও, সকলােতে স্বাভাৱিকতে বৃদ্ধি পাইছে ইনফ্লুৱেঞ্জা। কোনােবাই যদি হাঁচিয়াইছে, আন কাৰােবাৰ চর্দি, অথবা পানীলগা জুৰ। বহুতে ভয়াে খাইছে। ফলত কোনােবাই যদি হাস্পতালত গৈ পৰীক্ষা কৰিছে আন কোনােবাই ঘৰতে বহি লুকুৱাবলৈ চেষ্টা কৰিছে।

তাৰ মাজতাে সকলােৰে মনত এতিয়া এটাই প্রশ্ন—কাহ, চর্দি, হাঁচিয়া আৰু পানীলগা জুৰ মানেই কৰ’না অথবা অমিক্রন নেকি? শেহতীয়া বতৰৰ পৰিৱৰ্তন আৰু কৰ’নাৰ ধাৰাবাহিক সংক্রমণ সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যই কয়, ‘ঠাণ্ডা পৰিছে, বৰষুণা দিছে। গতিকে কাহ, চর্দি হােৱাটো স্বাভাৱিক কথা কিন্তু একে সময়তে আমি মনত ৰাখিব লাগিব যে ক’ভিডৰ সংক্রমণ চলি আছে আৰু তুলনামূলকভাৱে বাঢ়িছে।

আগতে দিনে ২০ৰ পৰা ৩০ টা পজিটিভ কেছু পাইছিলাে, এতিয়া তিনিশ পর্যন্ত পাইছাে। ‘শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা নীতি-নির্দেশনাৰ উদ্ধৃতি দি ডাঃ বৈশ্যই কয় যে কৰ’না সংক্রমণৰ হাৰ তিনিগুণ বৃদ্ধি পাইছে যদিও এতিয়া বিশেষ ভয় কৰিবলগীয়া একো নাই।

তেওঁ কয়, ‘ক’ভিড অহাৰ আগতেও মানুহৰ কাহ, চর্দি আৰু পানীলগা জ্বৰ হৈছিল। এতিয়া আমি কৈছাে, যদি লক্ষণ নাই, পৰীক্ষা কৰিব নালাগে। পৰীক্ষাত পজিটিভ পালেও আমি ঘৰতে থাকিবলৈ দিছাে। ‘মহানগৰীৰ ডাউন টাউন হাস্পতালৰ ইণ্টাৰনেল মেডিচিন বিশেষজ্ঞ ডাঃ মানবেন্দ্র নায়কে কয় যে মানুহৰ মাজত সাধাৰণ ফ্লুৰ ফলত কাহ, চর্দি অথবা পানীলগা জ্বৰ হৈছে যদিও বিশ্ব স্বাস্থ্য সংস্থা, মেডিকেল কাউন্সিল অৱ ইণ্ডিয়া আৰু স্বাস্থ্য মন্ত্রণালয়ৰ নীতি-নির্দেশনা অনুসৰি কৰ’না পৰীক্ষা কৰাটো বাধ্যতামূলক হেতুকেও মানুহৰ মাজত এক ধৰণৰ ভয় ভাব বিয়পি পৰিছে।

ক’ভিড পৰীক্ষাৰ প্ৰতি থকা ভয় ভাবৰ কাৰণে বহুতে নিজকে পৰীক্ষা কৰােৱাবলৈ আগবাঢ়ি অহা নাই বুলিও ডাঃ নায়কে মন্তব্য কৰে। যােৱা তিনি বছৰত মানুহে যথেষ্ট সৱল ইমিউনিটি উন্নীত কৰিছে বুলি উল্লেখ কৰি ডাঃ নায়কে কয়, ইনফ্লুৱেঞ্জা প্রথম আহােতেও বহুত মানুহ মৰিছিল।

বর্তমানৰ জটিলতাটো হ’ল—কৰ’না ভাইৰাছে কোনাে লক্ষণ নাথাকিলেও সংক্রমণ কৰিব পাৰে কাৰণে বহুতে বাহকৰ ৰূপতাে ঘূৰি ফুৰে। গতিকে ভয়ৰ কোনাে কাৰণ নাই যদিও নিজকে পৰীক্ষা কৰােৱা, আছুতীয়াকৈ ৰখা আৰু সচেতন হােৱাৰ কোনাে বিকল্প নাই।

আজিৰ পৰা তিনি বছৰ আগতে ইনফ্লুৱেঞ্জা হ’লে পৰীক্ষাৰ কোনাে প্রয়ােজন নাছিল অথবা ঔষধৰাে প্রয়ােজন নাছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সকলােৱে জনা উচিত যে এতিয়া কৰনাৰ যিটো টৌ চলি আছে ইয়াৰ লক্ষণ নাথাকিলে কৰিবলগীয়া একো নাই আৰু বিশেষ ঔষধৰাে প্ৰয়ােজন নাই।

এতিয়াও কৰ’নাৰ কাৰণে আছুতীয়াকৈ কোনাে ঔষধ নাই বুলি দোহাৰি ডাঃ নায়কে পুনৰ কয়, ‘এতিয়া কাৰােবাৰ পৰীক্ষাত সংক্রমণ ধৰা পৰিলে যিখিনি ঔষধ দিয়া হৈছে এয়া লক্ষণভিত্তিকহে, কৰ’না ঔষধ নহয়। গতিকে সংক্রমণ হওক বা নহওক, কৰ’না হওক বা সাধাৰণ কাহ, চর্দি হওক আতংকিত হ’বলগীয়া একো নাই।

উল্লেখ্য যে শেহতীয়াকৈ কাহ, চর্দিত আক্রান্ত বহুতে কৰ’না অথবা অ’মিক্রনত সংক্রমণ হােৱা বুলি ধাৰণা কৰি আতংকিত হৈ আছে যদিও আন বহুতে একে সময়তে পৰীক্ষাত সংক্রমণ ধৰা পৰিলেও নিজকে সহজ কৰিবলৈও মানসিকভাৱে প্ৰস্তুত কৰিছে।

আজি তেনে এক পৰিৱেশেই দেখা গ’ল মহানগৰীৰ জালুকবাৰীস্থিত অসম আয়ুর্বেদিক মহাবিদ্যালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্রত। আচলতে অসম আয়ুর্বেদিক মহাবিদ্যালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্ৰত একেলগে বহুকেইগৰাকী ব্যক্তিক পৰীক্ষা কৰাৰ অন্তত ঠাইতে পৰীক্ষাৰ ফলাফল ঘােষণা কৰে।

অর্থাৎ নমুনা সংগ্রহ কৰাৰ ২০ৰ পৰা ২৫ মিনিটৰ অন্তৰে অন্তৰে পৰীক্ষাৰ ফলাফলসমূহ ‘টকেন’ নম্বৰ উল্লেখ কৰি একপ্ৰকাৰ চিঞৰি ঘােষণা কৰি দিয়া হয়। উদাহৰণস্বৰূপে ‘৭৭ নম্বৰ কোন? আপােনাৰ পজিটিভ’; ইত্যাদি। এনেতে বহুকেইগৰাকী সংক্রমণ ধৰা পৰা ব্যক্তিয়ে নিজৰ ফলাফলৰ বিষয়ে অৱগত হৈয়াে হাঁহি হাঁহি অথবা কোনাে ধৰণৰ ভয় বা সংকোচ ভাব নােহােৱাকৈ ঘৰলৈ বুলি প্রস্থান কৰা দেখা গ’ল।

অসম আয়ুর্বেদিক মহাবিদ্যালয় ক’ভিড পৰীক্ষা কেন্দ্ৰত আজি সংক্রমণ ধৰা পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে দৈনিক অগ্রদূত’ৰ আগত কয়, ‘এতিয়া ছাত্রী নিবাসলৈ যাওঁগৈ। নিজকে আছুতীয়া কৰি ৰাখিম। সহপাঠীসকলক জনাম। একো ভয় কৰা নাই।’

তাৎপর্যপূর্ণ, বিশ্ববিদ্যালয়ৰ ছাত্ৰগৰাকীক আন তিনিগৰাকী বান্ধৱীয়ে পৰীক্ষা কেন্দ্ৰলৈ লৈ আহিছিল আৰু সংক্রমণ ধৰা পৰাৰ পাছতাে বান্ধৱীসকলৰ লগত একেলগে ছাত্রী নিবাসলৈ বুলি ঘূৰি যােৱা দেখা গৈছিল। আন এগৰাকী প্রায় ২০ বছৰীয়া যুৱতীয়েও সংক্রমণ ধৰা পৰাৰ পাছত ফোন কৰি লগৰীয়াক জনােৱাত চাৰিগৰাকীমান বান্ধৱীয়ে আগবাঢ়ি অহা মাস্ক পৰিধান কৰি নির্দিষ্ট দূৰত্বত থিয় দি থাকি হাঁহি-খিকিন্দালি কৰি পাঁচ দিন কেৱল খাই-বই সময় পাৰ কৰাৰ কথা পাতি থকা দেখা গৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ColdCough
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d